Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কেন্দ্ৰ‌ই আলোচনাত নবহিলে সংসদত কৃষক বিক্ষোভ কৰাৰ হুংকাৰ টিকায়েটৰ

publisher by publisher
July 11, 2021
in India, News, Politics
Reading Time: 1 min read
0
কেন্দ্ৰ‌ই আলোচনাত নবহিলে সংসদত কৃষক বিক্ষোভ কৰাৰ হুংকাৰ টিকায়েটৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

চৰকাৰ ইচ্ছুক হ’লে আন্দোলনৰত কৃষকসকলো আলোচনাত মিলিত হ’বলৈ প্ৰস্তুত বুলি জনালে কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকায়েটে । তেওঁ সতৰ্কবাণী দিয়ে যে, ১০ দিনৰ ভিতৰত চৰকাৰে আলোচনাত মিলিত নহ’লে ২২ জুলাইৰ পৰা সংসদৰ বাহিৰত প্ৰতিবাদ কৰিব কৃষকসকলে । ইপিনে, আজি পুনৰ বিজেপি শাসিত হাৰিয়ানাৰ একাধিক স্থানত বিজেপি নেতিসকলৰ কৰ্মসূচীত বাধা আৰোপ কৰিবৰ বাবে আৰক্ষীৰ স’তে সংঘৰ্ষ-বিক্ষোভত জড়িত হৈ পৰে কৃষকসকল ।

ADVERTISEMENT

মোদী চৰকাৰৰ তিনি কৃষি আইনৰ বিৰুদ্ধে বিগত বৰ্ষৰ নৱেম্বৰৰ শেষ সপ্তাহৰ পৰা দিল্লীৰ সীমান্তত আন্দোলনৰত হৈ আছে ক্ষুব্ধ কৃষকসকল । আৰম্ভণিতে কৃষকসকলৰ বিৰুদ্ধে ৰণমুৱা হৈ পৰিছিল কেন্দ্ৰ । কিন্তু এই পদক্ষেপৰ ফলত জনসাধাৰণৰ মাজত ভুল বাৰ্তা প্ৰচাৰ হৈছে বুলি বুজিব পাৰি কৃষক বিক্ষোভত ‘ধীৰে চল’ নীতি অৱলম্বন কৰে কেন্দ্ৰ‌ই । ইয়াৰোপৰি উত্তৰপ্ৰদেশসহ পাঁচখন ৰাজ্যত নিৰ্বাচন সমাগত । এই ৰাজ্যসমূহত বিক্ষোভৰ প্ৰবল চাপ পৰাৰ শংকাত সম্প্ৰতি আলোচনাৰ মাধ্যমত সম্পূৰ্ণ সমস্যা সমাধান কৰাই লক্ষ্য চৰকাৰৰ ।

চলিত সপ্তাহত মন্ত্ৰীসভাৰ ৰদবদলৰ পাছত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলক পুনৰ বৈঠকত মিলিত হোৱাৰ প্ৰস্তাৱ দিয়ে । আজি কৃষক নেতা ৰাকেশ টিকায়েটে কয়, ‘চৰকাৰে আলোচনাত মিলিত হ’ব বিচাৰিলে আমিও প্ৰস্তুত । কিন্তু যদি চৰকাৰে পূৰ্ব নিৰ্ধাৰিত নীতি অনুসৰি আলোচনা কৰিব বিচাৰে, আমি বৈঠকৰ পৰা উঠি আহিম ।’ লগতে টিকাইতে সতৰ্ক কৰি দিয়ে যে, আগন্তুক ১০ দিনৰ ভিতৰত যদি চৰকাৰে আলোচনাত মিলিত নহয়, আসন্ন সংসদ অধিৱেশনত সংসদৰ বাহিৰত ধৰ্না দিব কৃষকসকলে ।

প্ৰায় ন মাহ ধৰি আন্দোলনৰত হৈ আছে কৃষকসকল । দিল্লী সীমান্তত এসময়ত ভিৰ হৈ থকা শিবীৰসমূহ এতিয়া পাতল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiNarendra Singh Tomarrakesh tikait
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d