Shekharjyoti Goswami:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত শুকুৰবাৰে পুনৰ নাকচ হয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন ৷ জামিনৰ বাবে পৰৱৰ্তী শুনানি দিন আদালতে ধাৰ্য কৰে ২৭ নৱেম্বৰত ৷ আনহাতে ডিমা হাচাও জিলাৰ হাফলং উপ- কাৰাগাৰত বন্দী হৈ থকা শেখৰজ্যোতি গোস্বামী অসুস্থ হৈ পৰে ৷ অৱশ্যে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷
ADVERTISEMENT





























