Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    হাউথিৰ আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

    মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

    মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে অগপত আন্তঃদলীয় ৰাজনীতি তুংগত

publisher by publisher
August 17, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে অগপত আন্তঃদলীয় ৰাজনীতি তুংগত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

বৰ্তমানৰ সমিতিৰ তিনি বছৰীয়া কাৰ্যকাল উকলাৰ পাছত চলিত মাহতে গঠন হ’ব অসম গণ পৰিষদৰ নতুন ৰাজ্যিক সমিতি। তাৰ বাবে অনুষ্ঠিত হ’ব সাধাৰণ পৰিষদৰ বৈঠক আৰু ইয়াৰ বাবেই সম্প্ৰতি অগপত আৰম্ভ হৈছে আন্তঃদলীয় তীব্ৰ ৰাজনৈতিক তৎপৰতা। ইয়াৰ পৰিপ্ৰেক্ষিতত অতুল বৰাৰ সভাপতিৰ আসন বাহাল থাকিব নে নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত কি কি পদত সালসলনি হ’ব কোনটো লবীয়ে পাব প্ৰাধান্য,নে নিৰ্বাচনৰ আগত দল দ্বিখণ্ডিত হ’ব এইবাৰো বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত মসৃণ মিত্ৰতা অব্যাহত ৰখাটো সম্ভৱ হ’বনে আদি প্ৰশ্ন সম্প্ৰতি দলীয় কৰ্মীসকলৰ মাজত চৰ্চিত হৈছে ।

ADVERTISEMENT

উল্লেখযোগ্য যে অগপত লবীকেন্দ্ৰিক ৰাজনীতি পূৰ্বৰ দৰে অব্যাহত আছে ৷তাৰ অংশৰূপে অগপৰ সভাপতি অতুল বৰাসহ তেওঁৰ ফৈদৰ শীৰ্ষ নেতাসকলক আঁতৰোৱাৰ চেষ্টা দলৰে আন শিবিৰে অব্যাহত ৰাখিছে। এইবাৰো বৰা সভাপতিৰ পদত থকাটো নিশ্চিত বুলি দাবী কৰে বৰ্তমানৰ কেইজনমান কেন্দ্ৰীয় পৰিষদৰ নেতাই ।কাৰণ তেওঁৰ পক্ষে অধিকাংশ জিলা সমিতিৰ সমৰ্থন আছে।

তথাপি পানী ঘোলা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে একাংশ নেতাই ৷নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰ প্ৰসংগ আনি বিজেপিৰ লগত মিত্ৰতাৰ বিৰোধিতা কৰা বিষয়টো মূল আধাৰ কৰি তেনে সুযোগৰ অপেক্ষাত থকাসকলে অৱশ্যে বৰাৰ স্থানত কাক অধিস্থিত কৰিব তাকে লৈ দোমোজাত আছে।

দলীয় সূত্ৰৰ মত অনুযায়ী বিৰোধী লবিটোৰ নেতৃত্ব বহন কৰি থকাসকলৰ অন্যতম হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । ইপিনে সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব ৷ ইয়াত দলৰ সকলো জিলা সমিতিসমূহৰ সভাপতি সম্পাদকসকলে ভাগ লোৱাৰ সম্ভাৱনা আছে। দলক দ্বিখণ্ডিত তথা মত বিৰোধ বৃদ্ধি কৰাৰ যি ষড়যন্ত্ৰ অব্যাহত আছে তাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকখন সভাপতি বৰাৰ নেতৃত্বত অনুষ্ঠিত হ’ব ।

ইতিমধ্যে কে’বাখনো জিলা সমিতিয়ে বৰ্তমানৰ ৰাজ্যিক নেতৃত্বক অৱগত কৰিছে যে তেওঁলোকে অতুল বৰাৰ নেতৃত্বত যি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব সেয়াই গ্ৰহণ কৰিব ৷

অৱশ্যে ৰাজ্যিক সমিতিৰ কে’বাটাও শীৰ্ষ পদত সালসলনি বিচাৰিছে অধিকাংশ জিলাই । সাধাৰণ পৰিষদৰ বৈঠকত জিলা সমিতিসমূহে এই পৰামৰ্শ আনুষ্ঠানিকভাৱে নেতৃত্বক দাখিল কৰিব বুলি দলৰ শীৰ্ষ নেতাৰ সূত্ৰই দাবী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpAssamAtul Bora
publisher

publisher

Related Posts

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ
India

‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

October 11, 2026
দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
India

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

October 11, 2026
জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ
India

জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

October 11, 2026
মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’
India

মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

October 11, 2026
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু
India

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d