Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পানীৰ সৰবৰাহ বন্ধ, প্ৰকাশ্যে শৌচকৰ্ম কৃষক আন্দোলনকাৰীৰ

publisher by publisher
February 8, 2021
in India, News
Reading Time: 1 min read
0
পানীৰ সৰবৰাহ বন্ধ, প্ৰকাশ্যে শৌচকৰ্ম কৃষক আন্দোলনকাৰীৰ
3
SHARES
28
VIEWS
ShareShareShareShare

হাড় কঁপােৱা ঠাণ্ডাত জলকামান দাগিও আন্দোলনকাৰী কৃষকসকলক আঁতৰাব পৰা নাছিল দিল্লী আৰক্ষীয়ে। এতিয়া চৰম জল-সংকটৰ সন্মুখীন হােৱা সত্ত্বেও নিজৰ অৱস্থানত অটল হৈ আছে। প্রতিবাদী কৃষকসকল। চৰকাৰে কৃষি আইন প্রত্যাহাৰ নকৰা পর্যন্ত সিংঘু সীমান্তৰ পৰা চুলি এডালৰ সমান স্থানলৈও আঁতৰি নাযায় বুলি তেওঁলােকে স্পষ্ট কৰি দিছে।

ADVERTISEMENT

বৰঞ্চ লগতে জনাইছে যে দিল্লী আৰক্ষীৰ আচৰণে তেওঁলােকক হতাশ কৰিলেও মনােবল একেবাৰে ভাঙিব পৰা নাই। পঞ্জাৱ আৰু দিল্লীৰ সংযােগস্থল সিংঘু সীমান্তত সম্প্রতি ডেৰ কিলােমিটাৰ অঞ্চলজুৰি এখন চাৰি-পাঁচ ফুট ওখ কংক্রীটৰ দেৱাল থিয় হৈ আছে।

RelatedPosts

Farmers Protest:কৃষকৰ দিল্লী চলো প্ৰতিবাদত মৃত্যু হোৱা যুৱ কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা

Farmers Protest Enters Second Day::কৃষকৰ দিল্লী চলো প্ৰতিবাদৰ আজি দ্বিতীয় দিন

Farmers Protest : কেন্দ্ৰৰ বিৰুদ্ধে ‘ গৰ্জন’ আৰএছএছৰ কৃষক সংগঠনৰ, দিল্লীত একত্ৰিত ৫৫ হেজাৰ কৃষক

ইয়াৰ পাছতে আছে পাঁচটা স্তৰীয় বেৰিকেড। মাটিত পুতি ৰখা হৈছে জোঙা গজাল, যাতে আন্দোলন কোনােপধ্যেই দিল্লীত উপস্থিত হ’ব নােৱাৰে।ইয়াৰ সমান্তৰালকৈ আন্দোলনকাৰী কৃষকসকললৈ পানীৰ সৰবৰাহ একেবাৰে বন্ধ কৰি দিয়া হৈছে। তেওঁলােকে ইমানদিনে ব্যৱহাৰ কৰি অহা ভ্রাম্যমাণ শৌচাগাৰাে আঁতৰাই নিয়া হৈছে ।

যাৰ বাবে সম্প্রতি আন্দোলনকাৰী পুৰুষ-মহিলা সকলােৱেই প্রকাশ্যে শৌচকর্ম সম্পন্ন কৰিবলগীয়া হৈছে। ইমানদিলে দিল্লীৰ পৰা সিংঘুলৈ পানীৰ টংকাৰ আহিছিল । কিন্তু এতিয়া কংক্ৰীটৰ দেৱালৰ বাবে টেংকাৰ কৃষকসকলৰ ওচৰলৈ যাব নোৱাৰে । যি সামান্য পৰিমাণৰ পানী কৃষকসকলে পাইছে সেয়া অনা হৈছে হাৰিয়ানাৰ পৰা । অৱশ্যে হাৰিয়ানা সীমান্ততটো একেই পৰিস্থিতি অতি অস্বাস্থ্যকৰ পৰিস্থিতিত হাৰিয়ানা সীমান্ততো একেই পৰিস্থিতি ।

অতি অস্বাস্থ্যকৰ পৰিস্থিতিত হাৰিয়ানা সীমান্তত অৱস্থান কৰা কৃষকসকলে বিক্ষোভ অব্যাহত ৰাখিছে । আন্দোলনস্থলীৰ কিছু নিলগতে এবাৰ ব্যৱহৃত পাত-গিলাচ-বাটি আদিয়ে দ’ম বান্ধিছে ।

তথাপি এইদৰে তেওঁলোকক নিৰস্ত্ৰ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে পাটিয়ালাৰ পৰা আহি আন্দোলনত অংশ লোৱা কৃষক কুলজিৎ সিঙে । সংবাদ মাধ্যমৰ আগত সিঙে কয়, ‘আমি কৃষক । প্ৰয়োজন হ’লে মাটি খাণ্ডি টিউবৱেল বহাই ল’ম । চৰকাৰে যদি ভাবিছে যে এইদৰে আমাক ভয় খোৱাব পাৰিব, তেন্তে একেবাৰে ভুল ভাবিছে । ল’ৰা-ছোৱালীবোৰ ভৱিষ্যৎ সুৰক্ষিত নকৰাকৈ গাঁৱলৈ উভতি যোৱাৰ প্ৰশ্নই নাহে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: delhi borderFarmers Protest
publisher

publisher

Related Posts

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d