Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যসমূহে অব্যাহত ৰখা অভিযানৰ সমীক্ষা  আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ বাবে ‘আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল’ (আইএমচিটি) গঠন

publisher by publisher
April 25, 2020
in COVID-19, News
Reading Time: 1 min read
0
ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যসমূহে অব্যাহত ৰখা অভিযানৰ সমীক্ষা  আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ বাবে ‘আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল’ (আইএমচিটি) গঠন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

অশ্লীল বিষয়বস্তু প্ৰচাৰৰ অভিযোগত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ

দেশৰ অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ  কিছু সংখ্যক জিলাত বিধি-নিৰ্দেশনা ভংগৰ বহু বাতৰি লাভ কৰা কৰি কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যসমূহে অব্যাহত ৰখা অভিযানৰ সমীক্ষা  আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ বাবে ‘আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল’ (আইএমচিটি) গঠন কৰিছে |
কাৰণ তলাবন্ধ  বিধি-নিৰ্দেশনা উলংঘা কৰা কাৰ্যই জন-স্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকা কঢ়িয়াই অনাৰ লগতে জন-স্বাৰ্থৰ পৰিপন্থী বুলি বিবেচিত হৈছে। দেশত চিকিৎসক আৰু অন্যান্য স্বাস্থ্য-কৰ্মীক আক্ৰমণ, আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক আক্ৰমণ, অভব্য আচৰণ প্ৰদৰ্শন অথবা ৰাজহুৱা স্থানত সামাজিক ব্যৱধানবিধি উলংঘন, কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনত বাধা-প্ৰদানৰ দৰে কৰ্ম-কাণ্ডত লিপ্ত হৈ ক’ভিড-১৯ বিৰোধী সমগ্ৰ অভিযানটোকে বিপদাপন্ন কৰিব খোজা পৰিলক্ষিত হৈছে।এনে প্ৰেক্ষাপটতে কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ বাবে দুটা আৰু তেলেংগাণা আৰু মহাৰাষ্ট্ৰৰ বাবে এটাকৈ আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল(আইএমচিটি) গঠন কৰিছে।
এই দলকেইটাই সংশ্লিষ্ট ৰাজ্যকেখনলৈ গৈ পৰিস্থিতিৰ ক্ষেত্ৰ ভিত্তিক সমীক্ষা কৰাৰ লগতে পৰিস্থিতি চম্ভালিব পৰাকৈ যথাৰ্থ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য-প্ৰশাসনসমূহক পৰামৰ্শ প্ৰদান কৰিব। তদুপৰি দলেকেইটাই ৰাজ্যকেইখনত তেওঁলোকে চলোৱা সমীক্ষাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব।শেহতীয়াভাবে আহমেদাবাদ আৰু চুৰাট(গুজৰাট), থানে(মহাৰাষ্ট্ৰ), হাইদৰাবাদ(তেলেংগাণা) আৰু চেন্নাই(তামিলনাডু) আদিৰ দৰে ক’ৰোনাৰ-প্ৰচুৰ্য ঘটা জিলা অথবা এলেকাসমূহৰ পৰিস্থিতি অতিশয় জটিল হৈ পৰিছে।
ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰসমূহে অব্যাহত ৰখা যুঁজত কেন্দ্ৰীয় চৰকাৰৰ পাৰদৰ্শী ব্যৱস্থাৱলীৰ সদ্ব্যৱহাৰ কৰাৰ বাবে এইকেইটা দলে ৰাজ্য চৰকাৰসমূহক সহযোগিতা আগবঢ়াব।২০০৫ চনৰ ‘দুৰ্যোগ প্ৰবন্ধন আইন’ৰ ৩৫(১), ৩৫(২)(ক), ৩৫(২)(ঙ) আৰু ৩৫(২)(ঝ) ধাৰাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে এইকেইটা দলৰ গঠন প্ৰক্ৰিয়া সম্পন্ন কৰিছে।
ইফালে, দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও ৩১-০৩-২০ তাৰিখে দিয়া এক নিৰ্দেশত ৰাজহুৱা সুৰক্ষা আৰু স্বাৰ্থ ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা বিধি-ব্যৱস্থাসমূহ দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰ, চৰকাৰী প্ৰাধিকাৰী আৰু দেশৰ প্ৰতিগৰাকী নাগৰিকে আখৰে আখৰে পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে।‘আইএমচিটি’-য়ে অচিৰেই তেওঁলোকৰ ভ্ৰমণসূচী আৰম্ভ কৰিব বুলি এক বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰিছে চৰকাৰৰ সংশ্লিষ্ট বিভাগে  ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACentral GovernmentCorona VirusCovid-19INDIA FIGHTS CORONA VIRUSLockdown
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d