Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia-Ukraine War : পুটিনৰ চর্তত ইন্ধন কিনিবলৈ ৰুছ বেংকত একাউন্ট খুলিলে জার্মানী আৰু অষ্ট্ৰিয়াৰ সংস্থাই

publisher by publisher
April 29, 2022
in International, News
Reading Time: 1 min read
0
Russia-Ukraine War : পুটিনৰ চর্তত ইন্ধন কিনিবলৈ ৰুছ বেংকত একাউন্ট খুলিলে জার্মানী আৰু অষ্ট্ৰিয়াৰ সংস্থাই
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

জাৰ্মানীৰ গুৰুদ্বাৰত সংঘৰ্ষ, আহত কমেও ১১ জন

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ভ্লাদিমিৰ পুটিনৰ চৰকাৰে পোলেণ্ড আৰু বুলগেৰিয়াত গেছ সৰবৰাহ বন্ধ কৰিবলৈ তৎপৰ ইউৰোপ । ৰাছিয়াৰ চর্ত মানি ইন্ধন কিনিবৰ বাবে ইতিমধ্যে বেচ কিছু ইউৰোপীয় ইন্ধন সংস্থা সক্রিয় হৈছে । তাৰ ভিতৰত আছে জার্মানী আৰু অষ্ট্ৰিয়াৰ দৰে দেশৰ সংস্থাও ।

ADVERTISEMENT

ডলাৰ বা ইউৰো নহয়, ৰুছ ইন্ধন সৰবৰাহকাৰী সংস্থা গেজপ্র’মে ইতিমধ্যে জনাইছে, মস্কক সহযোগ নকৰা দেশসমূহে তেল কিনিবলৈ ৰুবেলত দাম কমাব লাগিব । সেয়ে গেজপ্র’মৰ বেংকত পৃথক একাউন্টো খুলিব লাগিব । জার্মান সংস্থা ইউনিপাৰে জনাইছে, ইতিমধ্যে ইউৰোপত এটা ৰুছ বেংকৰ শাখাত তেওঁলোকে একাউন্ট খুলিছে । তাৰ মাধ্যমতেই ইন্ধনৰ দাম কমাব পাৰিব ।

একেই বার্তা আহিছে অষ্ট্ৰিয়াৰ ইন্ধন সংস্থা অ’এমভিজেএফ-ৰ তৰফৰ পৰাও । প্রসংগত, বুধবাৰে গেজপ্র’মৰ তৰফৰ পৰা জনোৱা হৈছিল, পোলেণ্ড আৰু বুলগেৰিয়াই ইন্ধনৰ মূল্য ৰুবেলত দিব নোৱাৰাৰ বাবেই এই দুই দেশত গেছ সৰবৰাহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । ইটালীৰ এটা ইন্ধন সংস্থায়ো ৰুবেলত দাম কমাবৰ বাবে ৰুছ বেংকত একাউন্ট খুলিছে বুলি ইউৰোপৰ কিছুসংখ্যক সংবাদমাধ্যমে দাবী কৰিছে ।

প্রসংগত বৃহস্পিতবাৰে মস্কোৱে জনাইছিল, ইন্ধনৰ দাম কমাবৰ বাবে ইউৰোপৰ প্ৰায় ১০টা কোম্পানিয়ে ৰুছ ইন্ধন সংস্থা গেজপ্ৰ’মৰ বেংকত একাউন্ট খুলিছে ।

ইউক্রেইনৰ ওপৰত আক্ৰমণৰ প্রতিবাদত ৰাছিয়াক বাণিজ্যিক আৰু সামাজিকভাৱে বয়কট কৰাৰ আহ্বান জনাইছে আমেৰিকা আৰু তাৰ সহযোগী পশ্চিম ইউৰোপৰ দেশসমূহে । সেই দেশসমূহৰ বিভিন্ন সংস্থাই ৰাছিয়াৰ পৰা ব্যৱসায় কাঢ়ি লৈছে । ৰাছিয়াৰ ওপৰত এটাৰ পাছত আনটো কঠোৰ অর্থনৈতিক নিষেধাজ্ঞা জাৰি কৰাৰ প্রক্রিয়াও চলিছে ।

পশ্চিমীয়া দেশসমূহৰ বিশ্বক আহ্বান, ৰাছিয়াৰ পৰা ইন্ধন কিনা বন্ধ কৰি পুটিনৰ দেশৰ ওপৰত চাপ বঢ়াওক । এনে পৰিস্থিতিত ইউৰোপৰ ইখনৰ পাছত সিখন দেশে ৰাছিয়াৰ পৰা ইন্ধন সৰবৰাহ নিশ্চিত কৰিবলৈ পুটিনৰ চর্ত মানি লোৱাত ৱাশ্বিংটনৰ নিষেধাজ্ঞা দুর্বল হৈ পৰিব বুলি সন্দেহ কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaAustriaGermanyRussiaUkraineVladimir Putin
publisher

publisher

Related Posts

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d