Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন

অগপৰ হুংকাৰ : মিত্ৰজোঁটৰ হৈ অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব

publisher by publisher
August 10, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

AGP Legislative Party meeting in Ambari: মহানগৰীৰ আমবাৰীত অগপৰ বিধায়িনী দলৰ বৈঠক

AGP Election Manifesto Launched:আমবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

Ramendra Narayan Kalita:অগপৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ 

ভৱানীপুৰ বিধানসভা সমষ্টিত যদি উপ নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়াহ’লে সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব । এই হুংকাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অগপ দলৰ । উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফনীধৰ তালুকদাৰে বিধায়ক পদ ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ প্ৰসংগ ব্যাপকভাৱে প্ৰচাৰ আৰু চৰ্চা হয় ।

ADVERTISEMENT

ইয়াৰ পাছতে কালি বিয়লি অগপৰ ভৱানীপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত অগপ দলৰ ভৱানীপুৰ বিধান পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভাত ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ’লে সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে বিধান পৰিষদ সমিতিৰ সাধাৰণ সম্পাদক শৰৎ ডেকাই ।

ডেকাই কয় যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰি অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল । যদিহে উপ নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ’লে ভৱানীপুৰ বিধানসভা সমষ্টিত নিশ্চিতভাৱে অগপ দল তথা অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব । বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰশ্নয়েই আহিব নোৱাৰে। যিহেতু ২০২১ৰ পৰা ২০২৬লৈ বিধানসভা নিৰ্বাচনত অগপ, বিজেপি, ইউপিপিএলৰ মিত্ৰতা আছে, এই সময়ছোৱাৰ ভিতৰত যেতিয়া‌ই উপ নিৰ্বাচন হওক ভৱানীপুৰ বিধানসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ।

অগপ দলৰ ভৱানীপুৰ বিধান পৰিষদৰ উপদেষ্টা প্ৰাণজিৎ দাসে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, অসমত যি সমষ্টিতেই উপ নিৰ্বাচন হ’লেও সমষ্টিটোত ২০২১ত মিত্ৰজোঁটৰ হৈ যি দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল উপ নিৰ্বাচনত সেইটো দলৰ প্ৰাৰ্থীকহে প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ দিয়াটো উচিত । উল্লেখ্য যে অগপৰ ভৱানীপুৰ বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ’লে অগপ দলে প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হোৱা বুলিও শৰৎ ডেকাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpPranjit DasSarat Deka
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d