Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ব্ৰিটেইনত কৰ’নাৰ তৃতীয় ঢৌ, ডেল্টা প্ৰজাতিৰ বাবেই এই ঢৌ দাবী বিশেষজ্ঞৰ

publisher by publisher
June 21, 2021
in COVID-19, News
Reading Time: 1 min read
0
ব্ৰিটেইনত কৰ’নাৰ তৃতীয় ঢৌ, ডেল্টা প্ৰজাতিৰ বাবেই এই ঢৌ দাবী বিশেষজ্ঞৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Jair Bolsonaro : ব্রাজিলত সন্মান ত্যাগ ২১ বিজ্ঞানীৰ

 বাথৰূমত সোমাই চকুলো টোকে ব্রাজিলৰ ৰাষ্ট্ৰপতিয়ে,কিন্তু কিয় ?

ব’লছ’নাৰ’ৰ বিৰুদ্ধে প্ৰতিবাদ

ব্ৰিটেইনত আৰম্ভ ক’ভিড-১৯ৰ তৃতীয় ঢৌ । কালিৰ দিনটোতে নতুনকৈ ১১ হেজাৰ লোক ভাইৰাছত সংক্ৰমিত হৈছে । চাৰি মাহৰ পাছত এইয়ে প্ৰথম সংক্ৰমিতৰ সংখ্যাই ১০ হেজাৰ অতিক্ৰম কৰিলে । অধিক সংখ্যকেই ডেল্টা ষ্ট্ৰেনত আক্ৰান্ত । বিশেষজ্ঞসকলৰ দাবী, তৃতীয় ঢৌ আৰম্ভ হৈছে ।

ADVERTISEMENT

কিছুদিন পূৰ্বেই বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছিল, ব্ৰিটেইনত ডেল্টা ষ্ট্ৰেনত সংক্ৰমণ প্ৰতি ১১ দিনৰ অন্তৰালত দ্বিগুণ বৃদ্ধি হৈছে । ব্ৰিটেইনত আগন্তুক ২১ জুনত সম্পূৰ্ণ তলাবন্ধ প্ৰত্যাহাৰৰ কথা আছিল । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বেই এই সিদ্ধান্ত বাতিল কৰে চৰকাৰে । এমাহ পিছুৱাই দিয়া হৈছে ‘স্বাধীনতাৰ ৰ’ডমেপ’ ।

আজি ‘জ‌ইণ্ট কমিটি অন ভেকচিনেচন এণ্ড ইমিউনাইজেচন’ৰ উপদেষ্টা এডম ফিনে কয়, ‘কঠিন পৰিস্থিতি । অতি সংক্ৰামক ডেল্টা ষ্ট্ৰেনৰ বিৰুদ্ধে এইবাৰ ভেকচিন যুদ্ধৰ সাক্ষী হ’ব ব্ৰিটেইন ।’ তৃতীয় ঢৌ সম্পৰ্কে ফিনৰ মন্তব্য, ‘দৈনিক সংক্ৰমণৰ সংখ্যা বৃদ্ধি হ’ব । এটাই আশা পূৰ্বতকৈ হয়তো সংক্ৰমণৰ গতি কিছু হ্ৰাস হ’ব ।’

ইপিনে, কৰ’নাত মৃতকৰ সংখ্যা পাঁচ লাখ অতিক্ৰম কৰিলে ব্ৰাজিলত । বিশ্বৰ মৃতকৰ সংখ্যাৰ নিৰিখত আমেৰিকাৰ পাছত দ্বিতীয় স্থানত আছে ব্ৰাজিল । আমেৰিকাত মৃতকৰ সংখ্যা ছয় লাখ ১৭ হেজাৰ । অৱশ্যে বিগত কিছুমাহত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে । তৃতীয় স্থানত আছে ভাৰত ।

লক্ষ লক্ষ মৃত্যুৰ বাবে চৰকাৰকে দোষাৰোপ কৰিছে ব্ৰাজিলৰ একাংশই । তেওঁলোকৰ অভিযোগ, অতিমাৰী নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’ কেৱল ব্যৰ্থ‌ই নহয়, তেওঁৰ অকৰ্মণ্যতাৰ বাবেই দেশৰ এনে পৰিস্থিতি হৈছে । আজি চৰকাৰ বিৰোধী বিক্ষোভত যোগ দিবৰ বাবে ৰিয়’ ডি জেনেইৰ’সহ বহু চহৰৰ পথত নামে হেজাৰ হেজাৰ লোক ।

ৰাজধানী ৰিয়’ৰ পথত শ্ল’গান দিয়া হয়, ‘ব’লছ’নাৰ’ নিপাত যাওক । এই চৰকাৰে মানুহক খাদ্যৰ যোগান ধৰিব নোৱাৰে । চাকৰি নিদিয়ে ।’ বিক্ষোভত যোগ দিয়া ২০ বছৰীয়া ইজাবেলা গুলজোৰে কয়, ‘ব্ৰাজিলৰ পৰিস্থিতি ভয়ংকৰ । ক’ভিড টিকাকৰণৰ হাৰ অতি দুৰ্বল । ইপিনে, দেশত বৃহৎ বৃহৎ প্ৰতিষ্ঠান আছে ।’

দেশৰ ২৬ খন ৰাজ্যৰ ভিতৰত ২২ খনতেই প্ৰতিবাদ চলি আছে । বহু ক্ষেত্ৰত সমদলৰ নেতৃত্বত আছিল বিৰোধী বামপন্থী দল । আগন্তুক বৰ্ষত ব্ৰাজিলত ৰাষ্ট্ৰপতি নিৰ্বাচন হ’ব । ৰিয়’ৰ সমদলত শ্ল’গান শুনা যায়, ‘ৰাষ্ট্ৰপতি গণহত্যাকাৰী ।’ কোনো কোনোৰ টি-ছাৰ্ট আৰু মাস্কত আছিল প্ৰাক্তন বামপন্থী শাসকৰ ছবি ।

ছাও পাওল’ত ক’ভিডত মৃতসকলৰ স্মৰণত বিক্ষোভকাৰীসকলে ৰঙা বেলুন উৰাই । সমালোচকসকলৰ মন্তব্য, ব’লছ’নাৰ’‌ই কোনোদিনে ক’ভিডক গুৰুত্ব দিয়া নাই । টিকাকৰণতো জোৰ দিয়া নাই । লগতে তলাবন্ধৰো বিৰোধিতা কৰিছিল । মাস্ক পৰিধান নকৰাকৈ নিজৰ ক’ভিড হোৱাৰ বাৰ্তা দিবৰ বাবে সাংবাদিক বৈঠকত আহিছিল । সেই বৈঠকত থকা সাংবাদিকসকলৰ সংস্থাবোৰে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । লক্ষাধিক মানুহৰ মৃত্যুৰ পাছতো ক’ভিডক ‘সামান্য জ্বৰ’ বুলি কৈছিল । তলাবন্ধৰ বিৰোধিতা কৰি কৈছিল, ইয়াৰ ফলত অৰ্থনীতি ভাঙি পৰিব । সাধাৰণ জনতাৰ এটা বৃহৎ অংশৰ মত, ৰাষ্ট্ৰপতিৰ এই মন্তব্যৰ বাবেই পাঁচ লাখ মানুহৰ মৃত্যু হৈছে ।

২১ কোটি ৪০ লাখ মানুহৰ দেশ ব্ৰাজিল । এই পৰ্যন্ত ১৫ শতাংশ বাসিন্দাৰ টিকাকৰণ সম্পূৰ্ণ হৈছে বুলি দাবী কৰিছে স্বাস্থ্য সংস্থাই । আন একাংশৰ দাবী, ইয়াতকৈয়ো কম । ১২ শতাংশ‌ও নহয় । টিকাকৰণৰ এই মন্থৰ গতিক লৈও সৰৱ বিক্ষোভকাৰীসকল ।

ব’লছ’নাৰ’ৰ সমৰ্থকসকলে দেশজোৰা প্ৰতিবাদৰ সন্দৰ্ভত কয়, ‘আগন্তুক বৰ্ষত নিৰ্বাচন । ইয়াৰ পূৰ্বে ব’লছ’নাৰ’ৰ বিৰোধী বতাহ তীব্ৰতৰ কৰিবৰ বাবেই এই সমদল ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Adam FinnJair Bolsonaro
publisher

publisher

Related Posts

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d