Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগ্‌সাৰ তিনি দূৰ্ভগীয়া সন্তানৰ পঢ়াৰ দায়িত্ব ল’লে সদৌ অসম ছাত্ৰ সন্থাই, পাঁচ মাহৰ ভিতৰত হেৰুৱাইছিল পিতৃ-মাতৃক

publisher by publisher
June 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
বাগ্‌সাৰ তিনি দূৰ্ভগীয়া সন্তানৰ পঢ়াৰ দায়িত্ব ল’লে সদৌ অসম ছাত্ৰ সন্থাই, পাঁচ মাহৰ ভিতৰত হেৰুৱাইছিল পিতৃ-মাতৃক
2
SHARES
19
VIEWS
ShareShareShareShare

বাগ্‌সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত শিংৰাপাৰা গাঁৱৰ তিনিগৰাকী দূৰ্ভগীয়া সন্তানক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল সদৌ অসম ছাত্ৰ সন্থা ৷ তিনি সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰিব ছাত্ৰ সন্থাই ৷

ADVERTISEMENT

উল্লেখ্য যে শিংৰাপাৰা গাঁৱৰ দূৰ্ভগীয়া তিনি সন্তানে পাঁচ মাহৰ ভিতৰত অগা পিচাকৈ হেৰুৱাইছিল নিজ পিতৃ- মাতৃক । পাঁচ মাহ পূৰ্বে সন্তান তিনিগৰাকীৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ পাছত মাতৃৰ শোকৰ বেদনা পাৰ নৌহওঁতেই পিতৃও হৃদৰোগত আক্ৰান্ত হৈ আজিৰ পৰা এমাহ আগতে মৃত্যুমুখত পৰিছিল । একমাত্ৰ আইতাকগৰাকীও আক্ৰান্ত দূৰাৰোগ্য কৰ্কট ৰোগত ৷ যাৰ বাবে নি:সহায় হৈ পৰিছিল শিংৰাপাৰা গাঁৱৰ এই তিনিগৰাকী সন্তান ক্ৰমে ভাগ্যশ্ৰী দত্ত, সীমাশ্ৰী দত্ত আৰু সৌৰভ দত্ত ।

RelatedPosts

Janata Bhawan:শনিবাৰে জনতা ভৱনত অসম চুক্তিক লৈ আছুৰে বৈঠক চৰকাৰৰ 

Dibrugarh AASU Protest:জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীত আছুৱে কপালে ডিব্ৰুগড়

বিভিন্ন জিলাৰ পৰা বাগসালৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ

পিতৃ-মাতৃৰ আকস্মিক বিয়োগত তিনিওগৰাকীৰ ভৱিষ্যত জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল ৷ কিয়নো পিতৃৰ উপাৰ্জনেৰে পৰিয়ালটো চলিছিল ৷ ফলত পিতৃ চানক্য দত্তৰো আকস্মিক মৃত্যুত দিশহাৰা হৈ পৰে দূৰ্ভগীয়া দুই কন্যা আৰু একমাত্ৰ পুত্ৰ ৷ এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰাত সন্তান তিনিগৰাকীৰ কাষ চাপিছিল বিভিন্ন দল সংগঠন ।

কালি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদে বাগ্‌সা জিলা ছাত্ৰ সন্থা আৰু বাগ্‌সা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ স’তে শিংৰাপাৰাৰ দূৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় ৷ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীয়ে দূৰ্ভগীয়া সন্তান তিনিটাৰ খা-খবৰ লৈ সম্পূৰ্ণ পঢ়া-শুনাৰ খৰচৰ উপৰিও বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াম বুলি আশ্বাস প্ৰদান কৰে ।

তেওঁ জানিব দিয়া মতে, বিভিন্ন সংবাদ মাধ্যমত ঘাটমাউৰা তিনি সন্তানৰ বিষয়ে জানিব পাৰি কালি জিলা ছাত্ৰ সন্থাৰ স’তে পৰিয়ালটোত উপস্থিত হয় ৷ বিশেষকৈ পিতৃ-মাতৃ অবিহনে ল’ৰা-ছোৱালী তিনিটাই পঢ়া-শুনা কিদৰে আগুৱাই নিব সেই বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে বুলি জানিব দিয়ে ৰিয়াজুদ্দিন আহমেদে ৷ অৱশ্যে আছুৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে দূৰ্ভগীয়া পৰিয়ালটোৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতো আজিলৈকে প্ৰশাসনে এবাৰো খবৰ নোলোৱাতো দূৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

আছু নেতাগৰাকীয়ে পৰিয়ালটোৰ জ্যেষ্ঠ কন্যা ভাগ্যশ্ৰী দত্তক যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিয়োগ কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷ কালি আছুৰ প্ৰতিনিধি দলটোত কেন্দ্ৰীয় নেতাগৰাকীৰ উপৰিও বাগ্‌সা জিলা ছাত্ৰ সন্থাৰ সম্পাদক দিগন্ত ডেকা, বাগ্‌সা জিলা উন্নতি সভাৰ সম্পাদক অমৰেন্দ্ৰ পাঠকৰ লগতে বাগ্‌সা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASUBagsa
publisher

publisher

Related Posts

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d