Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্মাৰ্ট চিটিৰ ফোপোলা স্বৰূপ

22 বছৰে মাদাৰ টেৰেচা পথত নাই চিটি বাছৰ চলাচল

publisher by publisher
February 6, 2021
in Assam, India, News
Reading Time: 1 min read
0
স্মাৰ্ট চিটিৰ ফোপোলা স্বৰূপ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

যি সময়ত মহানগৰীক উত্তৰ পূৰ্বাঞ্চলেই নহয় দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিব বুলি ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ঘোষণা অব্যাহত ৰাখিছে । তেনে সময়ত মহানগৰীৰ এটি অতি গুৰুত্বপূৰ্ণ সমষ্টিত যোৱা 22টা বছৰ ধৰি চিটি বাছ চলাচল নোহোৱাত ৰাজ্য চৰকাৰৰ লগতে পৰিবহন বিভাগৰ নগ্ন স্বৰূপ ওলাই পৰিছে ।

ADVERTISEMENT

জানিব পৰা মতে, বৃহত্তৰ সমষ্টিটোৰ মদাৰ টেৰচা পথত ১৯৯৯ত ৪ নং চিটি বাছৰ চলাচল হৈচিল, তাৰ পাছৰ পৰা যোৱা 22টা বছৰে বৃহত্তৰ অঞ্চলটোত চিটি বাছৰ চলাচল নোহোৱাত গীতানগৰ, পূৱ গীতানগৰ, অময়াপুৰ, হৰিপুৰ, শিৱনগৰ, শান্তি নগৰ, জোনাকী নগৰ আদি অঞ্চলৰ ৰাইজৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে ।

যাৰ অচিলা লৈ অ’ট’ ৰিক্সাই অধিক হাৰত ভাড়া লৈ ৰাইজক চৰম হাৰাশাস্তি কৰা অভিযোগ তুলিছে ৰাইজে । প্ৰতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ আৰু বিজেপিৰ সমষ্টিটোৰ বিধায়কদ্বয় অকণ বৰা আৰু অতুল বৰাই বৃহত্তৰ অঞ্চলটোৰ চিৰকলীয়া এই সমস্যাটি প্ৰতিবাৰে সমাধানৰ প্ৰতিশ্ৰুতি দি আহে যদিও মুৰকত বিধায়কদ্বয়ৰ ওলোটা খৰে অঞ্চলটিক এইদৰে বছৰ বছৰ জুৰি দুৰ্ভোগ ভোগাই আহিছে বুলি অভিযোগ কৰে অঞ্চলটোৰ ইয়ং ষ্টাৰ ক্লাব, জু নাৰেংগী ছাত্ৰ সন্থা, মঠঘৰীয়া শাখা সাহিত্য সভা, গীতালি মহিলা সমিতি আদি বিভিন্ন সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ।

উপায়য়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে নুনমাটিৰ ৰেল লাইনৰ পথেৰে চমু বাট কাটি নুনমাটি বাছ আস্থানত বাছ ধৰিবলগা হয় বুলি জানিবলৈ দিয়ে অঞ্চলবাসীয়ে । কেতিয়াবা সময়ৰ অভাৱত ৰৈ থকা ৰেলৰ তলেৰে জিউটো টোপোলাত বান্ধি চলাচল কৰিব লগা হয় বুলি দুৰ্ভগীয়া ৰাইজে সদৰী কৰে।

প্ৰণিধানযোগ্য যে ২০১৬ত সাতগাঁৱৰ পৰা মাদাৰ টেৰেচা পথ হৈ পুনৰ চিটি বাছ সেৱা প্ৰৱৰ্তন কৰা হ’ব বুলি পৰিবহন বিভাগে ঘোষণা কৰিছিল যদিও সেই ঘোষণা, ঘোষণা হৈয়ে থাকিল বুলি অঞ্চলবাসীয়ে ক্ষোভ উজাৰে । সেয়ে অতি শীঘ্ৰে চিটি বাছ সেৱাৰ প্ৰবৰ্তন কৰিবলৈ দাবী জনায় অঞ্চলবাসীয়ে । অন্যথা সমাগত নিৰ্বাচনত এইবাৰ উচিত প্ৰত্যুত্তৰ পাব বুলি মন্তব্য কৰে বৃহত্তৰ অঞ্চলটোৰ একাংশ সচেতন ৰাইজে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: akan boraAssam GovernmentAtul BoraGuwahatismart citytransportation
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d