Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভূপিন্দৰ সিং মানৰ পদত্যাগত প্ৰশ্নৰ মুখত কমিটিৰ ভৱিষ্যৎ

publisher by publisher
January 15, 2021
in India, News, Politics
Reading Time: 1 min read
0
ভূপিন্দৰ সিং মানৰ পদত্যাগত প্ৰশ্নৰ মুখত কমিটিৰ ভৱিষ্যৎ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

বিতৰ্কিত কৃষি আইনক লৈ কৃষকসকলৰ মতামত জানিবলৈ উচ্চতম ন্যায়ালয়ে গঢ়ি দিয়া কমিটি ত্যাগ কৰিলে ভূপিন্দৰ সিং মানে । চাৰি সদস্যৰে গঠিত কমিটি ভাৰতীয় কিষান ইউনিয়নৰ নেতাৰ ‘নিৰপেক্ষতাক’লৈ প্ৰশ্ন উত্থাপন হৈছিল । কাৰণ, পূৰ্বৰ পৰাই তেওঁ তিনি কৃষি আইনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে ।

ADVERTISEMENT

প্ৰায় ৫০ দিন ধৰি দিল্লীৰ সীমান্তত প্ৰতিবাদ কৰি থকা কৃষক সংগঠনবোৰে জনাই যে, তেওঁলোকে কমিটিৰ ওচৰত অভিযোগ উত্থাপন নকৰে । কৃষকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে, কমিটিৰ সদস্যসকলৰ আইনৰ পক্ষত কাৰ্যকৰীতা কিমান ? এই পৰিস্থিতিত কালি ভূপিন্দৰ সিং মানে কমিটি ত্যাগ কৰাৰ পাছত ইয়াৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে । কাৰণ, শীৰ্ষ ন্যায়ালয়ে কমিটিক কৃষকসকলৰ আপত্তি আৰু চৰকাৰৰ বক্তব্য শুনি দুমাহৰ ভিতৰত আবেদন কৰিবলৈ কৈছিল । সেয়েহে কৃষি আইনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে। সম্প্ৰতি কমিটিখনৰ বাবে নতুন সদস্যৰ সন্ধান কৰিব লাগিব ।

একাংশ অধিবক্তাৰ মতে, মুখ্য ন্যায়াধীশৰ বেঞ্চৰ দ্বাৰা নিৰ্মিত কমিটিৰ নিৰপেক্ষতাক লৈ পূৰ্বেই প্ৰশ্ন উত্থাপন হৈছিল । এইবাৰ কমিটিৰ এক সদস্যই নিজে ত্যাগ কৰাই শীৰ্ষ ন্যায়ালয়ৰ অস্বস্তিৰ কাৰণ ।

মানে এক বিবৃতিত কয়, সদস্য হিচাপে নিয়োগ কৰাৰ বাবে ধন্যবাদ । কিন্তু এজন কৃষক আৰু কৃষক সংগঠনৰ নেতা হিচাপে তেওঁ কৃষক আৰু পঞ্জাৱৰ মানুহৰ কাষত থাকিব বিচাৰে । কৃষক সংগঠনবোৰৰ ভয় আৰু সংশয় দেখিয়ে তেওঁ কমিটি ত্যাগ কৰিছে ।

ভূপিন্দৰে কমিটি ত্যাগ কৰাৰ পাছত একাংশ কৃষক নেতাসকলৰ দাবী, কমিটিৰ আন এক সদস্য অনিল ধনৱাতেও কমিটি ত্যাগ কৰিব লাগে । তেওঁ মহাৰাষ্ট্ৰৰ কৃষক সংগঠনৰ নেতা । কিন্তু ধনৱাতে জনাই যে তেওঁ কমিটি ত্যাগ নকৰে ।

ধনৱাতে কৃষি আইনৰ পক্ষত পূৰ্বে প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ কিষান সমন্বয় কমিটিৰ মঞ্চৰ পৰা কৃষিমন্ত্ৰীক পত্ৰ লিখি দাবী জনাই তিনি কৃষি আইন প্ৰত্যাহাৰ নকৰিবলৈ । কৃষক সভাৰ নেতা হান্নান ম’ল্লাই কয়, ‘প্ৰতিবাদৰ চাপত কমিটিৰ সদস্যসকল পলাব বিচাৰিছে ।’

স্থগিতাদেশ জাৰি কৰাৰ লগতে আন্দোলনস্থলীৰ পৰা বয়সস্থ, শিশু আৰু মহিলাসকলক আঁতৰ হ’বলৈ অনুৰোধ জনাই মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ব’বডেই । অধিবক্তাসকলক বুজোৱাৰ দায়িত্ব দি তেওঁ কয়, ভৱিষ্যতে এই বিষয়ত ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিব পাৰে । আজি ইয়াৰ প্ৰতিবাদত আঠশ গৰাকী মহিলা আৰু পুৰুষে মুক্ত পত্ৰ লিখে । পত্ৰত লিখে, ‘ব’বডেই কৃষক আন্দোলনত মহিলাসকলৰ ভূমিকাক অৱমাননা কৰিছে । কৃষক হিচাপে স্বীকৃতি পাবৰ বাবে তেওঁলোকে বহুদিন সংগ্ৰাম কৰিছে । তাৰো অসন্মান কৰিছে উচ্চতম ন্যায়ালয়ে ।’

কমিটি গঠনৰ পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছিল, ১৫ জানুৱাৰীত কেন্দ্ৰৰ স’তে প্ৰতিবাদী কৃষক সংগঠনবোৰৰ বৈঠক হ’ব । ইয়াৰ পূৰ্বে অষ্টম পৰ্যায়ৰ বৈঠকৰ পাছতো সমাধানৰ সূত্ৰ পোৱা নাযায় । কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰে জনাই যে, ‘চৰকাৰ আলোচনাৰ বাবে প্ৰস্তুত । নিৰ্ধাৰিত সময়তে বৈঠক হ’ব ।’ তেওঁ আশা কৰে ইতিবাচক সমাধান পোৱা যাব ।

কৃষি মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, বৈঠকত মন্ত্ৰীসকলে কৃষক নেতাসকলক কমিটিৰ সন্মুখত নিজৰ আপত্তি জনাবলৈ ক’ব । কিন্তু কৃষকসকলে আইন প্ৰত্যাহাৰৰ দাবীত অটল থকাৰে সম্ভাৱনা ।

এনচিবিৰ নেতা শৰদ পাৱাৰে মন্তব্য কৰে, ‘কৃষক নেতাসকলৰ স’তে মই একমত যে, কমিটিৰ স’তে আলোচনাত কোনো সমাধান পোৱা নাযাব । প্ৰকৃতাৰ্থত কোনো নিৰপেক্ষ ব্যক্তিক কমিটিত অন্তৰ্ভুক্ত কৰিলে ভাল হয় ।’

অনাগত দিনত কংগ্ৰেছে দেশজুৰি ৰাজ্যভৱন ঘেৰাও কৰাৰ হুংকাৰ দিছে । আজি ৰাহুল গান্ধীয়ে মাডুৰাইত কয়, ‘মোদী চৰকাৰে কৃষকসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে । কাৰণ তেওঁলোকে কৃষকসকলৰ ভূমি, শস্য উদ্যোগপতি বন্ধুসকলৰ হাতত তুলি দিব বিচাৰিছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhupinder Singh MannFarmers ProtestSupreme Court
publisher

publisher

Related Posts

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d