Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৪০ বছৰত নিঃশেষ হৈ যাব চকলেট

publisher by publisher
January 25, 2021
in News
Reading Time: 1 min read
0
৪০ বছৰত নিঃশেষ হৈ যাব চকলেট
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

আৰব উপদ্বীপৰ শুকান মৰুপ্ৰান্তত উদ্ধাৰ এক লাখ ১৫ হেজাৰ পুৰণি মানৱ পদচিহ্ন

ক্রমে বিচ্ছিন্ন হৈছে আফ্রিকা-আৰৱৰ ভূগর্ভস্থ ফলক, নতুন সাগৰ সৃষ্টিৰ সম্ভাৱনা

বেছি দিন উপলব্ধ নহ’ব চকলেট । মধ্যবিত্তসকলৰ বাবে আৰু মাত্ৰ ১০ বছৰ । কিছু বছৰ পাছত সোণতকৈও অধিক দামী চকলেটৰ স্বাদ ল’ব পাৰিব মুষ্টিমেয় লোকসকলেহে । ৪০ বছৰৰ পাছত চকলেট সম্পূৰ্ণভাৱে নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰে পৰিৱেশবিদসকলে ।

ADVERTISEMENT

বৈজ্ঞানিকসকলৰ অনুসৰি, জলবায়ু পৰিৱৰ্তনেই ইয়াৰ অন্যতম কাৰণ । প্ৰত্যেক বছৰেই তাপমাত্ৰা বৃদ্ধি পাইছে । এনেদৰে তাপমাত্ৰা বৃদ্ধি হৈ থাকিলে আগন্তুক ১০ বছৰত চকলেট উৎপাদন প্ৰায় ৭০-৮০ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে কৃত্ৰিমভাৱে চকলেট তৈয়াৰ কৰাৰ গৱেষণা চলি আছে । কিন্তু কৃত্ৰিম চকলেটৰ স্বাদ প্ৰকৃত চকলেটৰ সদৃশ হ’ব নে নাই তাক লৈ সংশয়ৰ সৃষ্টি হৈছে ।

জলবায়ু পৰিৱৰ্তনে চকলেট উৎপাদনত যথেষ্ট প্ৰভাৱ পেলাইছে । আফ্ৰিকাৰ পশ্চিম উপকূলৰ দুখন দেশ আইভ’ৰি ক’ষ্ট আৰু ঘানাত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক চকলেট উৎপাদন হয় । দুই দেশৰ সমুদ্ৰৰ নিকটৱৰ্তী অঞ্চলসমূহত ক’ক’ৱা গছৰ খেতি কৰা হয় । এই ক’ক’ৱা গছ ইমানেই স্পৰ্শকাতৰ যে তাপমাত্ৰা সামান্য পৰিৱৰ্তন হ’লেই ফল উৎপাদন বন্ধ হৈ যায় । পৰিৱেশবিদসকলে আশংকা প্ৰকাশ কৰিছে যে অনাগত ৯-১০ বছৰৰ ভিতৰত সেই অঞ্চলৰ গড় তাপমাত্ৰা দুই ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি পাব । ফলত ক’ক’ৱা গছৰ ফল উৎপাদন সম্পূৰ্ণৰূপে বন্ধ হৈ যাব ।

তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত উত্তাপৰ লগতে সমুদ্ৰপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ফলত আইভ’ৰি ক’ষ্ট আৰু ঘানাৰ অঞ্চলসমূহ সমুদ্ৰত জাহ যাব পাৰে । ক’ক’ৱা গছত এক বিশেষ ধৰণৰ ভেঁকুৰ সংক্ৰমণো হয় । জলবায়ু পৰিৱৰ্তনৰ ফলত ভেঁকুৰৰ সংক্ৰমণো বৃদ্ধি পাব বুলি বহুতে মত প্ৰকাশ কৰে । এই সমস্যাসমূহৰ ফলত চকলেটৰ অস্তিত্ব সংকটত আছে ।

সম্প্ৰতি চকলেট সংৰক্ষণ কৰাৰ চেষ্টাও অব্যাহত আছে । ‘মাৰ্চ’ নামে চকলেট বাৰ কোম্পানীয়ে কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ স’তে যৌথভাৱে ক’ক’ৱা গছক সংৰক্ষণ কৰিবৰ বাবে চেষ্টা চলাইছে । কৃত্ৰিম পৰিৱেশত ক’ক’ৱা গছ খেতি কৰাৰ চেষ্টা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfricaCacao treeChocolate
publisher

publisher

Related Posts

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

October 3, 2026
শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d