Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ৰাজ্যিক বিজেপি, অসম গণ পৰিষদ, ইউপিপিএলৰ সভাপতিৰ যৌথ সংবাদমেল

সুস্থ আৰু উন্নত অসম গঢ়ি উঠাৰ স্বাৰ্থত তিনিওটা দলৰ কাৰ্যকৰ্তাক ঐক্যবদ্ধভাৱে কাম কৰি যােৱাৰ আহ্বান তিনি দলৰ সভাপতিৰ

publisher by publisher
March 7, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ৰাজ্যিক বিজেপি, অসম গণ পৰিষদ, ইউপিপিএলৰ সভাপতিৰ যৌথ সংবাদমেল
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

২০২১ বিজেপি অসম প্রদেশৰ খানাপাৰাস্থিত নিবার্চনী সংবাদ কোষৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, ইউপিপিএলৰ সভাপতি প্রমােদ বড়াে ডাঙৰীয়াই আজি এক যুটীয়া সংবাদমেল সম্বােধন কৰে ।

ADVERTISEMENT

সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই কয় যে অসমৰ ৰাইজৰ আর্শীবাদৰ লগতে ভাৰতীয় জনতা পার্টি, অগপ আৰু ইউ পি পি এল দলৰ কার্যকর্তা সকলৰ সক্রিয়তা তথা মাননীয় মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালদেৱৰ নেতৃত্বত পৰিচালিত হােৱা মিত্ৰজোঁটৰ চৰকাৰখনৰ সফলতাৰ আধাৰত অসমত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব।

চৰকাৰৰ সফলতাৰ সন্দৰ্ভত মন্তব্য প্রদান কৰি সভাপতিগৰাকীয়ে কয় যে পূর্বৰ চৰকাৰৰ ৬০ বছৰীয়া শাসনৰ বিফলতাসমূহ আঁতৰাই ৰাজ্যিক বিজেপিৰ চৰকাৰখনে বহু কম সময়ৰ ভিতৰত অসমৰ শিক্ষা, স্বাস্থ্য, পথ, আন্ত-গাঁথনি ব্যৱস্থাকে আদি কৰি সকলাে দিশতে সর্বাংগীন উন্নতি ঘটাবলৈ সক্ষম হৈছে।

সমাগত নির্বাচনত বিজেপি + =১০০ + লক্ষ্যত উপনীত হ’বলৈ হ’লে ৰাজ্যিক বিজেপিয়ে মিত্রজোটক এৰি দিয়া আসন সমূহতাে জয়ী লাভ কৰিব লাগিব। মিত্রদল হিচাপে অসম গণ পৰিষদ, ইউ পি পি এলক এৰি দিয়া আসনসমূহত জয়ী হােৱাৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সকলাে কার্যকর্তাক সহায় আগবঢ়াবলৈ সংবাদমেল যােগে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে আহ্বান জনায়।

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত মত প্রদান কৰি কয় যে, ৰাইজে আশা কৰা ধৰণেই বিজেপি, অসম গণ পৰিষদ, ইউপিপিএল দলৰ মাজত বুজাবুজি হৈছে । ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যত, কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটক বৃহৎ ব্যৱধানত পৰাজিত কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত পুনৰ এবাৰ ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম আৰু ৰাইজৰ সহযােগত মিত্রজোর্টে নিশ্চিতভাৱে ভবা দৰেই নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিব বুলি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই দৃঢ়তা প্রকাশ কৰে ।

সংবাদমেলখনত ইউপিপিএলৰ সভাপতি প্রমােদ বড়ােৱে ৰাজ্যিক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে পাঁচ বছৰত বড়ােলেণ্ড অঞ্চলৰ দীর্ঘদিনীয়া সমস্যাৰ সমাধান আৰু সশস্ত্র সংগ্রামীসকলক মূল পথলৈ ঘূৰাই আনি সংস্থাপন দিয়া তথা শান্তিৰ পৰিবেশ ঘূৰাই অনা, চিকিৎসা মহাবিদ্যালয়,ইঞ্জিনিয়াৰীং কলেজ স্থাপনকে আদি কৰি বিটিচিত শৈক্ষিক, অর্থনৈতিক, আন্ত-গার্থনিৰ উন্নতি ঘটাই এক সুস্থ পৰিবেশ গঢ়ি তুলিছে বুলি সদৰী কৰিছে ।

সমাজ নির্মাণৰ ক্ষেত্ৰত মিত্রজোট চৰকাৰৰ গ্ৰহণ কৰা এনে উল্লেখনীয় পদক্ষেপ প্রতি আকর্ষিত হৈয়ে ইউ পি পি এলে মিত্রজোটত অংশগ্রহণ কৰা বুলি প্রমােদ বড়োয়ে আজি সংবাদমেলত প্রকাশ কৰিছে।

উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসকে আদি কৰি অগপ, ইউপিপিএল দলৰ সভাপতিদ্বয়ে এখন সুস্থ আৰু উন্নত অসম গঢ় লৈ উঠাৰ স্বাৰ্থত নিজ নিজ দলৰ সকলাে কার্যকর্তাক আগন্তুক বিধানসভা নির্বাচনত একত্রিতভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpAtul BoraBJPPramod BoroRANJIT KUMAR DASUPPL
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d