Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APCC : সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিক লৈ শংকা প্ৰকাশ

publisher by publisher
October 8, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
APCC : সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃতভাৱে পামতেল গছৰ খেতি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক ব্যৱসায়ীক লোৱা পৰিকল্পনাৰ বিৰোধীতা কৰি অসমৰ লোকসভাৰ সাংসদ প্রদ্যুত বৰদলৈয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীলৈ আজি এখন পত্ৰ প্রেৰণ কৰিছে । চৰকাৰৰ নেচনেল মিছন অন এডিবল অৱ অ‌ইল পাম (এন এম ই অ’-অ’পি) অভিযান সম্পর্কে শংকা প্রকাশ কৰি অহা সচেতন উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ আৰু প্ৰকৃতিপ্রেমী ব্যক্তিৰ কণ্ঠক চৰকাৰে উপেক্ষা কৰিছে । খাদ্য ব্যৱহার্য তেল আমদানিৰ পৰিমাণ হ্ৰাস কৰিবলৈ চৰকাৰে লোৱা কাৰ্যসূচী গ্রহণযোগ্য যদিও উত্তৰ-পূৰ্বাঞ্চলৰ ভৰপূৰ জৈৱ বৈচিত্র্য তথা পৰিৱেশক ধ্বংসৰ মুখলৈ ঠেলি দি পামতেল গছৰ খেতি কৰাটো একেবাৰে উচিত নহয় । বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, প্রাথমিক পৰ্যায়ত উপাৰ্জনৰ ক্ষেত্ৰত এয়া এক ফলপ্রসূ হ্ৰস্বম্যাদী পৰিকল্পনা হিচাপে পৰিগণিত হ’ব পাৰে যদিও পৰৱৰ্তী পৰ্যায়ত দীর্ঘম্যাদী পৰিকল্পনাৰ ক্ষেত্ৰত ই এক বহনক্ষম পৰিকল্পনা হিচাপে পৰিগণিত নহ’ব ।

ADVERTISEMENT

দক্ষিণ এছিয়াৰ ভালেমান দেশ যেনে মালেছিয়া আৰু ইণ্ডোনেছিয়াত কেৱল পাম খেতি (ম’ন’কালচাৰেল) কৰোতে প্রয়োজনীয় ৰাসায়নিক দ্রব্য ব্যৱহাৰৰ ফলত তাৰ জৈৱ-বৈচিত্ৰ্যৰ বিষম ক্ষতি, পানী যোগান হ্রাস, মাটিৰ উৰ্বৰতা হ্ৰাস আদি বিভিন্ন প্রলয়ংকাৰী প্ৰভাৱে এতিয়া দেখা দিছে । গৱেষণা অনুসৰি, উক্ত দেশসমূহত বিগত ২০ বছৰত দেখা গ’ল যে পাম খেতিৰ গছ বিলাকে নিৰ্গত কাৰ্বন ধৰি নাৰাখি জলবায়ুত মেলি দিয়ে (৫০-৯০ শতাংশ কাৰ্বনৰ পৰিমাণ) ফলত জলবায়ু পৰিৱৰ্তনত পাম খেতিয়ে এতিয়া মুখ্য ভূমিকা পালন কৰিছে । এনেবোৰ কাৰণৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ আৰম্ভণিতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰী লংকাইয়ো পাম খেতি বন্ধ কৰাৰ লগতে পাম অইলৰ ৰপ্তানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ।

পাম খেতি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একেবাৰে নতুন নহয় যদিও আমাৰ অঞ্চলত বিস্তৃতভাৱে এই খেতি কৰিলে, ইয়াৰ দ্বাৰা আমাৰ জলবায়ু আৰু জৈৱ-বৈচিত্ৰ্যতাৰ ওপৰত কেনে প্ৰভাৱ পৰিব তাক বিজ্ঞানসন্মতভাৱে নিৰ্ধাৰণ কৰাটো অতি দৰকাৰ । প্রস্তাৱিত এই কৃষি কাৰ্যৰ বাবে কেৱল বন ধ্বংস কার্যতেই গুৰুত্ব প্রদান নকৰি উত্তৰ-পূৰ্বাঞ্চলত মাটিৰ মালিকীস্বত্বকলৈ এক সামাজিক গুৰুত্ব থকাৰ পৰিপ্ৰেক্ষিতত এনেবোৰ আর্থ-সামাজিক বিষয়তো মনযোগ প্রদান কৰাটো প্রয়োজনীয় । আনহাতে, পাম খেতিত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হোৱাৰ পৰিপ্ৰেক্ষিতত ভূ-পৃষ্ঠৰ পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্রাস হৈ অঞ্চলটোৰ উদ্ভিদ-প্রাণীকূলত বিৰূপ প্রভাৱ পেলাব পাৰে । তেনে স্থলত অসমৰ চহকী জৈৱ-বৈচিত্র্যত এই খেতিয়ে যে নেতিবাচক প্রভাৱ পেলাব, সেয়া ধুৰূপ ।

অঞ্চলটোৰ অৰণ্যৰ ভূমিক পামখেতি প্ৰতিষ্ঠাপন কৰাৰ পাছত তাত বসবাস কৰা বন্যপ্ৰাণীৰ বাবে প্ৰাণৰ সংশয় সৃষ্টি কৰি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ সম্ভাৱনা নিশ্চিতভাৱে বৃদ্ধি পাব । ইতিমধ্যে ব্যাপক পৰিসৰত ৰাজ্যত বনধ্বংস কৰি কৰা চাহ খেতিয়ে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । আনহাতে, এই খেতিয়ে বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ নিৰ্গমনটো নেতিবাচক প্রভাৱ পেলাব । আনহাতে, অর্থনৈতিকভাৱে পিছপৰা ৰাজ্যৰ খেতিয়কৰ বাবে অর্থনৈতিক দিশৰ পৰাও এই খেতি মুঠেও সম্ভৱপৰ নহয় । পূর্বেও ১৯৮০ত বৃহৎ সংখ্যক তৈল-খেজুৰৰ খেতিৰ প্ৰস্তাৱ “পাৰিস্থিতিক দুর্যোগৰ” সম্ভাৱনা থকাৰ বাবে নাকচ কৰা হৈছিল ।

এই পৰিপ্ৰেক্ষিতত অসমৰ লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে এই তৈল-খেজুৰৰ খেতিৰ ব্যৱসায়িক প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰে আৰু প্ৰধানমন্ত্ৰীৰ ওচৰত আহ্বান জনাই যে অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই বিষয়টোক প্রধানমন্ত্রীয়ে যেন গুৰুত্ব সহকাৰে লয় । সাংসদগৰাকীয়ে চিঠিখনত কয়, “যিহেতু কৃষিখণ্ডৰ উন্নতি অবিহনে দেশৰ প্ৰগতিৰ কথা ভাবিব নোৱাৰো, তাৰ বিকল্প হিচাপে অন্য এক বহনক্ষম প্রকল্প আমি হাতত ল’ব লাগিব, যিয়ে আমাৰ পৰিৱেশতন্ত্রক বচাই ৰাখিব । মই এইটোৱেই আশা কৰো যে কেৱল বাণিজ্যিক দিশটোক লক্ষ্য কৰি আগনাবাঢ়ি, আপোনালোকে দেশৰ অর্থনীতি আৰু পৰিৱেশতন্ত্ৰ দুয়োটাৰ প্রতি গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি যাওক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM PRADESH CONGRESS COMMITTEENarendra ModiPam oilPradyut Bordoloi
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d