Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
September 12, 2026
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition : 12Sept 2026

Dainik Agradoot Today’s Edition – 11 Sept 2026

Dainik Agradoot Today’s Edition: 10 Sept 2026

Horoscope: মেষ: হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ লাভ। শুভৰং ক্রীম। শুভ সংখ্যা ১।

ADVERTISEMENT

বৃষ: আর্থিক উন্নতিৰ চেষ্টাত বাধা কম। ঘৰুৱা দিশত অৱশ্যে সিমান দুঃচিন্তা নাই। মনৰো শান্তি থাকিব। বিদ্যার্থীৰ একাগ্ৰতা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বৃদ্ধি হ’ব। শুভ ৰং ৰঙা। শুভসংখ্যা ৪।

মিথুন: ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। হাতলৈ টকা-পইচা আহিব। কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

কর্কট: আজি শুভ কাম আৰম্ভ কৰিব পাৰে। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে। প্রেমতো অশান্তিকৰ প্ৰভাৱ থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ স’তে জড়িত সকলৰ উন্নতিৰ কাৰক। শুভ ৰং গুলপীয়া। শুভসংখ্যা ৩।

সিংহ: চোৰ-ডকাইতৰ পৰা সাৱধান হ’ব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। প্ৰতিকাৰ বেল গছৰ গুৰিত ধূপ-চাকি জ্বলাব। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

কন্যা: চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। মানসিক ক্ষেত্রত অলপ অশান্তি হ’ব। শিক্ষাৰ্থীৰ শুভদিন। বাণিজ্যত বাধাৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ২।

তুলা: চাকৰিৰ কাৰণে স্থান পৰিৱৰ্তন কৰিব লগা হ’ব পাৰে। আনৰ কথা শুনি কোনো কাম নকৰিব। শিক্ষাৰ্থীৰ মনত অসন্তুষ্টি বাঢ়িব পাৰে। আজি আপোনাৰ হাতেৰে শুভ কাম আৰম্ভ হ’ব। শুভ ৰং নীলা। শুভসংখ্যা ৬।

বৃশ্চিক: প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে। হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত মধ্যমীয়া হ’ব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ নতুন উন্নতি মূলক কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৮।

ধনু: দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। ঘৰলৈ মূল্যবান সম্পত্তি আহিব। যিকোনো কামৰ সুফল লাভকৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

মকৰ : স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব। লাভ বৃদ্ধি হ’ব। প্ৰেমত আন্তৰিকতা বাঢ়িব। ব্যৱসায়ত সফলতা অর্জন কৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।

কুম্ভ: আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়। ব্যৱসায়ীসকলে টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। শুভ ৰং সোণালী। শুভ সংখ্যা ১।

মীন: কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান থাকিব। বিদ্যার্থীসকলৰ বাবে শুভ দিন। চাকৰি প্ৰত্যাশিসকলৰ ভাল খবৰ আহিব পাৰে। সন্তানৰ বিষয়ে চিন্তা কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৮।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik Agradootদৈনিক অগ্ৰদূত
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 11, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 9, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 8, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 7, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 6, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d