Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাই পণ্ড কৰিলে বলিউদ তাৰকাৰ বিয়া

publisher by publisher
April 21, 2020
in COVID-19, Entertainment, News
Reading Time: 1 min read
0
কৰ’নাই পণ্ড কৰিলে বলিউদ তাৰকাৰ বিয়া
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

সময় যেন হঠাৎ থমকি ৰৈছে । অতি ব্যস্ততম লোকজনেও এতিয়া ঘৰতে বহি অনিদিৰ্ষ্ট কাললৈ অৱসৰৰ সময় কটাইছে । এনে পৰিস্থিতিত আগতীয়াকৈ ঠিক কৰি ৰখা বিবাহ উৎসৱো বহুতেই সাময়িক ভাৱে স্থগিত ৰাখিবলৈ বাধ্য হৈছে । ইয়াৰ কাৰণো আছে ।প্ৰথমতে ,আৰ্থিক আঘাত । দ্বিতীয়তে, সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ যি ধাৰণা মানুহৰ মনৰ মাজত সোমাই পৰিছে, তাৰপৰা ওলাই অহাত সকলোকে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰিছে মনোবিজ্ঞানীসকলে । ইপিনে, বলিউদৰ তাৰকা সকলো এতিয়া গৃহবন্দী হৈ আছে । তেওঁলোকৰ একাংশৰ বিবাহো পণ্ড কৰিলে কৰ’না ভাইৰাছে । চিত্ৰগ্ৰহণত ব্যস্ত থকাৰ বাবে অধিকাংশ অভিনেতা-অভিনেত্ৰীয়েই ব্যক্তিগত কাম কাজৰ বাবে বিশেষ আহৰি নাপায় । অথচ চিত্ৰগ্ৰহণ বন্ধ যদিও বিবাহপাশত আবদ্ধ হ’ব পৰা নাই একাংশ তাৰকা । এপ্ৰিলৰ অন্তিমভাগত অভিনেতা আলী ফজল আৰু অভিনেত্ৰী ৰিচা চাদ্দা্ই বিবাহপাশত আবদ্ধ হোৱা কথা আছিল ।ইয়াৰ বাবে তেওঁলোকে দীৰ্ঘদিনীয়া প্রস্তুতিও আৰম্ভ কৰিছিল । কিন্তু কৰ’নাই সকলোবোৰ খেলিমেলি লগাই দিলে । অৱশ্যে পৰিস্থিতি স্বাভাৱিক হ’লে চলিত বছৰৰ শেষৰ ফালে বিবাহ সম্পন্ন কৰিব তেওঁলোকে ।

ADVERTISEMENT

প্ৰেয়সী নাটাছা দালালৰ স’তে মে’ত থাইলেণ্ডৰ পঞ্চতাৰকা হোটেলত অভিনেতা বৰুণ ধৱনে বিবাহ সম্পন্ন কৰাৰ কথা আছিল । বিবাহৰ স্থানক লৈও ৰোমাঞ্চিত হৈ আছিল ধৱন পৰিয়াল কিন্ত কৰ’না ভাইৰাছৰ বাবেই তেওঁলোকৰ সকলো পণ্ড হ’ল ।থাইলেণ্ডত বিবাহৰ পৰিকল্পনাই তেওঁলোকে বাদ দিলে ।স্বপ্নৰ স্থান এৰি ৰাজস্থানৰ যোধপুৰত বিবাহ সম্পন্ন কৰিব পাৰে বৰুণ-নাটাছাই । বলিউদৰ বৰ্তমানৰ তাৰকা যুটী ৰণবীৰ কপুৰ আৰু আলিয়া ভাটৰ বহুদিনৰে পৰা প্ৰেমৰ চৰ্চা চলি আহিছে । এই বছৰতে তেওঁলোকে বিবাহপাশত আবদ্ধ হ’ব বুলি চর্চা চলিছিল যদিও তাৰকাদ্বয়ৰ তৰফৰ পৰা এই বিষয়ত কোনো তথ্য সদৰী কৰা নাছিল। কিন্ত এতিয়া পৰিস্থিতি, বিবাহ সোনকালে সম্ভৱ হ’ব নে নহয় সেয়া সময়েহে ক’ব পাৰিব ।

অৱশ্যে ৰণবীৰ-আলিয়াই সম্প্ৰতি একেলগেই গৃহবন্দী হৈ আছে ।আৰবাজ খানৰ স’তে বিচ্ছেদৰ পাছৰে পৰাই মালাইকা অৰোৰাৰ সম্পৰ্ক স্থাপন হৈছিল অৰ্জুন কপুৰৰ স’তে ।এই বছৰতে বিবাহপাশত আবদ্ধ হ’ব বিচাৰিছিল তেওঁলোকে ।কিন্তু তলাবন্ধৰ বাবেই সেয়া সম্ভৱ হৈ নুঠিল । ইপিনে এপ্ৰিলতে প্ৰেমিক নিখিল শৰ্মাৰ স’তে সংসাৰ আৰম্ভ কৰাৰ কথা আছিল টেলিভিছন অভিনেত্ৰী টিনা ফিলিপৰ । সেইদৰে পৰিকল্পনাও কৰা হৈছিল । কিন্ত এতিয়া সকলোবোৰ বন্ধ । চাৰি এপ্ৰিলত ইউৰোপত তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিল । কিন্তু সেই সময়তে প্ৰায় সমগ্ৰ ইউৰোপতে কৰ’নাৰ ধ্বংসলীলা অব্যাহত আছিল ।সম্প্ৰতি পৰিস্থিতি শান্ত হোৱাৰ বাবেই তেওঁলোকে অপেক্ষা কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ALIA BHATCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONALockdownRANBIR KAPOORSTAY HOME STAY SAFE
publisher

publisher

Related Posts

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d