Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাওবাদীৰে সংঘৰ্ষত অৰ্ধসামৰিক বাহিনীৰ ২২জন জোৱান শ্বহীদ, ৩১জন আহত

শ্বহীদ অসম সন্তান বীৰ বাবলু ৰাভা

publisher by publisher
April 4, 2021
in Assam, India, News
Reading Time: 1 min read
0
মাওবাদীৰে সংঘৰ্ষত অৰ্ধসামৰিক বাহিনীৰ ২২জন জোৱান শ্বহীদ, ৩১জন আহত
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

মাওবাদীৰ স’তে মুখামুখি সংঘৰ্ষত ২২ জন চিআৰপিএফ জোৱান শ্বহীদ হয় আৰু ৩১ জন জোৱান ইতিমধ্যে নিখোঁজ হৈ আছে । প্ৰশাসনৰ সূত্ৰ অনুসৰি, নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

ADVERTISEMENT

কালি চট্টিছগড়ৰ সুকুমা-বিজাপুৰ সীমান্তত চিআৰপিএফ বাহিনীয়ে মাওবাদী দমন অভিযান চলাইছিল । সেই অভিযানতেই মাওবাদীৰ স’তে গুলী চালনা সংঘৰ্ষত অৰ্ধসামৰিক বাহিনীৰ ২২জন জোৱানে মৃত্যুক সাৱটি লয় ।

Chhattisgarh Naxaljpg

আজি বিজাপুৰৰ আৰক্ষী বিষয়া কমল লোচন কাশ্যপে সংবাদ মাধ্যমৰ স’তে এক সাক্ষাৎকাৰত জনায়, ‘চট্টিছগড়ৰ সুকুমা-বিজাপুৰ সীমান্তত মাওবাদী সংঘৰ্ষত ২২ জন জোৱানে প্ৰাণ হেৰুৱাইছে, ৩১ জন আহত হৈছে ।’ ইয়াৰ পূৰ্বে শনিবাৰে মাওবাদী দমন অভিযানত পাঁচজন অৰ্ধসামৰিক জোৱান নিহত হৈছে বুলি জনাইছিল চট্টিছগড় আৰক্ষীয়ে ।

sukma bijapur naxal attack site 1617520379

শ্বহীদ জোৱানসকলৰ ভিতৰত আছিল অসমৰো এজন । জোৱানগৰাকী দুধনৈৰ দামৰাৰ বাবলু ৰাভা । তেওঁ চিআৰপিএফৰ কোব্ৰা বেটেলিয়নত কৰ্মৰত আছিল । বিগত বৰ্ষৰ নৱেম্বৰত শেষবাৰৰ বাবে নিজ গৃহত আহিছিল বাবলুৱে । বীৰ জোৱানগৰাকীয়ে ইহ সংসাৰত পত্নী, এটি কন্যা শিশুসহ বহু আত্মীয়স্বজনক এৰি থৈ যায় ।

Bablu Rabha 696x452 1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি টুইট কৰে, ‘চট্টিছগড়ত মাওবাদীৰ স’তে যুঁজ চলি থকাৰ সময়ত মোৰ চিন্তন তেওঁলোকৰ পৰিয়ালবৰ্গৰ স’তে আছিল । সাহসী শ্বহীদসকলৰ বলিদান কেতিয়াও পাহৰিব পৰা নাযাব । গুৰুত্বৰ আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক ।’

My thoughts are with the families of those martyred while fighting Maoists in Chhattisgarh. The sacrifices of the brave martyrs will never be forgotten. May the injured recover at the earliest.

— Narendra Modi (@narendramodi) April 3, 2021

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বেগ প্ৰকাশ কৰি টুইট কৰে, মই চট্টিছগড়ৰ মাওবাদী স’তে যুঁজত শ্বহীদ হোৱা সাহসী নিৰাপত্তা কৰ্মীসকলৰ বলিদানক প্ৰণাম জনাওঁ । সমগ্ৰ দেশে তেওঁলোকৰ বীৰত্ব কেতিয়াও পাহৰিব নোৱাৰে । তেওঁলোকৰ পৰিয়ালবৰ্গক মোৰ সমবেদনা । শান্তি আৰু বিকাশৰ বাবে আমি এই শত্ৰুবোৰৰ বিৰুদ্ধে যুঁজি যাম । আহতসকল শীঘ্ৰে সুস্থ হওক ।’

I bow to the sacrifices of our brave security personnel martyred while fighting Maoists in Chhattisgarh. Nation will never forget their valour. My condolences are with their families. We will continue our fight against these enemies of peace & progress. May injured recover soon.

— Amit Shah (Modi Ka Parivar) (@AmitShah) April 4, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahBablu RabhaCRPFNarendra Modi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d