ADVERTISEMENT

Tag: Arvind Kejriwal

RRR : স্থগিত নহয় ছবিৰ মুক্তি, জানুৱাৰীতে ছবিগৃহলৈ আহিব আৰ আৰ আৰ

পিছুৱাই দিয়া হোৱা নাই 'আৰআৰআৰ'ৰ মুক্তিৰ দিন। নিৰ্ধাৰিত দিনতে অৰ্থাৎ সাত জানুৱাৰীত ছবিগৃহত মুক্তি পাব এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত ...

Read moreDetails

Delhi Mohalla Clinic : ঔষধত বিষক্রিয়া ! দিল্লীৰ মহল্লা ক্লিনিকে দিয়া ঔষধ খাই মৃত্যু তিনি শিশুৰ

ঔষধৰ বিষক্রিয়াত ৰাজধানী দিল্লীত তিনি শিশুৰ মৃত্যুৰ অভিযোগ । মহল্লা ক্লিনিকৰ তিনি চিকিৎসকে এই ঔষধ দিছিল বুলি অভিযোগ উত্থাপিত হৈছে ...

Read moreDetails

Delhi : এই পৰ্যন্ত হ্ৰাস হোৱা নাই দিল্লীৰ বায়ু প্ৰদূষণ

এই পৰ্যন্তও খোলা নাই দিল্লীৰ কোনো বিদ্যালয় । কিয়নো- সেই বায়ু প্ৰদূষণ! এসপ্তাহ ধৰি দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ ...

Read moreDetails

Delhi Pollution : প্ৰদূষণৰ বাবে সম্পূর্ণ তলাবন্ধ ঘোষণা কৰিবলৈ প্রস্তুত, শীৰ্ষ ন্যায়ালয়ক জনালে দিল্লী চৰকাৰে

প্ৰদূষণৰ বাবে সম্পূর্ণ তলাবন্ধ ঘোষণা কৰাৰ সম্ভাৱনা ৰাজধানী নতুন দিল্লীত । সোমবাৰে উচ্চতম ন্যায়ালয়ে হলফনামা দি এই কথা জনায় কেজৰীৱাল ...

Read moreDetails

সমগ্র দিল্লীত ভয়াৱহ প্ৰদূষণৰ বাবে তলাবন্ধৰ সম্ভাৱনা

ভয়াৱহ প্রদূষণে ছানি ধৰিছে দেশৰ ৰাজধানী দিল্লীক। দিল্লী আৰু ইয়াৰ ওচৰ-পাজৰৰ নগৰাঞ্চলত বিগত এসপ্তাহ ধৰি অভূতপূর্ব ধূলিময় আৱৰণৰ সৃষ্টি হৈছে। ...

Read moreDetails

বৃদ্ধ লােকক বিনামূল্যে অযােধ্যা দর্শন কৰাব দিল্লীৰ কেজৰিৱাল চৰকাৰে

দিল্লী চৰকাৰে বুধবাৰে অনুষ্ঠিত হােৱা বিশেষ কেবিনেট বৈঠকত তীর্থযাত্রা আঁচনিত অযােধ্যাকো অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত ল'লে। এতিয়াৰে পৰা দিল্লী চৰকাৰে বৃদ্ধ ...

Read moreDetails

Punjab Politics : পঞ্জাৱ কংগ্রেছৰ সভাপতিৰ পদ ত্যাগ সিদ্ধুৰ, দিল্লীৰ ‘শ্বাহ দৰবাৰত’ অমৰিন্দৰ

বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আজি প্রদেশ কংগ্রেছ সভাপতিৰ পদৰ পৰা পদত্যাগ দিলে নৱজোৎ সিং সিদ্ধুৱে । দলৰ সভানেত্রী ছোনিয়া গান্ধীক পদত্যাগপত্র ...

Read moreDetails

অৰবিন্দ কেজৰিৱালৰ গোৱাৰ প্ৰতিশ্ৰুতিঃ নিবনুৱাসকলৰ বাবে ভাত্তা, স্থানীয়সকলৰ বাবে সংৰক্ষণ

সমাগত নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছক পিছ পেলোৱাৰ চেষ্টা চলাইছে আম আদমি পাৰ্টীয়ে (আপ) । আপ-ৰ প্ৰধান অৰবিন্দ কেজৰিৱালে মঙলবাৰে গোৱাত ...

Read moreDetails

এইবাৰাে দীপাৱলীত দিল্লীত আতচবাজীত নিষেধাজ্ঞা

দেশৰ ৰাজধানী দিল্লীত যােৱা বছৰৰ দৰে এইবছৰাে দীপাৱলীত ফটকা বিক্রী, মজুতকৰণ আৰু আতচবাজীত নিষেধাজ্ঞা আৰােপ কৰা হ'ল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ ...

Read moreDetails
Page 5 of 10 1 4 5 6 10