Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সৰযুৰ পাৰত স্বৰ্ণযুগৰ সূচনা

publisher by publisher
August 6, 2020
in India, News
Reading Time: 1 min read
0
অপেক্ষাৰ অন্ত পৰিলঃ অনুষ্ঠিত হ’ল ৰাম মন্দিৰৰ ভূমি পূজন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত অযোধ্যাৰ সৰযু নৈ পাৰৰ ভূমিত ৰূপোৱালী ইটাৰে সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা অনুষ্ঠান ৷ ১৯৯০ ত অযোধ্যাত দেশজুৰি ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ অন্যতম উদ্যোক্তা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৩০ বছৰহ বুধবাৰে মোদীৰ হাতেৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি পৰ্বৰ সূচনা হ’ল মহা আড়ম্বৰৰী ৷ ৪০ কিলোগ্ৰাম ওজনৰ ৰূপৰ ইটা গাঠি ভূমি পূজাৰ মাধ্যমেৰে ৰাম মন্দিৰ নিৰ্মাণ সূচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷

ADVERTISEMENT

প্ৰধানমন্ত্ৰীৰ মুখত কেৱল উচ্চাৰিত হ’ল ৰাম চৰিত আৰু ঐক্য সংহতিৰ বাৰ্তা ৷ অনুষ্ঠানত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মন্তব্য কৰিলে “নতুন ভাৰতত সূচনা হ’ল নৱযুগৰ” ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যিকোনো অসম্ভৱৰ শান্তিপূৰ্ণ সমাধান কৰিবলৈ সক্ষম ।

উল্লেখযোগ্য যে  বুধবাৰে দিনৰ প্ৰায় ১১ বজাত অযোধ্যাৰ আকাশত মোদীৰ হেলীকপ্তাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে কাৰ্যতঃ সমগ্ৰ অযোধ্যা উল্লাসত মত্ত হৈ পৰে । কাৰণ এই অনুষ্ঠানৰ মধ্যমণি আছিল প্ৰধানমন্ত্ৰী মোদী । ১১ বজাত ছাকেট কলেজৰ খেলপথাৰত তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাছত তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী আদিত্যনাথে ৷ তাৰ পৰা প্ৰধানমন্ত্ৰী হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াবলৈ যায় । মন্দিৰৰ কৰ্তৃপক্ষই তেওঁক দিয়ে বস্ত্ৰ আৰু ৰূপৰ মুকুট ।

ইয়াৰ পাছত ৰামললা দৰ্শন কৰে মোদীয়ে। তাৰ পৰা তেওঁ যায় ৰাম জন্মভূমিলৈ ৷ তাৰ পৰা ঘড়ীৰ কাটা অনুসৰি এটা এটাকৈ সমস্ত ধৰ্মীয় কাৰ্য কৰি তেওঁ মঞ্চত উপবিষ্ট হয় । সৰযু নদীৰ পাৰত স্বৰ্ণযুগৰ সূচনা হ’ল ৷ অযোধ্যাত ৰামমন্দিৰৰ শিলন্যাসৰ দিনটোক এইদৰে ব্যাখ্যা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় বহু বছৰ জুৰি শিবিৰত মুখ গুজি আছিল ৰামললাই । এইবাৰ তেওঁৰ বাবে সুবিশাল মন্দিৰ নিৰ্মাণ হ’ব ৷

বুধবাৰৰ দিনটোক স্বাধীনতা দিৱসৰ লগত তুলনা কৰি মোদীয়ে কয় “সমগ্ৰ দেশে স্বাধীনতা সংগ্ৰামত যোগ দিছিল ৷ মন্দিৰৰ বাবেও বহুতে বলিদান দিছে । ইমানদিন তেওঁলোক অপেক্ষা কৰিবলগীয়া হ’ল । ১৫ আগষ্ট স্বাধীনতাৰ প্ৰতীক ৷ আজিৰ দিনটো ত্যাগ, সংকল্প আৰু সংযমৰ প্ৰতীক ৷

লগতে মোদীয়ে অযোধ্যাত লোকসকলক সম্বোধন কৰি কয় “মোৰ ইয়ালৈ অহাটো স্বাভাৱিক ৷ আজি সোমনাথৰ পৰা বিশ্বনাথ,বোধগয়াৰ পৰা সাৰনাথ,অমৃতসৰৰ পৰা কাশী বিশ্বনাথলৈ সকলো ৰাম ময় হৈ পৰিছে। কোটি কোটি ভাৰতীয়লৈ এই ঐতিহাসিক মূহুৰ্তৰ পৰাই প্ৰণাম তথা শুভেচ্ছা ৷ আজি সমগ্ৰ ভাৰত আবেগিক হৈ পৰিছে ৷ কোটি কোটি লোকৰ বছৰ বছৰ যোৱা অপেক্ষাৰ আজি অন্ত পৰিল । মোৰ সোভাগ্য যে মোক ৰাম জন্মভূমি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনালে ৷ গতিকে ৰাম মন্দিৰৰ ট্ৰাষ্টলৈ ধন্যবাদ জ্ঞাপন কৰিলো ।” লগতে মোদীয়ে কয় যে ভাঙি গৈ পুনৰ গঠন হোৱা পৰম্পৰাৰ যেন বহিঃপ্ৰকাশ ৰাম মন্দিৰ ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ পৰিধানত আছিল ছিল্কৰ কুৰ্তা আৰু বগা ধূতি ৷ তেওঁ শিলন্যাস কৰাৰ সময়চোৱাত জয় শ্ৰীৰাম, জয় সীয়াৰাম, ভাৰত মাতা কি জয়, হৰ হৰ মহাদেৱ আদি ধৰ্বনিৰে উপচি পৰে অনুষ্ঠানস্থলী । ইপিনে অনুষ্ঠানলৈ আমন্ত্ৰিত ১৭৫ জন অভ্যাসগতই সম্পূৰ্ণ সামাজিক বিধি মানি চলা পৰিলক্ষিত হয় । অতিথিসকলৰ বহুতৰে বয়স ৬৫ উধ্বৰ ৷ দীৰ্ঘদিনীয়া আইনী যুঁজ, বিতৰ্কৰ অন্তত অৱশেষত বুধবাৰে অযোধ্যাত এইদৰে সম্পন্ন হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি । এই দিনটো দেশবাসীৰ বাবে ঐতিহাসিক মূহুৰ্ত ৰৈ ৰ’ল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AyodhyaBhoomi PujanNarendra ModiRam Mandir
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d