Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Jair Bolsonaro : ব্রাজিলত সন্মান ত্যাগ ২১ বিজ্ঞানীৰ

publisher by publisher
November 8, 2021
in International, News
Reading Time: 1 min read
0
Jair Bolsonaro : ব্রাজিলত সন্মান ত্যাগ ২১ বিজ্ঞানীৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

বহুগামিতাৰ জয়গান গাই সমস্যাত ব্রাজিলৰ মডেল

২৭ কোটি বছৰৰ পুৰণি ‘জীৱন্ত ফচিল’ উদ্ধাৰ

ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’ৰ সিদ্ধান্তৰ প্রতিবাদত বিজ্ঞানৰ ক্ষেত্রত ব্রাজিলৰ সর্বোচ্চ খিতাব ত্যাগ কৰাৰ সিদ্ধান্ত ল’লে দেশখনৰ ২১ জন বিজ্ঞানীয়ে । এখন মুকলি পত্ৰত প্রশাসনক এই সিদ্ধান্তৰ কথা জনাইছে তেওঁলোকে । ব্রাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’ৰ কথাত সন্মতি নজনালেই কোপত পৰে তেওঁলোক, এই দাবী বিজ্ঞানীসকলৰ ।

ADVERTISEMENT

উল্লেখ্য, ১৯৯২ৰ পৰাই বিজ্ঞান আৰু প্রযুক্তিত গুৰুত্বপূর্ণ অবদানৰ বাবে ‘নেচনেল অর্ডাৰ অৱ ছায়েন্টিফিক মেৰিট’ নামক খিতাব দিয়া হয় ব্রাজিলৰ গৱেষক আৰু বিজ্ঞানীসকলক ।

যোৱা বুধবাৰে ব্ৰাজিলৰ ২৫ জন কৃতী বিজ্ঞানী আৰু ৰাষ্ট্ৰীয় ব্যক্তিত্বক এই সন্মানৰ বাবে মনোনীত কৰে ব’লছ’নাৰ’ৰ প্রশাসনে । কিন্তু ঠিক তাৰ দুদিন পাছতেই, অর্থাৎ শনিবাৰে সেই তালিকাৰ পৰা দুই বিজ্ঞানীৰ নাম প্ৰত্যাহাৰ কৰে ৰাষ্ট্ৰপতিয়ে । এই দুজন যথাক্রমে ডক্টৰ মার্কাছ লেছার্ডা আৰু ডক্টৰ এডেল বেনজাকেন । কৰ’না অতিমাৰীৰ প্রাক কালত ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ হাইড্রক্সিক্লোৰ’কুইন ঔষধৰ ব্যৱহাৰৰ বিষয় উত্থাপন হোৱাৰ সময়ত, ব’লছ’নাৰ’ সেই ঔষধৰ অন্যতম সমর্থক আছিল । সেই সময়ত বিজ্ঞানী লেছার্ডাই এটা গৱেষণাপত্র প্রকাশ কৰি জনায় যে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ ক্লোৰ’কুইন ৰাষ্ট্ৰীয় ঔষধ কার্যকৰী নহয় । তাৰ পাছতেই তেওঁৰ ওপৰত সৰৱ হয় ব’লছ’নাৰ’ প্রশাসন ।

আনহাতে, ২০১৯ত ব্রাজিলৰ স্বাস্থ্য মন্ত্রণালয়ৰ এইছআইভি/এইডছ দপ্তৰৰ ডিৰেক্টৰৰ পদৰ পৰা পদচ্যুত কৰা হয় বিজ্ঞানী বেনজাকেনক । তেওঁৰ অপৰাধ আছিল, ৰূপান্তৰকামীসকলৰ স্বাস্থ্য সন্দৰ্ভত তেওঁৰ দপ্তৰে এটা পেমফ্লেট প্রকাশ কৰিছিল । তাৰ পাছৰ পৰাই বাওঁপন্থী ৰাষ্ট্ৰপতিৰ অপছন্দৰ তালিকাত অন্তৰ্ভুক্ত হয় তেওঁলোক । সেই অপছন্দৰেই ‘ফল’ হিচাপে শনিবাৰে সন্মানৰ তালিকাৰ পৰা বাদ পৰে তেওঁলোক ।

খবৰটো পোৱা মাত্রকে ২১ জন বিজ্ঞানীয়ে সন্মান ত্যাগ কৰাৰ সিদ্ধান্ত লয় । পত্ৰত তেওঁলোকে জনাইছে, বিজ্ঞান, প্রযুক্তি আৰু নতুন আৱিষ্কাৰৰ ওপৰত পুনৰ নির্লজ্জ আক্রমণ কৰিলে ব্রাজিলৰ ৰাষ্ট্ৰপতিয়ে । দীর্ঘদিন ধৰি বিজ্ঞানীসকলৰ সমালোচনা আৰু প্রতিবাদৰ কেন্দ্রে তেওঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BrazilJair Bolsonaro
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d