Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

নিৰ্ধাৰিত ১০,৫০০ নহয়, মাথোঁ ২,৭৯০ ছাত্র-ছাত্রীয়েহে গ্রহণ কৰিবলৈ সক্ষম হ'ল, সংসদীয় সমিতিয়ে পোহৰলৈ আনিলে তথ্য

publisher by publisher
August 28, 2026
in India, National, News
Reading Time: 1 min read
0
Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

ULFA (I) Members Surrender in Indo-myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচাওত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ

Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

Free Coaching Scheme:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজা দৰিদ্ৰ তথা আর্থিকভাবে পিছপৰা পৰিয়াল সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধার্থে মুকলি কৰা বিনামুলীয়া ক’চিং আঁচনি ৰূপায়ণত ব্যর্থ হ’ল নৰেন্দ্ৰ মোদী চৰকাৰ। চৰকাৰী এই ব্যৰ্থতাৰ ফলত বিগত তিনি বছৰত সমগ্ৰ দেশত নিৰ্ধাৰিত হাৰতকৈ তেনেই কম তথা মাথোঁ ২,৭৯০ ছাত্র-ছাত্রীয়েহে এই ক’চিং গ্ৰহণ কৰিবলৈ সক্ষম হয়।

ADVERTISEMENT

অথচ এই বিনামূলীয়া ক’চিং ১০,৫০০ ছাত্র-ছাত্রীক প্ৰদানৰ লক্ষ্য লৈছিল মোদী চৰকাৰে। ইয়াৰ বিপৰীতে আঁচনিখন ৰূপায়ণত চৰকাৰে ব্যৰ্থতা প্ৰদৰ্শন কৰাত নিৰ্ধাৰিত লক্ষ্যতকৈ তেনেই নগণ্য তথা মাথোঁ ২,৭৯০ ছাত্র-ছাত্রীয়েহে এই আঁচনিৰ অধীনত ক’চিং গ্ৰহণ কৰিবলৈ সক্ষম হয়।

শতাংশ হিচাপত ইয়াৰ পৰিমাণ হৈছে ২৬ শতাংশ। মোদী চৰকাৰৰ এই ব্যৰ্থতাৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আনিছে এখন সংসদীয় স্থায়ী সমিতিয়ে। উল্লেখ্য যে এই বিনামূলীয়া ক’চিং আঁচনিৰ অধীনত বছৰি আৰ্থিকভাৱে পিছপৰা আৰু দৰিদ্ৰ পৰিয়ালৰ ৩৫শ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছিল কেন্দ্রীয় সামাজিক ন্যায় মন্ত্রণালয়ে। এই লক্ষ্যত কেন্দ্র উপনীত হ’বলৈ সক্ষম নহ’ল বুলি সামাজিক ন্যায় আৰু সবলীক্ৰণৰ স্থায়ী সমিতিয়ে শেহতীয়া এক প্রতিবেদনত উল্লেখ কৰিছে।

যোৱা ১০ আগষ্টত স্থায়ী সমিতিখনে উক্ত প্রতিবেদন সংসদত দাখিল কৰে। লক্ষ্যণীয়ভাৱে নীট-ইউজিৰ প্ৰশ্নকাকত ফাদিলক লৈ নৱপ্ৰজন্মৰ প্রতিবাদে দেশ উত্তাল কৰাৰ সময়তে চলিত বর্ষব স্বাধীনতা দিৱসৰ ভাষাত প্রধানমন্ত্রী মোদীয়ে প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা সকলো ছাত্র-ছাত্রীক বিনামূলীয়া অনলাইন ক’চিং প্ৰদানৰ ব্যৱস্থা মুকলি কৰা হ’ব বুলি উল্লেখ কৰিছিল। অৱশ্যে মোদীয়ে ঘোষণা কৰা এই বিনামূলীয়া অনলাইন ক’চিং কেনেদৰে প্ৰৱৰ্তন কৰা হ’ব সেই সম্পর্কীয় ৰূপৰেখা চৰকাৰে বৰ্তমানলৈ ৰাজহুৱা কৰা নাই।

সামাজিক ন্যায় আৰু সবলীকৰণৰ সংসদীয় স্থায়ী সমিতিয়ে যোৱা ১০ আগষ্টত দাখিল কৰা উক্ত প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০২৩-২৪৩ চৰকাৰী বিনামূলীয়া ক’চিং কেৱল ২২৩ ছাত্র-ছাত্রীয়েহে গ্ৰহণ কৰে। ইয়াৰ পাছৰ বছৰ অর্থাৎ ২০২৪-২৫ত এই বিনামূলীয়া ক’চিঙৰ সুবিধা ২,১৩৬ ছাত্র-ছাত্রীক প্ৰদান কৰা হয় যদিও ২০২৫-২৬ত এই বিনামূলীয়া ক’চিঙৰ সুবিধা ৪৩১ ছাত্র-ছাত্ৰীয়েহে গ্রহণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে এই বিনামূলীয়া ক’চিঙৰ বাবদ ২০২৩-২৪৩ ২৪ কোটি টকা ধাৰ্য কৰা হয় যদিও বাস্তৱত কেৱল ৭.৭৬ কোটি টকাহে ব্যয় হয়।

পৰৱৰ্তী বছৰত বাজেটত ধাৰ্য ধনৰ পৰিমাণ ৩৫ কোটি টকালৈ হ্রাস কৰা হয় আৰু ইয়াৰে মাথোঁ ১৭.৬৮ কোটি টকাহে ব্যয় হয়। গতিকে ২০২৫-২৬ত এই বিনামূলীয়া ক’চিঙৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ ২০ কোটি টকালৈ চৰকাৰে হ্ৰাস কৰে। পাছত কার্যক্ষেত্রত দেখা গ’ল যে ধাৰ্য ধনৰ মাথোঁ ৭.১১ কোটি টকাহে ব্যয় হয়।

অৱশ্যে সংসদত কেন্দ্রীয় সামাজিক ন্যায় মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি এই বিনামূলীয়া ক’চিঙৰ বাবদ ২০২৫-২৬ত ৯.৮৬ কোটি টকা ব্যয় হয়। উল্লেখ্য যে কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছচি), ষ্টাফ ছিলেকচন কমিছন, ৰেলৱে, ৰাজ্যিক লোকসেৱা আয়োগ, বিভিন্ন বেংক, আইআইটি-জেইই, নীট, কেট, চিএলএটি আদি প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজা আর্থিকভাৱে পিছপৰা তথা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মোদী চৰকাৰে এই বিনামূলীয়া ক’চিং আঁচনি মুকলি কৰে। অভিযোগ অনুসৰি উপযুক্ত আন্তৰিকতাৰ অভাৱত আঁচনিখনৰ সফল ৰূপায়ণ হোৱা নাই। তৎসত্ত্বেও কেন্দ্রীয় সামাজিক ন্যায় মন্ত্রণালয়ে ২০২৬-২৭ত সাত হেজাৰ ছাত্ৰ-ছাত্ৰীক এই বিনামূলীয়া ক’চিং প্ৰদানৰ লক্ষ্য লৈছে।

অৱশ্যে এই বিনামুলীয়া ক’চিঙৰ আওতাত কিয় সাত হেজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি ল’বলৈ সামাজিক ন্যায় মন্ত্রণালয়ে বিচাৰিছে সেয়া বোধগম্য নহ’ল বুলি সংসদীয় স্থায়ী সমিতিখনে প্রতিবেদনত উল্লেখ কৰিছে। সমিতিখনে লগতে আঙুলিয়াই দিছে যে এই আঁচনিৰ সুবিধা গ্ৰহণৰ পৰা প্ৰাৰ্থী বা ছাত্র-ছাত্রী বঞ্চিত হোৱাৰ অন্যতম প্ৰধান কাৰণ হ’ল আঁচনিখনৰ সুবিধা কেৱল বার্ষিক সর্বাধিক আঠ লাখ টকা আয়ৰ পৰিয়ালসমূহৰ ছাত্ৰ-ছাত্ৰীয়েহে গ্রহণ কৰিব পাৰিব বুলি নিয়ম চৰকাৰে বান্ধি দিছে।

গতিকে সংসদীয় স্থায়ী সমিতিখনে পৰিয়ালৰ বাৰ্ষিক আয়ৰ ক্ষেত্ৰত থকা এই সীমাৰ কথা পুনৰ বিবেচনা কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছে। অৱশ্যে এই ক্ষেত্রত সামাজিক ন্যায় মন্ত্রণালয়ৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱা নগ’ল বুলিও সমিতিখনে উল্লেখ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Free Coaching Schemelatest newsNarendra ModiNational Newsparliament committee
publisher

publisher

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d