Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Jerusalem : শ্বিৰিনৰ শেষকৃত্যত আক্ৰমণত ক্ষুব্ধ আমেৰিকা

publisher by publisher
May 15, 2022
in International, News
Reading Time: 1 min read
0
Jerusalem : শ্বিৰিনৰ শেষকৃত্যত আক্ৰমণত ক্ষুব্ধ আমেৰিকা
2
SHARES
15
VIEWS
ShareShareShareShare

পেলেষ্টাইনি বংশোদ্ভূত আমেৰিকান সাংবাদিক শ্বিৰিন আবু আকলৰ শেষকৃত্যৰ সমদলত ইজৰাইলী আৰক্ষীৰ আক্ৰমণত তীব্ৰ প্রতিক্রিয়া জনালে আমেৰিকাই । আজি আমেৰিকাৰ বৈদেশিক সচিব এন্টনি ব্লিংকনে এক বিবৃতিত কয়, ‘‘শ্বিৰিনৰ শেষকৃত্যৰ সমদলত ইজৰাইলী আৰক্ষীৰ হস্তক্ষেপৰ দৃশ্য দেখি আমি উদ্বিগ্ন । সন্মানৰ স’তে প্রিয়জনৰ শেষকৃত্য কৰাৰ অধিকাৰ সকলো পৰিয়ালৰে আছে ।’’ হোৱাইট হাউছৰ প্রচাৰসচিব জেন ছাকিয়েও কয়, ‘‘এই দৃশ্য নিঃসন্দেহে উদ্বেগৰ ।’’

ADVERTISEMENT

শ্বিৰিনৰ মৃত্যুক গৰিহণা দি বিবৃতি দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো সদস্য ৰাষ্ট্র‌ই । ইজৰাইলৰ বিষয়ে নিৰাপত্তা পৰিষদত এই ধৰণৰ ঐক্য বিৰল বুলিয়ে মত কূটনীতিকসকলৰ । ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে নিৰাপত্তা পৰিষদে । শেষকৃত্যৰ সমদলত ইজৰাইলী আৰক্ষীৰ আক্ৰমণৰ সমালোচনা কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টোনিঅ’ গুটেৰেছে ।

RelatedPosts

ভাৰতৰ দুই তৈলবাহী জাহাজলৈ গোলাবর্ষণ

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

১১ মে’ত পেলেষ্টাইনৰ ৱেষ্ট বেংকত জেনিন শৰণার্থী শিবিৰত হিংসাৰ খবৰ সংগ্রহ কৰিছিল আল জাজিৰা চেনেলৰ সাংবাদিক শ্বিৰিনে । সেই সময়তেই গুলিবিদ্ধ হৈ মৃত্যু হয় তেওঁৰ । ইজৰাইলী বাহিনীয়ে তেওঁৰ মৃত্যুৰ বাবে দায়ী বুলি দাবী আল জাজিৰাৰ । ইজৰাইলত প্রথমে দাবী কৰে, সশস্ত্র পেলেষ্টাইনীসকলেই সম্ভৱত এই ঘটনাৰ বাবে দায়ী । পাছত অৱশ্যে পিছ হুহুকি তেওঁলোকে জনায়, ঘটনাৰ তদন্ত কৰা হৈছে । সন্ত্ৰাসবাদীসকলক উদ্দেশ্যি ইজৰাইলী স্নাইপাৰে এৰা গুলি লক্ষ্যভ্রষ্ট হৈ শিৰিনক আঘাত কৰিব পাৰে । আকৌ পেলেষ্টাইনীসকলৰ গুলিটো মৃত্যু হ’ব পাৰে তেওঁৰ ।

তাৰ মাজতেই প্ৰকাশ্যত আহে শ্বিৰিনৰ শেষকৃত্যত ইজৰাইলী আৰক্ষীৰ আক্ৰমণৰ দৃশ্য । ইজৰাইলৰ দখলত থকা পূৱ জেৰুজালেমৰ চেন্ট জোচেফ হাস্পাতালৰ পৰা শ্বিৰিনৰ নশ্বৰদেহ ওলোৱাআৰ পাছতেই শেষকৃত্যৰ সমদলত যিসকলে পেলেষ্টাইনী পতাকা লৈ গৈছিল তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে ইজৰাইলী আৰক্ষীয়ে । পতাকা কাঢ়ি লোৱা হয় । ঠেলা-হেঁচাত শ্বিৰিনৰ কফিনবাহকসকলো সমস্যাত পৰে ।

ইজৰাইলী আৰক্ষীৰ দাবী, প্রকাশ্যত পেলেষ্টাইনী পতাকা উৰোৱা ইজৰাইলী আইনত নিষিদ্ধ । যাতে উত্তেজনা নাবাঢ়ে তাৰ বাবে শেষকৃত্যৰ সময়ত পেলেষ্টাইনী জাতীয়তাবাদী গীত গোৱাটো নিষেধ কৰিছিল তেওঁলোকে । কিন্তু শেষকৃত্যত উপস্থিত পেলেষ্টাইনীসকলৰ একাংশ‌ই সেই নিষেধাজ্ঞা অৱমাননা কৰাত আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Al JazeeraAmericaIsraelShireen Abu Akleh
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d