Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নতুন লক্ষ্য-উদ্দেশ্যেৰে শীঘ্ৰে ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি কৃষক মুক্তিৰ

publisher by publisher
August 22, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
যোগ্য মানুহৰ দ্বাৰা গঠিত হৈছে পৰামৰ্শদাতা সমিতি-কৃষক মুক্তি
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

Opposition unity review meeting at Hotel Greenwood:দেওবাৰে হোটেল গ্রীণউডত বিৰোধী ঐক্যৰ পৰ্যালোচনা বৈঠক

Akhil Gogoi Election Campign In Digboi:কুশল দুৱৰীয়ে অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ দিয়াত অখিল গগৈৰ প্ৰতিক্ৰিয়া

অসম বিধান সভাৰ আসন্ন নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক দল গঠন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । ইয়াৰ বাবে ইতিমধ্যে সংগঠনটোৱে প্ৰস্তুত কৰিছে প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ লক্ষ্য-উদ্দেশ্য, দলীয় সংবিধান তথা ভবিষ্যত কৰ্মসূচী । আজি ইয়াত এক সংবাদ মেলত এই কথা সদৰী কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ডি শইকীয়াই কয় যে অসম বিধান সভাৰ আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব পৰাকৈ নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত কৰা হৈছে ।

ADVERTISEMENT

পূৰ্বৰ গণ মুক্তি সংগ্ৰাম সমিতিৰ বিপৰীতে নতুনকৈ নামকৰণ কৰা হ’ব প্ৰস্তাৱিত ৰাজনৈতিক দলটো । ইয়াৰ বাবে ইতিমধ্যে দলীয় -সংবিধানকে ধৰি ভৱিষ্যত কৰ্মসূচী প্ৰস্তুত কৰা হৈছে । প্ৰস্তাৱিত ৰাজনৈতিক দলটোক আপোচবিহীন আঞ্চলিক শক্তি হিচাপে গঢ়ি তোলা হ’ববুলি উল্লেখ কৰি তেও পুনৰ কয় যে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰা ভূমিকাৰ বাবেই আজিও পয়ালগা হৈ আছে ৰাজ্যখনৰ অৱস্থা ।

সেয়ে ৰাজ্যখনৰ পয়ালগা আৰ্থ সামাজিক অৱস্থাৰ উত্তৰণৰ লক্ষ্যৰে নতুন উদ্যমেৰে গঠন কৰা হ’ব নতুন ৰাজনৈতিক দলটো।প্ৰস্তাৱিত ৰাজনৈতিক দলটোত স্থান নাথাকিব কোনো সাম্প্ৰদায়িক শক্তিৰ ।আঞ্চলিকতাবাদত বিশ্বাসী,জাতীয়ভাবাপন্ন,ধৰ্ম নিৰপেক্ষ আৰু প্ৰগতিশীল সকলো শ্ৰেণীৰলোককহে দলটোত সামৰি লোৱা হ’ব। অন্যান্য আঞ্চলিক শক্তি সমূহ ঐক্যবদ্ধ হোৱাটো এই সময়ত জাতীয় কৰ্তব্য ।

ইয়াৰ বাবে সকলো আঞ্চলিক শক্তিৰে আলোচনৰ দুৱাৰ মুকলি ৰখা বুলিও তেওঁ কয় । প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ নাম শীঘ্ৰে ঘোষণা কৰিব কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে ।লগতে আসন্ন নিৰ্বাচনত অখিল গগৈয়ে প্ৰতিদ্বন্দিতাও আগবঢ়াৱ বুলি শইকীয়াই উল্লেখ কৰে । তদুপৰি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীও নিশ্চিত ভাবে অখিল গগৈয়ে হ’ব বুলিও সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেও উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKHIL GOGOIGana Mukti Sangram SamitiKrishak Mukti Sangram Samiti
publisher

publisher

Related Posts

তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি
Assam

September 16, 2026
দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক
India

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

September 16, 2026
Assam

September 16, 2026
আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা
Assam

আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

September 16, 2026
Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d