Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

উহানৰ পৰাই বিয়পিছিল কৰ’না ভাইৰাছঃ তথ্য সদৰী কৰিলে আমেৰিকাই

publisher by publisher
July 19, 2020
in COVID-19, News
Reading Time: 1 min read
0
চীনত ক’ৰনাৰ পুনৰ সংক্ৰমন:অধিক ভয়াৱহ ৰূপ ধৰাৰ আশংকা

GUAGZHOU, CHINA - JANUARY 22: Citizens wear masks to defend against new viruses on January 22,2020 in Guangzhou, China.The 2019 new coronavirus, known as "2019-nCoV", was discovered in Wuhan virus pneumonia cases in 2019, and the virus was transmitted from person to person. Currently, confirmed cases have been received in various parts of the world. (Photo by Stringer/Anadolu Agency via Getty Images)

1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

ইৰাণ-আমেৰিকা সংঘাতত যুদ্ধবিৰতি, ‘ৱাৰ পাওৱাৰ্ছ এক্ট’ লৈ নতুন বিতৰ্ক

চীনৰ হুবেই প্ৰদেশৰ উহানৰ পৰাই বিয়পিছিল কৰ’না ভাইৰাছ ৷ পুনৰ এই দাবী দৃঢ়ভাৱে উত্থাপন কৰিলে আমেৰিকাই । চীনত মাৰ্কিন দূতাবাসৰ বিষয়াৰ স’তে মাৰ্কিন বিদেশ মন্ত্ৰণালয়ৰে হোৱা এটি আলোচনাত এনে তথ্য সমৃদ্ধ কেৱল উন্মোচিত কৰিলে আমেৰিকাই ৷ ২০১৮ৰ এই গোপন কেবলত উহানৰ গৱেষণাগাৰৰ কৰ্মীসকলৰ দক্ষতা আৰু এই ধৰণৰ ভাইৰাছ কামৰ বাবে জৰুৰী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ ঘটনাক্ৰমে যোৱা ডিচেম্বৰত উহানৰ বজাৰৰ পৰাই কৰ’না ভাইৰাছ বিয়পে বুলি কৈছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ উহানৰ বজাৰত বাদুলি বা পেংগুলিনৰ পৰা নহয়,উহানৰ গৱেষণাগাৰৰ পৰাই কৰ’না ভাইৰাছ বিষপিছে বুলি এপ্ৰিলৰ পৰাই দাবী কৰি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷

ADVERTISEMENT

মে’তো ট্ৰাম্প প্ৰশাসনে একেই দাবী কৰে ৷ ট্ৰাম্পে কৈছিল “আমাৰ ওচৰত নথি পত্ৰ আছে ৷ মই নিশ্চিত,উহানৰ গৱেষণাগাৰৰ পৰাই বিয়পিছিল ৷ অৱশ্যে কিদৰে নিশ্চিত হ’লো সেয়া জনাব নোৱাৰিম ।তেনে কৰাটো উচিত নহ’ব ৷ একে অভিযোগ কৰে মাৰ্কিন বিদেশ সচিব মাইক পম্পেয়াই । উন্মোচিত হোৱা গোপন কেবলত দাবী মতে, ২০১৮ ত উহানৰ উক্ত গৱেষণাগাৰ চাবলৈ গৈছিল চীনৰ মাৰ্কিন দূতাবাসৰ কেইজনমান বিষয়ববীয়াই  ৷তেওঁলোকে গৈ দেখে যে দক্ষ কৰ্মী যথেষ্ট অভাৱ আছে গৱেষণাগাৰত ৷ এনে ধৰণৰ ভাইৰাছক লৈ কাম কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰো অভাৱ আছে ৷

গোপন কেবলত কৰা অভিযোগ অনুসৰি বাদুলিৰ শৰীৰত পোৱা ছাৰ্দৰ দৰে বিভিন্ন ধৰণৰ কৰ’না ভাইৰাছক লৈ কাম কৰাৰ অনুমতি থাকিলেও উহানৰ গৱেষণাগাৰত বিজ্ঞানীসকলে মানৱ শৰীৰত সংক্ৰমণ ঘটাব পাৰি,এনে ধৰণৰ ছাৰ্দ কৰ’না ভাইৰাছ লৈ কাম কৰি আহিছে । জন হপকিন্স বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ হেলথ ছিকিউৰিটি বিভাগৰ বিষয়া টম ইংলেছবায়ে কয় ৷” গৱেষণাগাৰৰ পৰা কৰ’না ভাইৰাছ বিয়পোৱাৰ দাবী সম্পূৰ্ণৰূপে মানি ল’ব পৰাকৈ গোপন কেবলত একো নাই ৷ অৱশ্যে এই দাবী নসাৎ কৰা হোৱাও নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHAINACovid-19DONALD TRUMPUSWuhan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d