Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভিৰৰ সুযোগ লৈ কৃষক নেতাসকলক গুলীয়াই হত্যাৰ পৰিকল্পনা কৰিছে আৰক্ষীয়ে

publisher by publisher
January 24, 2021
in India, News
Reading Time: 1 min read
0
ভিৰৰ সুযোগ লৈ কৃষক নেতাসকলক গুলীয়াই হত্যাৰ পৰিকল্পনা কৰিছে আৰক্ষীয়ে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Odisha:ওড়িশাত অঘটন ! ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ছাত্ৰৰ

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

ULFA (I)calls for boycott of Republic Day:গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ

কৃষকসকলৰ প্ৰতিবাদত দিল্লী আৰক্ষীয়ে অশান্তিৰ সৃষ্টি কৰিছে ! ভিৰৰ সুযোগ লৈ কৃষক নেতাসকলক গুলীয়াই হত্যা কৰাৰ চেষ্টা চলাইছে ! শুক্ৰবাৰে ছিংঘু সীমান্তত এনে বহু চাঞ্চল্যকৰ দাবী কৰিছে কৃষকসকলৰ বিক্ষোভস্থলৰ ধৃত যুৱকে । এই সন্দৰ্ভত স্বৰাজ ইণ্ডিয়া দলৰ নেতা যোগেন্দ্ৰ যাদৱে দাবী কৰে যে, দিল্লী আৰক্ষীয়ে ২৬ জানুৱাৰীত কৃষকসকলক দিল্লীত ট্ৰেক্টৰৰ ৰেলী ওলোৱাৰ অনুমতি প্ৰদান কৰিছে । তেওঁৰ দাবী, কৃষকসকলৰ ৰেলীৰ ফলত ইণ্ডিয়া গেটত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসত একো প্ৰভাৱ নপৰে । শান্তিপূৰ্ণ ৰেলী হ’ব ।

ADVERTISEMENT

বিগত সময়ত বিক্ষোভস্থলৰ এজন ধৃত যুৱকে দাবী কৰে যে, কৃষকসকলৰ আন্দোলনত অশান্তিৰ সৃষ্টি কৰিবৰ বাবে হাৰিয়ানা ৰায় থানাৰ আৰক্ষীয়ে আঠজন যুৱক-যুৱতীক প্ৰশিক্ষণ দি তেওঁলোকৰ মাজত প্ৰেৰণ কৰিছে । যুৱকজনৰ দাবী, প্ৰতিবাদকাৰীৰ মনোবল ভংগ কৰিবৰ বাবে আজি পৰিকল্পিতভাৱে উশৃংখলতাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে । এই কাৰ্যত যুৱতীসকলক ব্যৱহাৰ কৰাৰ কথা আছিল । উশৃংখলতাৰ সুযোগ লৈ মঞ্চত থকা চাৰিজন কৃষক নেতাক গুলীয়াই হত্যা কৰাৰো পৰিকল্পনা কৰা হৈছিল ।

কিদৰে বিষয়টো নিয়ন্ত্ৰণ কৰিব লাগিব তাৰ প্ৰশিক্ষণ দিছিল ৰায় আৰক্ষী চকীৰ ষ্টেচন হাউচ অফিচাৰ (এছ এইচ অ’) প্ৰদীপ সিঙে । মুখত মাস্ক থকাৰ বাবে প্ৰদীপ সিঙৰ চেহেৰা কোনেও দেখা নাই বুলি দাবী কৰে ধৃত যুৱকজনে । কিন্তু পৰৱৰ্তী সময়ত জনোৱা হয় যে, ৰায় থানাৰ এছ এইচ অ’ৰ নাম বিবেক মালিক । তেওঁ বিগত সাত মাহ ধৰি সেইখন থানাত কৰ্মৰত । বিবেক মালিকে দাবী কৰে যে, যায় থানাত প্ৰদীপ সিং নামৰ কোনো আৰক্ষী নাই ।

ধৃত যুৱকজনে এইটোও দাবী কৰে যে, ২৬ জানুৱাৰীত ট্ৰেক্টৰ ৰেলীটো কৃষকসকলৰ ওপৰত আৰক্ষীয়ে আক্ৰমণৰ পৰিকল্পনা কৰিছে । তেওঁৰ দাবী, গণৰাজ্য দিৱসত ট্ৰেক্টৰ ৰেলীৰ বাবে দিল্লীত প্ৰৱেশৰ অনুমতি বিচাৰিলে দুখন ৰাজ্যৰ সীমাৰ পৰাই উভতি যাবলৈ কোৱা হ’ব । প্ৰতিবাদকাৰীসকলে বাধা নামানি আগবাঢ়িলে ৰেলীৰ প্ৰথম শাৰীৰ প্ৰতিবাদী কৃষকসকলক গুলীয়াই হত্যা কৰা হ’ব । এই বিষয়টো লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত আৰক্ষীৰ দাবী, যুৱকজনৰ ওপৰত চাপৰ সৃষ্টি কৰি এই বিবৃতি দিবলৈ বাধ্য কৰোৱা হৈছে । কৃষকসকলৰ অভিযোগ, তেওঁলোকৰ আন্দোলন ভংগ কৰিবৰ বাবে বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলাইছে ।

কালি সন্ধিয়া যোগেন্দ্ৰ যাদৱে জনায় যে, গণৰাজ্য দিৱসত কিষাণ গণতন্ত্ৰ ৰেলীত দিল্লী আৰু বহু ৰাজ্যৰ সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকে অংশগ্ৰহণ কৰিব । দিল্লী আৰু সংযুক্ত কিষান মৰ্চাৰ নেতাসকলে সম্প্ৰতি বৈঠকত মিলিত হৈ ট্ৰেক্টৰ ৰেলীৰ পথ প্ৰাথমিকভাৱে চূড়ান্ত কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: delhi borderFarmers Protestrepublic day
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d