Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা লক্-ডাউনৰ বৰ্দ্ধিত সময়সীমা নিষ্ঠাৰে মানি চলিবলৈ জনসাধাৰণক আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

publisher by publisher
April 14, 2020
in COVID-19, News
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা লক্-ডাউনৰ বৰ্দ্ধিত সময়সীমা নিষ্ঠাৰে মানি চলিবলৈ জনসাধাৰণক আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

ADVERTISEMENT

অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী সোণোৱালে আজি ডিব্ৰুগড়ৰ নিজা বাসভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা ২১ দিনীয়া তলাবন্ধ নিষ্ঠাৰে পালন কৰা বাবে ৰাজ্যবাসীৰ শলাগ লোৱাৰ লগতে অহা ৩ মে’লৈ বৃদ্ধি কৰা তলাবন্ধৰ সময়ছোৱাত সামাজিক ব্যৱধানৰ নীতি সম্পূৰ্ণৰূপে মানি চলি ক’ভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ কয়।
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সৈতে জড়িত চিকিৎসক, নাৰ্ছকে ধৰি লেবৰটৰি টেকনিছিয়ান, আশা কৰ্মী, এম পি ডব্লিউ, চাফাই কৰ্মী, খাদ্য আৰু অসামৰিক যোগান বিভাগ, আৰক্ষী, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিভিন্ন বিভাগে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ৰাজ্যত চলি থকা যুঁজত আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে। আগন্তুক দিনবোৰত ৰাজ্যত ক’ভিড-১৯ ৰ সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পালেও তেনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ পূৰ্ণৰূপত প্ৰস্তুত হৈ আছে বুলি মুখ্যমন্ত্ৰী সোণোৱালে উল্লেখ কৰি ৰাজ্যবাসীক উদ্দেশ্য কৰি কয় যে তেওঁলোকৰ সহযোগত এই দুৰ্যোগ পূৰ্ণ সময়ৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰাটো সহজ হৈ উঠিব।
অন্যহাতে, মুখ্যমন্ত্ৰী সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ খনিকৰত জিলা প্ৰশাসনে গৃহহীন পৰিয়ালৰ বাবে স্থাপন কৰা আশ্রয়স্থলীত উপস্থিত হৈ তাত থকা লোকসকলক আহাৰ যোগান ধৰে। আৰু ৰাজ্যৰ দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ সমাজলৈ আহ্বান জনাই কয় যে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ উপৰি আজি ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা বাবাচাহেব ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্ম দিৱসৰ সংগতি ৰাখি মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19INDIA FIGHTS COVID-19Narendra ModiSarbananda Sonowal
publisher

publisher

Related Posts

সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?
India

: সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?

September 20, 2026
জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ
Assam

জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ

September 20, 2026
প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত
Assam

প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

September 20, 2026
জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’
Assam

জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

September 20, 2026
Assam

জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

September 20, 2026
জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল
Assam

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d