Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰামমন্দিৰে চকুৰ টোপনি কাঢ়িছে পাকিস্তানৰ

publisher by publisher
August 6, 2020
in India, News
Reading Time: 1 min read
0
অনাগত তিনিবছৰত সম্পূৰ্ণ হৈ উঠিব ৰাম মন্দিৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

বুধবাৰে ভাৰতত ঐতিহাসিক ৰাম মন্দিৰত হোৱা ভূমি পূজনে চকুৰ টোপনি হৰিছে পাকিস্তানৰ। ভূমি পূজনক লৈ ইমৰান খানৰ চৰকাৰৰ মন্ত্ৰী সভাৰ উপৰিও এই সন্দৰ্ভত বিদেশ মন্ত্ৰ্যালয়েও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু ভাৰতে আজি এই সন্দৰ্ভত তীক্ষ্ণ শব্দৰে উত্তৰ দিয়ে চিৰ বৈৰী পাকিস্তানক ৷

ADVERTISEMENT

ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে কয় “বিভিন্ন ৰাষ্ট্ৰলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰা পাকিস্তানে আমাৰ ভিতৰুৱা বিষয়ত দখল নিদিয়াই ভাল ৷পাকিস্তানে সকলোতকৈ আগতে নিজৰ দেশৰ সংখ্যালঘুসকলক নিজৰ অধিকাৰ,সা সুবিধা প্ৰদান কৰক।”

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অযোধ্যাত কৰা ভূমিপূজনৰ বিষয়ে পাকিস্তানৰ ৰেল মন্ত্ৰীয়ে শ্বেখ ৰশীদে উচতনি মূলক মন্তব্য দিছিল। ইপিনে অযোধ্যাত হোৱা ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছৰে পৰা পাকিস্তানৰ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰবক্তা অনুৰাগ শ্ৰীবাস্তৱে কয়” আমি ইছলামিক ৰিপাব্লিক অফ পাকিস্তানৰ ভাষ্য প্ৰত্যক্ষ কৰিছো ৷ তেওঁলোকে ভাৰতৰ ভিতৰুৱা বিষয়ত দখল নিদিয়াটোৱেই ভাল ৷ লগতে সাম্প্ৰদায়িকতাৰ বীজ বিয়পোৱা কথাৰ পৰাও বিৰত থাকিব লাগে পাকিস্তান ৷ অৱশ্যে সন্ত্ৰাসবাদীক সীমা পাৰ কৰি চুবুৰীয়া দেশলৈ প্ৰেৰণ কৰা পাকিস্তানৰ পৰা এনে ধৰণৰ মন্তব্যত আচৰিত হোৱা নাই বুলি কয় অনুৰাগ শ্ৰীবাস্তৱে ৷নিজৰ সংখ্যালঘুসকলক কোনো অধিকাৰ প্ৰদান নকৰে দেশখনে ৷

গতিকে পাকিস্তানৰ এনে ধৰণৰ সাম্প্ৰদায়িকতাৰ বীজ বিয়পোৱা মন্তব্যক গৰিহনা দিয়ে অনুৰাগ শ্ৰীবাস্তৱে ৷ উল্লেখযোগ্য যে বুধাবাৰে ইমৰান খান চৰকাৰৰ ৰেল মন্ত্ৰী শ্বেখ ৰশীদে কৈছিল যে ভাৰত এতিয়া ৰাম নগৰলৈ ৰূপান্তৰিত হ’ল ৷ ভাৰতত সাম্প্ৰদায়িকতা বৃদ্ধি পাইছে। লগতে ভাৰতত ধৰ্মনিৰপেক্ষতাৰো অৱসান ঘটিল ৷ দেশখনত সম্প্ৰতি সংখ্যালঘূসকল বিপদত পৰিছে ৷ভাৰত এতিয়া শ্ৰীৰামৰ হিন্দুত্বত বিলীন হৈ গৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AyodhyaPakistanRam Mandir
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d