Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

লালকিল্লা দখল কৰা পৰিকল্পনা নাছিলঃ দীপ সিদ্ধু

publisher by publisher
January 27, 2021
in India, News
Reading Time: 1 min read
0
লালকিল্লা দখল কৰা পৰিকল্পনা নাছিলঃ দীপ সিদ্ধু
2
SHARES
23
VIEWS
ShareShareShareShare

প্ৰতিবাদী কৃষকসকলক উত্তেজিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল পাঞ্জাৱী গায়ক দীপ সিদ্ধুৰ বিৰুদ্ধে । ইতিমধ্যে তেওঁ এই সন্দৰ্ভত মুখ খোলে । তেওঁ কয়, ‘এজন লোকে লক্ষ্যাধিক কৃষকক উত্তেজিত কৰা সম্ভৱ নেকি? মই মাত্ৰ আন্দোলনত যোগ দিছিলো ।’ নিজৰ ফেচবুক পেজত এটা ভিডিঅ’ প’ষ্ট কৰি বিতৰ্কৰ মাজত সোমাই পৰে গায়কজন ।

ADVERTISEMENT

বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি কৃষক নেতাসকলে গণৰাজ্য দিৱসৰ সন্ধিয়া অভিযোগ কৰে, দীপ সিদ্ধু নামে গায়ক-অভিনেতাজনে ট্ৰেক্টৰ ৰেলীক বিপথে পৰিচালিত কৰিছে । মোদীৰ ঘনিষ্ঠ অভিনেতাই আন্দোলনক কলংকিত কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

RelatedPosts

Odisha:ওড়িশাত অঘটন ! ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ছাত্ৰৰ

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

ULFA (I)calls for boycott of Republic Day:গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ

এই সন্দৰ্ভত দীপ সিদ্ধুৱে ফেচবুকত প’ষ্ট কৰে, ‘লালকিল্লা যোৱাৰ কোনো পৰিকল্পনা নাছিল । যৌথ সিদ্ধান্ততে লালকিল্লালৈ যোৱা হৈছিল । ভাৰতীয় পতাকা নমাই দিয়া হৈছে বুলিও ভুৱা অভিযোগ উত্থাপিত হৈছে । লালকিল্লাত ভাৰতীয় পতাকাৰ তলত ‘নিছান ছাহিব’ উত্তোলন কৰিছিল কৃষকসকলে । ইয়াৰ ফলত জাতীয় মৰ্যাদা ক্ষুণ্ণ নহয় ।’

তেওঁ মত প্ৰকাশ কৰে যে, সাধাৰণ লোকৰ যেতিয়া অধিকাৰ লংঘিত হয়, দিনৰ পাছত দিন ধৰি প্ৰশাসনে সমস্যা সমাধান নকৰিলে, এনে পৰিস্থিতিৰ সৃষ্টি হোৱা স্বাভাৱিক । তাৰেই পৰিণতি এই আন্দোলন ।

দীপ সিদ্ধুৱে বিগত ডিচেম্বৰত কৃষক আন্দোলনত যোগ দিয়াৰ বাবে বিশিষ্ট অভিনেতা তথা বিজেপি সাংসদ সানি দেৱলে গায়কজনৰ স’তে সম্পৰ্ক ছেদ কৰে ।

কৃষক আন্দোলনৰ নেতাসকলো তেওঁৰ এই সিদ্ধান্তত সন্তুষ্ট নহয় । স্বৰাজ আভিযান দলৰ নেতা যোগেন্দ্ৰ যাদৱে কয়, ‘আৰম্ভণিৰ পৰাই প্ৰতিবাকাৰীসকলে দীপ সিদ্ধুৰ পৰা আঁতৰি আছিল । শম্ভু সীমান্তত যেতিয়া তেওঁ প্ৰথমবাৰ আন্দোলনত যোগ দিছিল, তেতিয়াই তেওঁৰ দলবদল কাৰ্যৰ বাবে প্ৰতিবাদৰত কৃষকসকল তেওঁৰ পৰা আঁতৰি আহিছিল ।’

ভিডিঅ’ত গণতান্ত্ৰিক অধিকাৰৰ কথা উত্থাপন কৰি সিদ্ধুৱে কয়, আমি চৰকাৰী সম্পত্তি ধ্বংস নকৰি শান্তিপূৰ্ণ ৰেলী কৰিছো । প্ৰত্যকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে । এজন লোকে লক্ষ্যাধিক কৃষকক সংগঠিত কৰা সম্ভৱ নেকি ?’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Deep SidhuFarmers Protestrepublic daysinger
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d