ADVERTISEMENT

Tag: America

Monkeypox : ক্রমে বৃদ্ধি পাইছে মাংকিপক্স আক্রান্তৰ সংখ্যা, জনস্বাস্থ্যত জৰুৰী অৱস্থা ঘোষণা আমেৰিকাত

বিশ্বজুৰি ক্রমশ উদ্বেগ বাঢ়িছে মাংকিপক্সৰ । সংক্রমিতৰ সংখ্যা বাঢ়িছে আমেৰিকাতো । এনে পৰিস্থিতিত আমেৰিকাত জনস্বাস্থ্যত জৰুৰী অৱস্থা ঘোষণা কৰা হ'ল ...

Read moreDetails

আগ্রাসী চীনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ আমেৰিকাৰ অস্ত্র তিব্বত

চীনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ আমেৰিকাৰ অস্ত্র তিব্বত । তাত মানৱ অধিকাৰ লংঘনৰ বিষয় ভয়াৱহ পর্যায় পাইছে বুলি বেজিঙৰ বিৰুদ্ধে ...

Read moreDetails

চীনক পিছ পেলালে আমেৰিকাই, ভাৰতৰ স’তে বাণিজ্যিক সম্পৰ্কৰ শীৰ্ষত ৱাছিংটন

সময় যোৱাৰ লগে লগে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈ উঠিছে।তথ্য অনুসৰি,যোৱা এবছৰত, ভাৰতে আমেৰিকাৰ স'তে আটাইতকৈ বেছি ব্যৱসায় কৰিছে। ...

Read moreDetails

অধ্যয়নৰ বাবে বহন কৰিবলৈ ডিম্বাণু বিক্ৰিৰে ধন উপাৰ্জন মাৰ্কিন যুৱতীৰ

ছাত্র জীৱনত বহু তাকে ধন উপার্জনত নিয়ােজিত হয়। অধ্যয়ন ব্যয়ৰ লগত পৰিয়ালৰ আকি দুৰৱস্থাৰ কাৰণতাে বইতে অধ্যয়নৰ লগতে নানা ধৰণৰ ...

Read moreDetails

Jerusalem : শ্বিৰিনৰ শেষকৃত্যত আক্ৰমণত ক্ষুব্ধ আমেৰিকা

পেলেষ্টাইনি বংশোদ্ভূত আমেৰিকান সাংবাদিক শ্বিৰিন আবু আকলৰ শেষকৃত্যৰ সমদলত ইজৰাইলী আৰক্ষীৰ আক্ৰমণত তীব্ৰ প্রতিক্রিয়া জনালে আমেৰিকাই । আজি আমেৰিকাৰ বৈদেশিক ...

Read moreDetails

COVID Deaths : কৰ’নাত প্ৰাণ হেৰুৱাইছে ১০ লাখ লোকে ! কোন দেশত জানেনে ?

কৰ'না ভাইৰাছ (Covid-19) মহামাৰীৰ এক অনাকাঙ্খিত মাইলৰ খুঁটি স্পৰ্শ কৰিছে আমেৰিকাই । ১১ মে'ত, আমেৰিকাত কৰ'নাত মৃত্যু ১০লাখ অতিক্ৰম কৰে। ...

Read moreDetails

Abortion Right : উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী যদি আমেৰিকাত গর্ভপাত অবৈধ হয় তেন্তে কি হ’ব ?

যদি উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি গর্ভপাত অবৈধ হৈ যায়, অৱশ্যে আমেৰিকাজুৰি তাৰ কিমান প্রভাৱ পৰিব ? সম্প্ৰতি এই প্রশ্নই ঘূৰিছে ...

Read moreDetails

গৰ্ভপাতৰ অধিকাৰ নাথাকিব আমেৰিকাত ,বিৰোধিতাৰে আন্দোলন অব্যাহত

আমেৰিকাত ৫০ বছৰ পুৰণি গর্ভপাতৰ অধিকাৰ সমাপ্ত কৰাৰ যাে-জা চলিছে। সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি আমেৰিকাত মহিলাসকলে গর্ভপাতৰ অধিকাৰ ...

Read moreDetails

Russia-Ukraine War : পুটিনৰ চর্তত ইন্ধন কিনিবলৈ ৰুছ বেংকত একাউন্ট খুলিলে জার্মানী আৰু অষ্ট্ৰিয়াৰ সংস্থাই

ভ্লাদিমিৰ পুটিনৰ চৰকাৰে পোলেণ্ড আৰু বুলগেৰিয়াত গেছ সৰবৰাহ বন্ধ কৰিবলৈ তৎপৰ ইউৰোপ । ৰাছিয়াৰ চর্ত মানি ইন্ধন কিনিবৰ বাবে ইতিমধ্যে ...

Read moreDetails

ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰিলে আমেৰিকাক প্ৰত্যুত্তৰ দিব পুটিনে

দুমাহৰ অধিক ধৰি অব্যাহত আছে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ । এই যুদ্ধৰ আৰম্ভণিৰে পৰা বিশ্বত তৃতীয় মহাযুদ্ধ আৰম্ভ হ'ব পাৰে ...

Read moreDetails
Page 7 of 18 1 6 7 8 18