Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’নাৰ ভয়াবহতাৰ মাজতে চিৰাঙত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

publisher by publisher
September 19, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
কৰ’নাৰ ভয়াবহতাৰ মাজতে চিৰাঙত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

https://dainikagradoot.in/wp-content/uploads/2020/09/VID-20200919-WA0060.mp4

কৰ’নাৰ ভয়াবহতাৰ মাজতে চিৰাঙৰ ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী সভাত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত চিৰাঙৰ দুঠাইত ক্ৰমে ১নং বিষ্ণুপুৰ আৰু উলুবাৰীত বিজেপি দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।

ADVERTISEMENT

পুৱা ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী শিবনাথ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী হাজৰিকাই অংশগ্ৰহন কৰে । মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে বিটিচিত বিগত সময়ত অগাধ দুৰ্নীতি সংঘটিত হৈছে ।

গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বিজেপি দলক বিটিচি গঠনৰ বাবে ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক ভোটদানৰ আহ্বান জনায়। তেওঁ কৰ’নাৰ এই ভয়াৱহতাৰ মাজতে বাধ্যত পৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি মাস্ক বিতৰণ কৰে আৰু ৰাইজক মাস্ক পিন্ধাৰ বাবে আহ্বান জনায় । মন্ত্ৰী জনে কয় যে কংগ্ৰেছৰ উদ্যোগত যোৱা ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ বিৰোধিতা কৰি বিজেপি নেতা-কৰ্মীৰ ঘৰত জুই লগাইছিল ।

আমি কিয় হিন্দু বাংলাদেশী লোকক নাগৰিকত্ব দিব লগীয়া হ’ল যে বদৰুদ্দিন আজমলে অসমীয়াৰ অস্থিত্ব নোহোৱা কৰিব বিচাৰিছে । অনাগত দিনত বদৰুদ্দিন বিটিচিৰ মুখ্য হৈ যে নবহিব তাৰো কোনো নিশ্চয়তা নাই। গতিকে তেনে ধৰণৰ লোকৰ প্ৰতিৰোধৰ বাবেই আমি বিজেপি দলে নাগৰিকত্ব সংশোধনী আইন আনিলো ।

সেই সময়ৰ গুৱাহাটীত জুই লগোৱাসকলে এতিয়া নতুন দল গঠন কৰিলে । নতুন দলেই যদি গঠন কৰিব লাগে তেনেহলে গুৱাহাটীত জুই কিয় জ্বলালে, অসম কিয় ধ্বংশ কৰিলে বুলি প্ৰশ্ন কৰি মন্ত্ৰী হাজৰিকাই কয় যে নতুন দলে দুহেজাৰ ভোটতে থমকি থাকিব লাগিব। আমি কি অসমীয়া নহয় নেকি ? সৰ্বানন্দ সোনোৱাল অসমীয়া নহয় নেকি বুলি প্ৰশ্ন কৰে মন্ত্ৰীজনে ।

তেওঁ আৰু কয় যে এই আইন গৃহীত হোৱাৰ পিচত বঙালী ভাই সকলৰ ডি ভোটাৰ সমস্যা আৰু ডিটেনচন কেম্পৰ সমস্যা চিৰদিনৰ বাবে সমাধান হ’ল । আমি অসমীয়া আৰু বঙালী ভাই সকলে মিলি অসম ৰক্ষা কৰিব লাগিব বুলি কয় মন্ত্ৰী হাজৰিকাই । তেওঁ আৰু কয় যে বিজেপি দলে ভাৰতৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সকলো কৰিলে । ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে চীনৰ ৰঙা চকুকো ভয় কৰা নাই ।

পাকিস্তানটো সোমাই মাৰিব পৰা হ’লো আমি । গতিকে বিজেপিৰ প্ৰতি ৰাইজৰ গভীৰ আস্থা আছে বাবেই ভোট দিব সেয়া নিশ্চিত। এই সময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাত আমি ভয় খোৱা নাই । অসমীয়া হিচাবে এই মিত্ৰতা মোৰ অভিমানত আঘাত কৰিছে । অসমত এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক দলে অসমীয়া নামটো মচি দিব বিচাৰিছে । এই দৰে থাকিলে অসমীয়া নামটো মচি পেলাব সেয়া খাটাং ।

এতিয়াই কোনো কোনো ঠাইত অসমীয়াৰ অস্থিত্ব নোহোৱা হ’ল । তেনে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছ দলে অসমীয়াৰ স্বাভিমানত কুঠাৰাঘাত কৰা বুলি কয় পীযুষ হাজৰিকাই। ৰাইজে নিশ্চয় ইয়াৰ পোটক তুলিব । আজি হিনম্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন পিচুৱাই দিয়াৰ বাবে জনোৱা আবেদন সন্দৰ্ভত হাজৰিকাই কয় আয়োগৰ নিৰ্দেশনাৰ প্ৰতি সহাৰি জনাই প্ৰয়োজনত নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিম বুলিও কয় ।

ইয়াৰ পিচতে মন্ত্ৰী জনে ১৯ নং থুৰিবাৰী(মুকলি) বিটিচি পৰিষদীয় সমষ্টীৰ বিজেপি প্ৰাৰ্থী অভিৰাম মহানায়কৰ হৈ উলুবাৰীৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । দুয়োটা নিৰ্বাচনী সভাতে প্ৰায় দুহেজাৰকৈ লোকে অংশগ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPBTCBTC ElectionCHIRANGPijush Hazarika
publisher

publisher

Related Posts

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে
India

ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d