Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

    লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ব’লছ’নাৰ’ৰ বিৰুদ্ধে প্ৰতিবাদ

publisher by publisher
July 5, 2021
in News
Reading Time: 1 min read
0
ব’লছ’নাৰ’ৰ বিৰুদ্ধে প্ৰতিবাদ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Jair Bolsonaro : ব্রাজিলত সন্মান ত্যাগ ২১ বিজ্ঞানীৰ

 বাথৰূমত সোমাই চকুলো টোকে ব্রাজিলৰ ৰাষ্ট্ৰপতিয়ে,কিন্তু কিয় ?

ব্ৰিটেইনত কৰ’নাৰ তৃতীয় ঢৌ, ডেল্টা প্ৰজাতিৰ বাবেই এই ঢৌ দাবী বিশেষজ্ঞৰ

ব্ৰাজিলত ইতিমধ্যে ক’ভিডত আক্ৰান্ত হৈ পাঁচ লাখ লোকে প্ৰাণ হেৰুৱাইছে । কেইমাহমানৰ পূৰ্বেই ‘কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱা’ৰ অভঅভিযোগত কমিটী গঠন কৰি ৰাষ্ট্ৰপতি জাইৰ’ ব’লছ’নাৰ’ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে দেশৰ সংসদে । এই তদন্ত শেষ নৌহওঁতেই ক’ভেক্সিন আমদানিক কেন্দ্ৰ কৰি আৰ্থিক প্ৰৱঞ্চনাত তেওঁৰ নাম জড়িত হয় । ফলত ব’লছ’নাৰ’ৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ব্ৰাজিলৰ জনতা । যাৰ প্ৰতিফলন দেখা গ’ল শনিবাৰে । ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ-বাৰ্তাৰ প্লেকাৰ্ড হাতত লৈ পথত প্ৰতিবাদত নামিছে হেজাৰ হেজাৰ বিক্ষোভকাৰী ।

ADVERTISEMENT

শনিবাৰে ৰিয়’ ডি জেনেৰিঅ’, ছাও পাওল’, বেলেম, ৰেছিফে আৰু মাছিয়’ৰ পথত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিক্ষোভকাৰীসকলে । ক্ষোভ প্ৰকাশ কৰিবলৈ ৰাষ্ট্ৰপতি বিৰোধী প’ষ্টাৰ ব্যৱহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলে । প’ষ্টাৰত লিখা আছিল ‘ৰাষ্ট্ৰপতি গণহত্যাকাৰী’ । কোনো কোনোৱে প’ষ্টাৰৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইমপিচমেণ্টৰ আহ্বান জনাইছিল । প্ৰতিবাদকাৰীসকলৰ এটাই দাবী – প্ৰতিষেধক অনাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ।

কোনোদিনে ব’লছ’নাৰ’ক অতিমাৰী পৰিস্থিতিত মাস্ক পিন্ধা বা সামাজিক দূৰত্ব মানি চলাৰ দৰে বিধিনিষেধ অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই । দেশৰ জনসাধাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিছে বুলি দাবী কৰে বিক্ষোভকাৰীসকলে । প্ৰতিষেধক আমদানিত পলম হোৱাৰ বাবে ইতিমধ্যে পাৰ্লিয়ামেণ্টেৰী কমিটীৰ তদন্ত আৰম্ভ হৈছে । পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক ক্ৰয় নকৰি হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ দৰে কম কাৰ্যকৰী ঔষধ ক্ৰয় কৰাত আগ্ৰহী হোৱাৰ বাবে প্ৰশ্ন উত্থাপন কৰিছে কমিটীয়ে । ইয়াৰ মাজতেই প্ৰৱঞ্চনা কৰি ক’ভেক্সিনৰ ধন আত্মসাৎ কৰা চক্ৰান্তৰ স’তে ৰাষ্ট্ৰপতিগৰাকী জড়িত হৈ থকাৰ দাবী কৰিছে ব্ৰাজিলবাসীয়ে ।

সম্প্ৰতি অৰ্ধেক মূল্যত ক’ভেক্সিন ক্ৰয় কৰাৰ বিষয়ত প্ৰথম প্ৰশ্ন উঠে স্বাস্থ্য মন্ত্ৰণালয়ৰ চিকিৎসা সৰঞ্জাম আমদানি দফতৰৰ এজন বিষয়া লুই ৰিকাৰ্ডো মিৰাণ্ডাৰ ওপৰত । তেওঁ এই অসংগতিৰ বিষয় লৈ প্ৰথমে ব’লছ’নাৰ’ৰে দ্বাৰস্থ হৈছিল । বিষয়টোৰ সন্দৰ্ভত ফেডাৰেল আৰক্ষীক জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই পৰ্যন্ত তেওঁ আৰক্ষীক জনোৱা নাই । পাছত বিলখন পাছ কৰিবৰ বাবে ফোনত হুমকি দিয়া হয় মিৰাণ্ডাক ।

তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰা হৈছে বুলি দাবী কৰি ৰাষ্ট্ৰপতিয়ে জনায়, তেওঁ এই দুৰ্নীতিৰ স’তে জড়িত নহয় । সংসদত কমিটীৰ তদন্তকো ৰাজনৈতিক ‘চক্ৰান্ত’ৰ আক্ষা দিছে তেওঁ । কিন্তু ক্ষুব্ধ জনতাই এই কথা মানি নলয় । ৰিয়’ৰ সমদলত যোগ দিয়া এগৰাকী চিকিৎসক লিমা মেণ্ডিছৰ মন্তব্য, দ্ৰুত সিদ্ধান্ত, ভুৱা খবৰ আৰু মিছা প্ৰচাৰ চলাই চৰকাৰে প্ৰায় পাঁচ লাখ লোকৰ প্ৰাণ কাঢ়িছে । এতিয়া পুনৰ প্ৰতিষেধকক লৈ দুৰ্নীতিৰ অভিযোগ !’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jair Bolsonaro
publisher

publisher

Related Posts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

September 9, 2026
Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব
India

দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d