Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অসমতে সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

দেশত পাঁচ বছৰত ৩২৬টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

publisher by publisher
July 20, 2021
in Assam, India, News
Reading Time: 1 min read
0
অসমতে সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত ২০১৪ৰ পৰা ২০১৯ লৈ পাঁচ বছৰত সমগ্ৰ দেশত ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত ৩২৬টা গোচৰ ৰুজু কৰা হৈছে যদিও মাত্ৰ ছজন অভিযুক্তহে দোষী সাব্যস্ত হৈছে । মাত্ৰ কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে এই বিতৰ্কিত আইনৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । দেশৰ মুখ্যন্যায়াধীশ এন ভি ৰামনাই প্ৰশ্ন কৰে যে ব্ৰিটিছ কালৰে এই আইনৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো কি প্ৰয়োজন আছে । আইনখনৰ চূড়ান্ত অপব্যৱহাৰ হোৱা বুলিও মুখ্যন্যায়াধীশে আক্ষেপেৰে কয় । স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, বাল গংগাধৰ তিলক আদিৰ দৰে মহান নেতাক দমন কৰিবলৈ এই আইনৰ প্ৰয়োগ কৰা হৈছিল । কেন্দ্ৰীয় চৰকাৰে ইয়াকে লৈ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে ।

ADVERTISEMENT

শেহতীয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত বিতৰ্কিত ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত ৰুজু কৰা ৩২৬ টা গোচৰৰ ভিতৰত সৰ্বাধিক সংখ্যক গোচৰ অসমত ৰুজু কৰা হৈছে । অসমত মুঠ ৫৪ টা এনে গোচৰ ৰুজু কৰা হৈছে । বিগত ছবছৰত ৩২৬ টা গোচৰৰ ভিতৰত ১৪১ টা অভিযোগনামা দাখিল কৰাৰ লগতে মাত্ৰ ছজনক দোষী সাব্যস্ত কৰা হৈছে । ২০২০ত এই আইনৰ অধীনত কিমান সংখ্যক গোচৰ ৰুজু কৰা হ’ল সেই তথ্য এতিয়াও সদৰী কৰিব পৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

ইপিনে, অসমত ৫৪ টা ৰাষ্ট্ৰদ্ৰোহ গোচৰৰ ভিতৰত ২৬ টা অভিযোগনামা দাখিল কৰা হৈছে আৰু ২৫ টাৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে । এই পৰ্যন্ত এটা গোচৰতো এই সময়কালৰ ভিতৰত কাকো দোষী সাব্যস্ত কৰা হোৱা নাই বুলি কেন্দ্ৰৰ তথ্যত প্ৰকাশ । ঝাৰখণ্ডত দাখিল কৰা মুঠ ৪০ টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ ভিতৰত ২৬ টাত অভিযোগনামা দাখিল কৰা হৈছে আৰু ১৬টাৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু মাত্ৰ এজনকহে দোষী সাব্যস্ত কৰা হৈছে । হাৰিয়ানাত ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত ৰুজু কৰা মুঠ ৩১ টা গোচৰৰ ভিতৰত ১৯টাত অভিযোগনামা দাখিল কৰা হৈছে আৰু ছটাত বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পৰিছে । দোষী সাব্যস্ত হৈছে এজন ।

২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত বিহাৰ, জম্মু-কাশ্মীৰ আৰু কেৰালাত ২৫টাকৈ এনে গোচৰ ৰুজু কৰা হৈছে । বিহাৰ আৰু কেৰালাত এটা গোচৰতো অভিযোগনামা দাখিল কৰা হোৱা নাই । জম্মু-কাশ্মীৰত তিনিটা গোচৰত অভিযোগনামা দাখিল কৰিলেও কোনো দোষী সাব্যস্ত হোৱা নাই । একেদৰে উত্তৰপ্ৰদেশত এই সময়ছোৱাৰ ভিতৰত ১৭ টা আৰু পশ্চিমবংগত সাতটা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হ’লেও কোনো দোষী সাব্যস্ত হোৱা নাই ।

দিল্লীত ২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত চাৰিটা গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে । কোনো এটা গোচৰতে অভিযোগনামা দাখিল কৰা হোৱা নাই । মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, ছিক্কিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষ্যদ্বীপ, চন্দীগড়, দমন আৰু দিউ, ড্ৰাছ আৰু নগৰ হাভেলিত এই সময়কালত ৰাষ্ট্ৰদ্ৰোহৰ কোনো গোচৰ ৰুজু কৰা হোৱা নাই । মহাৰাষ্ট্ৰত ২০১৫ত, পঞ্জাৱত একেটা বৰ্ষতে আৰু উত্তৰাখণ্ডত ২০১৭ত একোটাকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হয় বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে । এই তথ্য অনুসৰি, ২০১৯ত সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে মুঠ ৫৩টা । ২০১৮ত ১৭টা, ২০১৭ত ৫১টা, ২০১৬ত ৩৫টা, ২০১৫ত ৩০টা আৰু ২০১৪ত ৪৭টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: N. V. RamanaNarendra Modi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d