Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না বিয়পোৱাৰ শংকাত অসমে ছীল কৰিলে ত্ৰিপুৰা সীমান্ত

publisher by publisher
May 11, 2020
in COVID-19
Reading Time: 1 min read
0
কৰ’না বিয়পোৱাৰ শংকাত অসমে ছীল কৰিলে ত্ৰিপুৰা সীমান্ত
1
SHARES
11
VIEWS
ShareShareShareShare

ত্ৰিপুৰাত আকস্মিক ভাৱে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্নতাৰ বৃদ্ধি কৰিছে অসমত । ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ত্ৰিপুৰাৰ লগত থকা সীমান্ত ছীল কৰি দিয়ে। ফলস্বৰূপে চিকিমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য কেইখনত আবদ্ধ হৈ থকা অসমৰ লোকক দ্বিধাহীনভাৱে ওভতাৰ যি সুযোগ দিয়া হৈছিল সেয়াও ত্ৰিপুৰাৰ ক্ষেত্ৰত বন্ধ হৈ পৰিল। আনহাতে, নগালেণ্ডতো অসম সীমান্ত বন্ধ কৰি দিয়াৰ ফলত নাগালেণ্ডত আবদ্ধ লোকসকলৰো গৃহাভিমুখী যাত্ৰা বন্ধ হৈ পৰে। অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে চুবুৰীয়া ৰাজ্য খনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ADVERTISEMENT

উল্লেখ্য যে ত্ৰিপুৰাত ১৩৫ লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। অৱশ্যে ইয়াৰে ১৩২ জন হ’ল সেনাবাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ লোক। মাত্ৰ কেইটামান দিনৰ ভিতৰতে দুজনৰ পৰা ত্ৰিপুৰাত ইমান বৃহৎ সংখ্যক লোক আক্ৰান্ত হোৱাৰ ফলত সতৰ্কতাৰ অংশ হিচাপে অসম চৰকাৰে কৰিমগঞ্জৰ মাজেৰে ৰাজ্যখনত প্ৰৱেশ কৰা চোৰাইবাৰীৰ সীমান্ত পথ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়ে। ইয়াৰ লগতে সীমান্ত অঞ্চল ছীল কৰি দিয়া হয়। কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাহনৰ ক্ষেত্ৰতহে চুৰাইবাৰীৰ সীমান্ত খুলি দিয়া হ’ব ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

Assam Nagaland Border Conflict: সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তত উত্তেজনা

Uriamghat: উৰিয়ামঘাটত এনএছচিএনৰ সন্দেহত আটক ৪ অস্ত্ৰধাৰী নগা যুৱক

ইপিনে, অসমক লৈ শংকিত হৈছে নগালেণ্ড। নগালেণ্ডত বৰ্তমান এজনো কৰ’না আক্ৰান্ত নাই। তেনেক্ষেত্ৰত ৰাজ্যখনত যাতে বাহিৰৰ পৰা যোৱা কোনো লোকে সংক্ৰমণ ঘটাব নোৱাৰে তাৰ পৰিপ্ৰেক্ষিতত নগালেণ্ড চৰকাৰে মুকচাং জিলাত অসমৰ লগত থকা ৰাজ্যখনৰ আন্তঃ ৰাজ্যিক সীমান্ত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে । অত্যাৱশ্যকীয় সেৱাক বাদ দি অন্য যিবোৰ যানবাহন ৰাজ্য খনলৈ গৈছে সেইবোৰক আজিৰ ভিতৰত উভতি আহিবলৈ কোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS COVID-19Assam-Nagaland borderCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

মোডীৰ স’তে সাক্ষাৎ কৰাৰ পূৰ্বে কৰিব লাগিব RT-PCR, নির্দেশ মন্ত্রীসকলক
COVID-19

June 11, 2025
ভাৰতত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ , সক্ৰিয় ৰোগী ৬৪৯১, উদ্বেগ বাঢ়িছে কেৰালা আৰু গুজৰাটত  

June 10, 2025
Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

June 6, 2025
UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !
India

May 8, 2024
‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!
International

‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!

September 27, 2023
Covid Update : এমাহত বিশ্বত ক’ৰনাত মৃত্যু ১৪ হেজাৰ ! দেশত নিম্নমুখী সংক্ৰমণ

April 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d