Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ইচ্ছাকৃতভাৱে ভাইৰাছ বিয়পোৱাৰ ফল ভুগিব লাগিব বুলি চীনক সকীয়ালে ট্ৰাম্পে 

publisher by publisher
April 19, 2020
in COVID-19, News
Reading Time: 1 min read
0
মৃত্যু উপত্যকাত পৰিণত আমেৰিকা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

কৰ’না ভাইৰাছক লৈ অব্যাহত আছে আমেৰিকা আৰু চীনৰ বাকযুদ্ধ  । আৰম্ভণিৰ পৰাই কৰ’না ভাইৰাছৰ উৎপত্তি আৰু বিশ্বজুৰি সংক্ৰমণৰ ভয়াৱহ পৰিণতিৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক দোষাৰোপ কৰি আহিছে । এনে অভিযোগ চীনে নসাৎ কৰি অহাৰ মাজতে এইবাৰ একপ্ৰকাৰ সকীয়নি দিলে ট্ৰাম্পে ৷তেওঁ কয়,চীনে ইচ্ছাকৃতভাৱে এই ভাইৰাছ বিয়পালে তাৰ ফল ভূগিব লাগিব ৷অৱশ্যে কেনেধৰণৰ ফল ভূগিব লাগিব সেয়া নিশ্চিত কৰা নাই ট্ৰাম্পে ৷ হোৱাইট হাউচত কৰ’নাৰ সংক্ৰমণক লৈ নিয়মীয়া সাংবাদিক মেলত পুনৰ বিশ্বব্যাপী সংক্ৰমণ বিয়পোৱাৰ বাবে চীনক দায়ী কৰে মাৰ্কিন ৰাষ্ট্ৰপতিজনে ৷ ইয়াৰ সমান্তৰালভাৱে আমেৰিকাত ট্ৰাম্পৰ বিৰোধী সকলে সমালোচনা কৰিছে যে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ হোৱাইট হাউচৰ ব্যৰ্থতা ঢকাৰ বাবেই চীনৰ গাত দোষ জাপি সাৰিব বিচাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ।

ADVERTISEMENT

ট্ৰাম্পে কৰ’নাক আৰম্ভণিৰে পৰাই “চাইনিজ ভাইৰাছ” বুলিয়ে সম্বোধন কৰি আহিছে ।চীনৰ হুবেই প্ৰদেশৰ উহান চহৰৰ পৰা কৰ’না সংক্ৰমণ বিয়পিছিল বুলি বিশ্বজোৰা মত সৃষ্টি হৈছে ৷সেই সূত্ৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াক চীনা ভাইৰাছ বুলি আক্ৰমণ কৰি আহিছে। আৰু এনেদৰেই চীনক কাঠগড়াত তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে ট্ৰাম্পে ৷এইবাৰ ট্ৰাম্পে এখোপ আগুৱাই কয় যে,এয়া যদি ভুল হয় তেন্তে বাৰু ঠিকে আছে ৷ ভুল অৱশ্যে ভুলেই কিন্তু চীনে যদি ইচ্ছাকৃত ভাৱে কৰিছে তেন্তে তাৰ ফল নিশ্চয় ভূগিব লাগিব । অতি সম্প্ৰতি মাৰ্কিন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি উহানৰ এটি ভাইৰ’লজি লেবৰেটৰীত গৱেষণা কৰি থকা হৈছিল ৷ গৱেষণাৰ বিষয়বস্তু আছিল কোনো এটা ভাইৰাছৰ চৰিত্ৰ অধ্যয়ন আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ বেইজিঙৰ শক্তি পৰীক্ষা । সেই সূত্ৰে ট্ৰাম্পে কয় যে সেই লেবৰেট’ৰীত ভাইৰাছ প্ৰস্তুত কৰা হৈছিল অথবা ভাইৰাছ বিয়পাই দিয়া হৈছিল । কিন্তু ট্ৰাম্পৰ এই ভাষ্য নসাৎ কৰে চীনৰ চৰকাৰী লেবৰেট’ৰী উহানৰ ইনষ্টিটিউট অৱ ভাইৰ’লজীয়ে ৷

হোৱাইট হাউচৰ বিৰুদ্ধে অৱশ্যে আমেৰিকাৰ আভ্যন্তৰত বহু অভিযোগ আছে ৷ কৰ’না ভাইৰাছক আৰম্ভণিৰে পৰা গুৰুত্ব নিদিয়া,তলাবন্ধ ঘোষণা নকৰা,তলাবন্ধৰ পিছতো কঠোৰভাৱে ব্যৱস্থা নোলোৱা আদি । ব্যৰ্থতা ঢাকিবলৈ দেশৰ ভিতৰত চীন বিৰোধী আৱেগ সৃষ্টি কৰিবলৈ ট্ৰাম্পে চেষ্টা কৰিছে বুলি অভিযোগ ট্ৰাম্পৰ ৷ আনহাতে কৰ’না ভাইৰাছৰ মোকাবিলাত স্বাস্থ্যকৰ্মীৰ বাবে অতিকৈ প্ৰয়োজন পি পি ইৰ বাবে আমেৰিকা চীনৰ ওপৰতে নিৰ্ভৰশীল। তদুপৰি শেহতীয়াকৈ ট্ৰাম্পৰ এক ভাষ্যই বিতৰ্কৰ সৃষ্টি কৰিছে ৷ তেওঁৰ মতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃতকৰ সংখ্যাই আমেৰিকাই শীৰ্ষ স্থানত অৱস্থান কৰা নাই ৷ এই বিষয়ত এক নম্বৰত আছে চীন। ইয়াকে লৈ ট্ৰাম্পে বেইজিঙৰ চৰকাৰী পৰিসংখ্যাক প্ৰত্যাহ্বান জনাইছে ৷ ট্ৰাম্পৰ ভাষ্য যে বেইজিঙৰ চৰকাৰী তথ্যতকৈ মৃতকৰ সংখ্যা বহু বেছি আৰু চীনৰ পৰিসংখ্যা মুঠেও বিশ্বাসযোগ্য নহয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHAINACORONAVIRUSCovid-19DONALD TRUMPFIGHT AGANIST COVID-19USAWORLD FIGHTS CORONA
publisher

publisher

Related Posts

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

September 4, 2026
মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’
India

মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d