Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ছিংঘু সীমান্তত আৰম্ভ হৈছে দীৰ্ঘস্থায়ী আন্দোলনৰ প্ৰস্তুতি

স্থাপন কৰা হৈছে চিচি টিভি

publisher by publisher
February 12, 2021
in India, News
Reading Time: 1 min read
0
ছিংঘু সীমান্তত আৰম্ভ হৈছে দীৰ্ঘস্থায়ী আন্দোলনৰ প্ৰস্তুতি
2
SHARES
21
VIEWS
ShareShareShareShare

সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যত ছিংঘু সীমান্তৰ প্ৰতিবাদী কৃষকসকলে সমস্যা সমাধানৰ কোনো বাৰ্তা লাভ নকৰাত বুজি উঠিছে যে আন্দোলন দীৰ্ঘস্থায়ী হ’ব । সেয়ে নিজৰ মাজত যোগাযোগ বৃদ্ধি কৰিবৰ বাবে নতুন পৰিকাঠামো গ্ৰহণ কৰিছে কৃষকসকলে । আসন্ন গৃষ্মৰ স’তে যুঁজ দিয়াৰ বিষয়েও চিন্তা কৰিছে তেওঁলোকে ।

ADVERTISEMENT

লগতে ছিংঘু সীমান্তত দৃষ্টি নিক্ষেপ বৃদ্ধি কৰিছে প্ৰতিবাদী কৃষক সংগঠন সংযুক্ত কিষান মৰ্চাই । এই দল ছশ জন স্বেচ্ছাসেৱীৰ দ্বাৰা সংগঠিত । কৃষক নেতাসকলে আশংকা কৰে যে বিশ্ৰামৰ সময়ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিব পাৰে । সেয়ে ২৪ ঘণ্টাই পহৰা দিব এই স্বেচ্ছাসেৱীসকলে । সেয়ে আন্দোলনৰ মূল মঞ্চৰ লগতে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত এশটা চিচি টিভি কেমেৰা আৰু শক্তিশালী ভিডিঅ’ ৰেকৰ্ডাৰ স্থাপন কৰিছে কৃষক নেতাসকলে ।

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

মঞ্চৰ পিছফালে এখন মনিটৰিং কোঠালীও নিৰ্মাণ কৰা হৈছে । মঞ্চত অনুষ্ঠানৰ সময়ত যাতে সকলোৱে একে ঠাইতে গোট নাখায়, সেয়ে ১০ টা গুৰুত্বপূৰ্ণ স্থানত এলচিডি স্থাপনৰো পৰিকল্পনা কৰা হৈছে । লগতে দিল্লীৰ উত্তপ্ত গৰমক প্ৰত্যাহ্বান দিবৰ বাবে পৰ্যাপ্ত ফেন আৰু এয়াৰকুলাৰ স্থাপনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

চৰকাৰে অৱশ্যে কৃষক নেতাসকলৰ বিৰুদ্ধে প্ৰতিহিংসামূলক পদক্ষেপ জাৰি ৰাখিছে । কিছুদিন পূৰ্বে তিনি কৃষি আইন সম্পূৰ্ণ প্ৰত্যাহাৰৰ দাবী জনাই আলিগড়ত যি মহাপঞ্চায়ত অনুষ্ঠিত হয়, তাতে ৰাষ্ট্ৰীয় লোক দলৰ নেতা জয়ন্ত চৌধুৰীয়ে কৃষকসকলৰ এই দাবীক সমৰ্থন জনায় । চৌধুৰী নিজেও কৃষক নেতা । ইয়াৰ পাছতেই আৰক্ষীয়ে চৌধুৰী আৰু তেওঁৰ পাঁচ হেজাৰ সমৰ্থকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে । ২২ জন নেতাৰ নাম প্ৰকাশ কৰিছে আৰক্ষীয়ে, বাকীসকলৰ পৰিচয় অজ্ঞাত বুলি কোৱা হৈছে । তেওঁলোকৰ বিৰুদ্ধে অতিমাৰী আইন ভংগৰ অভিযোগ উত্থাপন কৰা হৈছে । আৰক্ষীৰ অভিযোগ সামাজিক দূৰত্ব অৱলম্বন নকৰাকৈ এই সভা অনুষ্ঠিত কৰা হৈছে ।

আন্দোলন অব্যাহত ৰাখিবলৈ পৰ্যায়ক্ৰমে হাজিৰীৰ ব্যৱস্থা কৰিছে কৃষকসকলে । অৰ্থাৎ এখন গাঁওৱে আহি আন্দোলনত যোগ দিলে আন এখন গাঁও উভতি যায় । ১৫ দিন পাছত পুনৰ আন্দোলনত উভতি আহিলে আন এটা দল গৃহমুখী হয় । আন্দোলনকাৰীসকলৰ যুক্তি কৃষি কাৰ্যত অৱহেলা কৰাৰ অৱকাশ নাই । আন্দোলনৰ ফলত কৃষি কাৰ্য থাকি গ’লে পৰিয়ালবৰ্গ যিদৰে বিপদত পৰিব, থিক সেইদৰে সমগ্ৰ দেশেই মূল্য বৃদ্ধিৰ কৱলত পৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Farmers ProtestNarendra Modisinghu border
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d