Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হােটেলত মহিলাৰ স’তে আপত্তিজনক অৱস্থাত তিনি বিচাৰপতি

publisher by publisher
December 28, 2020
in India, News
Reading Time: 1 min read
0
হােটেলত মহিলাৰ স’তে আপত্তিজনক অৱস্থাত তিনি বিচাৰপতি
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

অৱশেষত বখাস্ত কৰা হ’ল বিহাৰৰ তিনি অভিযুক্ত বিচাৰপতিক। ২০১৩ৰ জানুৱাৰীত নেপালৰ বিৰাট নগৰৰ এখন হােটেলত মহিলাৰ লগত আপত্তিকৰ অৱস্থাত উদ্ধাৰ কৰা হৈছিল বিচাৰপতিকেইজনক। নেপাল আৰক্ষীয়ে আটাইকেইজনকে সেই সময়ত আটক কৰিছিল যদিও পাছত মুকলি কৰি দিয়ে। পৰৱর্তী সময়ত নেপালৰ এখন বাতৰি কাকতে বিষয়টো পােহৰলৈ অনাৰ পাছত আৰম্ভ হয় বিচাৰ প্রক্রিয়া।

ADVERTISEMENT

এনেদৰেই এসময়ত উচ্চ ন্যায়ালয়ৰ পৰা গৈ গােচৰটো উচ্চতম ন্যায়ালয় পায়গৈ। যােৱা বছৰ ছেপ্টেম্বৰত বিচাৰপতিকেইজনক বখাস্ত কৰাৰ নির্দেশ দিয়ে পাটনা উচ্চ ন্যায়ালয়ে। ২০১৯ত পাটনা উচ্চ ন্যায়ালয়ৰ এই নির্দেশ সম্প্রতি বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে। বিহাৰ চৰকাৰে জাৰি কৰা নিম্ন আদালতৰ এই তিনি বিচাৰকক বৰ্খাস্তকৰণৰ নিৰ্দেশত কোৱা হয় যে বাস্তণৰ এই নির্দেশ ২০১৪ ১২ ফেব্ৰুৱাৰীৰ পৰা কার্যকৰী হ’ব।

এই নির্দেৰ্শৰ পাছত বিচাৰপতিকেইজনে অৱসৰৰ পৰৱৰ্তী সময়ত অৱসৰৰ পাবলগীয়া কোনাে ধন এতিয়া লাভ নকৰিব। ঘটনাৰ সময়ত অভিযুক্ত বিচাৰপতি হৰিনিবাস গুপ্ত আছিল সমস্তিপুৰ পৰিয়াল আদালতৰ মুখ্য বিচাৰক। জিতেন্দ্রনাথ সিং আছিল অতিৰিক্ত জিলা ন্যায়াধীশ। কোমল ৰাম আছিল অতিৰিক্ত ন্যায়াধীশ তথা মুখ্য ন্যায়িক দণ্ডাধীশ। নেপালৰ বাতৰি কাকত ‘উঘােষ’ৰ প্রতিবেদনত সমগ্ৰ বিষয়টো স্পষ্ট হৈ আছে।

নেপালৰ বিৰাটনগৰস্থিত মেট্র’ হােটেলত আৰক্ষীয়ে চলােৱা অভিযানৰ সময়ত বিচাৰপতি তিনিজনক মহিলাৰ স’তে আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰিছিল। ২০১৪ৰ ২৬ জানুৱাৰীত তিনিওকে আৰক্ষীয়ে জিম্মাত লয়।লগে লগে জাৰি কৰা হয় বৰ্খাস্ত নিদের্শ। একেটা বর্ষৰে ফেব্ৰুৱাৰীত বখাস্তকৰণৰ বিৰুদ্ধে বিচাৰপতিকেইজনৰ দ্বাৰা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হয়। ২০১৫ত মুখ্য ন্যায়াধীশৰ নির্দেশত পাঁচ ন্যায়াধীশক লৈ এখন বিশেষ কমিটী গঠন কৰা হয়। ন্যায়ালয়ে বখাস্তকৰণৰ পক্ষেই কমিটীৰ পৰামর্শ অনুসৰি ৰায়দান কৰে। পৰৱৰ্তী সময়ত এই ৰায়দান বাহাল ৰাখে উচ্চতম ন্যায়ালয়েও। ইয়াৰ পাছতে প্রশাসনিক নির্দেশ জাৰি কৰা হয়। ঘটনাৰ সাত বছৰ পাছত অভিযুক্ত বিচাৰপতিকেইজনৰ বৰ্খাস্তকৰণৰ নির্দেশ কার্যকৰী কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BiharjudgeNepal
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d