Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাৰ প্ৰকোপত তাল হেৰাইছে ছৌদিৰ অৰ্থনীতিৰ

publisher by publisher
May 17, 2020
in COVID-19, News, world
Reading Time: 1 min read
0
কৰ’নাৰ প্ৰকোপত তাল হেৰাইছে ছৌদিৰ অৰ্থনীতিৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

তিনিটা দৈত্যকায় বান্ধ বান্ধিছে ছৌদি আৰবে আকর্ষিত হৈছে সমগ্ৰ বিশ্বৰ পৰ্যটক

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈকে তলাবন্ধৰ আলম লৈছে বিশ্বৰ বিভিন্ন দেশে । যাৰ বাবে গাড়ী-মটৰ চলা নাই, ব্যৱসায়, কাম-কাজ বন্ধ হৈ থকাত বিশ্ব অৰ্থনীতিৰো শোচনীয় অৱস্থা । এনে পৰিস্থিতিত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ছৌদি আৰব । বিশ্বত সবাতোকৈ অধিক খাৰুৱা তেল উৎপাদন হয় বাবে ছৌদিৰ মূল ব্যৱসায় হৈছে তেল ৰপ্তানি । কিন্তু দেশখনৰ তেল ৰপ্তানিতো ব্যাপক প্ৰভাৱ পেলাইছে কৰ’না ভাইৰাছে । যিসমূহ দেশে ছৌদিৰ খাৰুৱা তেলৰ বাবে আশা কৰি থাকে, সেইবোৰ দেশেই এতিয়া আগতীয়া সংৰক্ষণ বাতিল কৰিছে । এনে অৱস্থাত বিশাল বিশাল কণ্টেইনাৰ জাহাজত পৰি আছে বিপুল পৰিমাণৰ খাৰুৱা তেল । সংৰক্ষণ বাতিল হোৱাত বিভিন্ন বন্দৰত আবদ্ধ হৈ আছে এই তেল পৰিবাহী জাহাজসমূহ।

ADVERTISEMENT

পৰিস্থিতি এনে হৈছে যে ছৌদিত এতিয়া নতুনকৈ তেল উৎপাদনো বন্ধ হৈ আছে । ইয়াৰ সমান্তৰালকৈ বন্ধ হৈ আছে বিদেশী মুদ্ৰা অহাৰ পথ। সকলো মিলাই কৰ’নাৰ আক্ৰমণত থৰকাছুটি হেৰুৱাইছে তেল নিৰ্ভৰ ছৌদিৰ অৰ্থনীতিয়ে । এই সংকটৰ পৰিপ্ৰেক্ষিততে প্ৰথমবাৰলৈ ব্যয় সংকোচন বন্ধ কৰি, চৰকাৰী খৰছ হ্ৰাস কৰি আৰু তেল উৎপাদন বন্ধ ৰাখি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিছিল যুৱৰাজ মহম্মদ বিন ছলমনে । অথচ ইয়াতো সমস্যাৰ সমাধান হোৱা নাই । ফলত এইবাৰ ৰিয়েল এষ্টেট বিক্ৰী কৰি চৰকাৰী আন্তঃগাঁথনি ৰক্ষাৰ চেষ্টা চলাইছে ধনকুবেৰ ছৌদি ৰাজপৰিয়ালে ।

বিগত প্ৰায় সাত দশকত এই প্ৰথমবাৰলৈ এইধৰণৰ নজিৰবিহীন আৰ্থিক সংকটৰ সন্মুখীন হৈছে দেশখন । তেল-নিৰ্ভৰ অৰ্থনীতি আৰু সাম্ৰাজ্য বাহাল ৰখাই বিগত দুমাহত সবাতোকৈ বৃহৎ প্ৰত্যাহ্বানত পৰিণত হৈ পৰিছে । লক্ষ্যণীয়ভাৱে কৰ’না সংক্ৰমণৰ আগৰে পৰাই ছৌদি অৰ্থনীতিৰ বিপদ আৰম্ভ হৈছিল । ৰাছিয়াৰ সৈতে তেল যুদ্ধত লিপ্ত হৈছিল দেশখন। যাৰ বাবে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হো-হোৱাই নামিবলৈ আৰম্ভ কৰে । তদুপৰি ভাৰত আৰু চীনৰ দৰে বৃহৎ ক্ৰেতাৰো অৰ্থনীতি বন্ধ হৈ থকাত এই দুখন দেশেও সাময়িকভাৱে তেল আমদানিৰ পৰিমাণ হ্ৰাস কৰিছে। আফ্ৰিকাৰ দেশসমূহৰ অৱস্থাও তথৈবচ  । এনে অৱস্থাত গভীৰ দুশ্চিন্তাত পৰিছে ছৌদি চৰকাৰ । কিদৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰি, সেই চিন্তা কৰিয়ে এতিয়া চুলি ছিঙিহে ছৌদিৰ শাসক তথা অৰ্থনীতিবিদসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19Saudi Arabia
publisher

publisher

Related Posts

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d