Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

আগন্তুক বৰ্ষত বিপুল হাৰত জন্ম হ’ব শিশুৰ

publisher by publisher
June 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
সন্তান সম্ভৱা, পাঁচ বছৰৰ তলৰ সন্তানৰ মাতৃ কৰ্মচাৰীক ৰেহাই
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ৰাষ্ট্ৰসংঘৰ পপুলেচন ফাণ্ড( ইউ এন এফপি এ)ৰ তৰফৰ পৰা কিছুদিনৰ পূৰ্বে এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল।সংস্থাটোৰ হিচাপ অনুসৰি, সামান্য আৰু মধ্য আয়ৰ দেশসমূহৰ কমেও চাৰি কোটি ৭০ লক্ষ মহিলাই অত্যাধুনিক গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব পৰা নাই। যাৰ ফলত পৰৱৰ্তী কেই মাহমানৰ ভিতৰতে এই দেশসমূহত আৰু কমেও ৭০ লাখ মহিলা অনিচ্ছাকৃত মাতৃত্বৰ চিকাৰ হ’ব। ভাৰততো এই সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে বুলি মত প্ৰকাশ কৰিছে একাংশ চিকিৎসকে। ফলত আগন্তুক বৰ্ষত আমাৰ দেশতো জনসংখ্যা বৃদ্ধিৰ ভয়ানক চাপ পাৰিব। অৱশ্যে কেৱল গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নোৱাৰা বাবেই নহয়, বৰঞ্চ তলাবন্ধত অনিচ্ছাকৃত মাতৃত্ব বাঢ়ি থকাৰ আন কেতবোৰ সমীকৰণ আছে বুলি মন্তব্য কৰিছে দেশৰ একাংশ স্ত্ৰীৰোগ বিশেষজ্ঞই ।

ADVERTISEMENT

ভাৰতত তলাবন্ধ প্ৰযোজ্য হয় ২৪ মাৰ্চৰ মধ্যনিশাৰ পৰা । সেই অংক ধৰিলে অহা ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী পৰ্যন্ত দেশত শিশুৰ জন্ম হাৰ আন বছৰৰ তুলনাত বহুগুণে বাঢ়িব । স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ ক্লিনিক আৰু হাস্পতালসমূহত সদ্য গৰ্ভধাৰণ পৰীক্ষা কৰাবলৈ অহা মহিলাৰ হিচাপে সেই ধাৰণাকে অধিক সবল কৰিছে । পৰিয়াল পৰিকল্পনা আৰু অনিচ্ছাকৃত মাতৃত্বক যে কৰ’না ভাইৰাছে ৰোধ কৰিব পৰা নাই, সেয়া মানি লৈছে দেশৰ বহু নগৰ-মহানগৰৰ অধিকাংশ স্ত্রীৰোগ বিশেষজ্ঞই । এই ক্ষেত্ৰত মে’ৰ পৰা অনলাইন চিকিৎসা প্ৰদান কৰিবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰে মুম্বাইৰ এখন হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সৌমেন্দু জানা ৰায়ে । এই ক্ষেত্ৰত মে’ৰ পৰা অনলাইন চিকিৎসা সেৱা প্ৰদান কৰিবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰে মুম্বাইৰ এখন নামী হাস্পতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ সৌমেন্দু জানা ৰায়ে ।

এই প্ৰসংগত চিকিৎসকজনে কয়, ‘মহাৰাষ্ট্ৰ তথা মুম্বাই কৰ’নাৰ আক্ৰমণত সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে । তথাপি এই বছৰ তলাবন্ধ হোৱাৰ পাছৰে পৰা যিদৰে গৰ্ভধাৰণৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ পৰা মুম্বাইতে সম্ভৱতঃ পূৰ্বৰ তুলনাত সংখ্যাটো দ্বিগুন হ’ব । এই সময়ত ফোনত পৰামৰ্শ লোৱা ৰোগীৰ সংখ্যা ইমানেই বেছি যে ছুটীৰ দিনতো আমি ফোনৰ পৰা বিৰতি নোপোৱা হৈছো । কৰ’নাৰ বাবে সকলোকে হাস্পতাললৈ অহাত বাধা দিয়া হৈছে । সেয়ে ফোনতে চলিছে কাউন্সেলিং আৰু প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা।’  ইপিনে, বিষয়টো এতিয়া কেৱল মাতৃত্বৰ আনন্দ অনুভৱতে সীমাবদ্ধ হৈ থকা নাই । বৰঞ্চ গৰ্ভধাৰণৰ সমান্তৰালকৈ বৃদ্ধি পাইছে গৰ্ভপাতৰ আবেদনৰ সংখ্যা । মুম্বাইৰে আন এজন চিকিৎসক আনন্দ আহুজাই কয় যে অনিচ্ছাকৃত মাতৃত্বও সমানে বৃদ্ধি পাই আছে ।

আনহাতে, বাংগালুৰুৰৰ এখন বেচৰকাৰী হাস্পতালৰ চিকিৎসক সৌম্য ৰায় বছাকেও নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি কয় যে বহু ক্ষেত্ৰত মাতৃ গৰাকীয়ে নিজেই গৰ্ভপাতৰ কঠিন সিদ্ধান্ত গ্ৰহণ কৰিছে । গতিয়ে এই গৰ্ভধাৰণ যে মহিলাগৰাকীৰ বাবে অনাকাংক্ষিত, সেয়া স্পষ্ট হৈ পৰিছে । কলকাতাৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ অভিনিবেশ চেটাৰ্জীয়ে কয়, ‘এই সংখ্যা বৃদ্ধি কেৱল আধুনিক মানৰ গৰ্ভনিৰোধকৰ অভাৱ কাৰণে নহয় । বৰঞ্চ ইয়াৰ অন্তৰালত অনেক কাৰণ আছে । সবাতোকৈ ডাঙৰ কথা , অনেক জটিল ৰোগীৰ ক্ষেত্ৰতো দেখা গৈছে যে ৰোগৰ জটিলতা আৰু সময়ৰ অভাৱ আদি কাৰণবোৰ হ্ৰাস পোৱাত এই তলাবন্ধতে তেওঁলোকে যথেষ্ট সুস্থ আৰু স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে গৰ্ভধাৰণৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধিৰ অন্তৰালত আন কেতবোৰ কাৰণো চৰ্চালৈ আহিছে । তলাবন্ধ চলি থকা অৱস্থাত বিভিন্ন ফাৰ্মাচীত গৰ্ভনিৰোধক পিল বা কনড’মৰ মজুত কম আছিল । অনিচ্ছাকৃত মাতৃত্বৰ ইও এক অন্যতম কাৰণ বুলি বিশেষজ্ঞই মত প্ৰকাশ কৰিছে । তলাবন্ধৰ সময়ছোৱাত আৰক্ষীৰ প্ৰহাৰ আৰু কৰ’না সংক্ৰমণৰ ভয়তো বহু লোকে প্ৰথম অৱস্থাত ঘৰৰ পৰা বাহিৰ ওলোৱা নাছিল । ফলত তেওঁলোকে গৰ্ভনিৰোধক সংগ্ৰহত ব্যৰ্থ হৈছিল । আনহাতে, তলাবন্ধত হাতত অফুৰন্ত সময় । অফিচৰ কামৰ চাপ,ক্লান্তিও কম । ঘৰত থকাৰ সময় বৃদ্ধি পাইছে । মানসিক ভাৱে সুস্থ হৈ আছে । মনোবিদ অমিতাভ মুখাৰ্জীৰ মতে, মানসিক চাপ কমিলে শাৰীৰিক সম্পৰ্ক স্বাভাৱিকতে ভাল হয় । নিত‍্য ব্যস্ততা, দৈনিক নানা শাৰীৰিক পৰিশ্ৰমৰ ক্লান্তি আৰু শাৰীৰিক দূৰত্ব ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত মানসিক সমস্যাৰ সন্মুখীন হোৱা অনেক ৰোগীয়েও তলাবন্ধৰ সময়ত গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছে । মনৰ দিশৰ পৰাও তেওঁলোক অনেক সুস্থ হৈ পৰিছে ।

হাতত অনেক সময় থকাৰ বাবে নিয়মিত শাৰীৰিক সম্পৰ্ক অটুট ৰখাৰ লগতে হাতত গৰ্ভনিৰোধক নোপোৱাৰ ফলত বহুতে অনাকাংক্ষিত ভাৱেই গৰ্ভধাৰণ কৰিবলৈ বাধ্য হৈছে । গৰ্ভধাৰণ বৃদ্ধিৰ অন্যতম কাৰণ হৈছে কৰ’না আৰু তলাবন্ধৰ ফলত সৃষ্টি হোৱা চৰম উদ্বেগ । কৰ’না প্ৰাকৃতিক দুৰ্যোগ, কামৰ অনিশ্চয়তা, খাদ্যৰ চিন্তা আদি অনেক সমস্যাই অধিকাংশ লোকৰ মনতে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে । বাহিৰলৈ ওলাই গৈ আগৰ দৰে মনৰ আনন্দত কিছু সময় কটাব নোৱাৰাৰ হতাশাও যোগ হৈছে । এই হতাশা আৰু উদ্বেগৰ পৰা মুক্তি পাবলৈকে অধিকাংশ লোকে যৌনতাকে বাছি লৈছে । শাৰীৰিক সম্পৰ্ক বা সুস্থ যৌনতাৰ দ্বাৰা ‘ফিল গুড ‘ হৰম’ন নিঃসৰণ হয় । ফলত সাময়িক দুশ্চিন্তা কমে । ইও তলাবন্ধৰ গৰ্ভধাৰণ বৃদ্ধিৰ অন্যতম কাৰণ ।

কলকাতাৰ ডাঃ নীলিমা হাজৰাৰ মতে বিভিন্ন দেশ আৰু ৰাজ্যৰ পৰা বহু লোকে তলাবন্ধ আৰম্ভ হোৱাৰ পূৰ্বেই নিজগৃহত উপস্থিত হৈছিল । ইয়াৰ উপৰি বিভিন্ন ঠাইত আবদ্ধ হৈ পৰা শ্ৰমিকসকলকো নিজগৃহলৈ অনাৰ ব্যৱস্থা কৰা হৈছে । ফলত ঘৰত থকা জীৱনসংগিনীৰ পৰা দীৰ্ঘদিন আঁতৰি থকাৰ অভাৱ দূৰ হৈছে । তেওঁ কয়, ‘দেশত চৰকাৰী স্তৰত নানা প্ৰচাৰ চলোৱা সত্বেও এতিয়াও গৰ্ভনিৰোধক ব্যৱহাৰৰ মাত্ৰা অনেক কম । মধ্যবিত্ত, নিম্নবিত্ত আনকি একাংশ উচ্চবিত্তৰো এইবোৰ ব্যৱহাৰত অনীহা দেখা যায় । এই সচেতনতাৰ অভাৱতে এই দেশত জনসংখ্যা অতি বেছি । বহু পৰিয়ালত পুত্ৰ সন্তানৰ আশংকাও এটা ডাঙৰ কাৰণ । বহুতে পত্নীক কেৱল সন্তান উৎপাদনৰ যন্ত্ৰ বুলিয়ে ভাবে, পত্নীৰ ইচ্ছাক মূল্য দিয়া নহয় । তাতে এতিয়া তলাবন্ধৰ বাবে ঘৰতে সময় কটাবলগীয়া হোৱাত শাৰীৰিক সম্পর্কত লিপ্ত হোৱাৰ সুযোগো বেছিকৈ পোৱা গৈছে । কোনো কোনোৱে দীৰ্ঘদিনৰ পাছত ঘৰলৈ উভটিছে । সময় বাঢ়িছে, কিন্ত বাদ পৰিছে সচেতনতা ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19india
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d