Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jammu & Kashmir : সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত সন্দেহভাজন ৫৭০ জনক আটক কৰিলে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে

publisher by publisher
October 10, 2021
in India, News
Reading Time: 1 min read
0
Jammu & Kashmir : সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত সন্দেহভাজন ৫৭০ জনক আটক কৰিলে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Blast Update :দিল্লী বিস্ফোৰণ সন্দৰ্ভত ৪ জনক আটক নিয়াৰ

Delhi Incident:দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে পাকিস্তান সংযোগৰ সন্দেহ নিয়াৰ

এনআইএৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা বিচাৰাধীন বন্দীক বাছ-বিচাৰ নোহোৱাকৈ মুক্তি প্ৰদানৰ হুংকাৰ

কাশ্মীৰ উপত্যকাত তালাচী অভিযান চলালে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এনআইএ) । যৌথ গোচৰত কাশ্মীৰৰ ১৬টা স্থানত তালাচী অভিযান চলালে এনআইএ-য়ে । আইএছ-ৰ ভাৰতীয় মুখপত্র হিচাপে পৰিচিত ‘ভইচ অৱ হিন্দ’-ৰ তথ্য জানিবলৈ এই তালাচি, সাম্প্রতিক সময়ত উপত্যকাত জনসাধাৰণৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত দ্য ৰেজিছটেন্স ফ্রন্ট (টিআৰএফ)-ৰ সদস্যকলৰ ঘৰতো তালাচী চলায় এনআইএ-ৰ চোৰাংচোৱাসকলে । তেনে সময়তে সাম্প্রতিক সাধাৰণ জনতাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ৫৭০ জনক আটক কৰিছে । ইয়াৰ ভিতৰত বহুকেইজনেই যুৱক ।

ADVERTISEMENT

সন্ত্ৰাসবাদী সংগঠন আইএছ-ৰ ভাৰতীয় পত্ৰিকা ‘ভইচ অৱ হিন্দ’ । ২০২০-ৰ ফেব্রুৱাৰীৰ পৰাই সন্ত্ৰাসবাদী সংগঠনটোৱে মাহেকীয়া অনলাইন পত্রিকাটো প্রকাশ কৰিছে । কাশ্মীৰ উপত্যকাত যুৱকসকল অধিক ধর্মীয় মৌলবাদী কার্যকলাপত জড়িত হৈ পৰাৰ নেপথ্যত এই পত্রিকাৰ বিপুল প্রভাৱ দেখিছে চোৰাংচোৱাসকলে । সেই সূত্রেই শ্রীনগৰ, অনন্তনাগ, বাৰামুলা, কুলগামৰ বিভিন্ন ঠাইত অভিযান চলায় এনআইএ-য়ে ।

দেওবাৰে আৰিপোৰা জোৱানৰ বাসিন্দা নঈম আহমেদ ভাটেৰ গৃহত অভিযান চলায় এনআইএ-য়ে । এক পথ নির্মাণ সংস্থাত গাড়ী চালকৰ চাকৰি কৰে নঈমে । এনআইএ-ৰ দ্বিতীয় গন্তব্য স্থান আছিল, বাগি নন্দ সিং চট্টৱালৰ বাসিন্দা মুস্তাক আহমেদ দাৰেৰ গৃহত । তাৰ পৰা মুঠ ৫টা ম’বাইল বাজেয়াপ্ত কৰিছে চোৰাংচোৱাসকলে ।

ইয়াৰ উপৰি উপত্যকাৰ ছোলিনা পায়িনৰ বাসিন্দা সুহেল আহমেদ ভাটেৰ গৃহতো তালাচী চলায় এনআইএ-য়ে । বাহাউদ্দিন সাহাব নওহাট্টা নামে এক ব্যক্তিক আটক কৰা হৈছে । তেওঁৰ পৰা এটা লেপ্‌টপ্ আৰু ম’বাইল বাজেয়াপ্ত কৰিছে এনআইএ-য়ে । ক্রীড়া সৰঞ্জাম বিক্রীৰ স’তে জড়িত এজন ব্যক্তিৰ গৃহতো তালাচী অভিযান চলে ।

কেৱল ‘ভইচ অৱ হিন্দ’-এই নহয়, কাশ্মীৰ উপত্যকাত ইদানীং সকলৰ কেন্দ্র হৈছে টিআৰএফ । মূলত লস্কৰ-ই-তইবৰ শাখা সংগঠন হিচাপে কাশ্মীৰত কাম আৰম্ভ কৰিলেও চোৰাংচোৱাসকলৰ খবৰ, বর্তমান হিজবুল মুজাহিদিন আৰু জইশ-ই-মহম্মদৰ দৰেই উপত্যকাত সক্রিয় সন্ত্ৰাসবাদী দলৰ স’তে কান্ধত কান্ধ মিলাই কাম কৰে টিআৰএফ-এ । কাশ্মীৰত সাম্প্রতিক সময়ত প্রায় সমস্ত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত টিআৰএফ-ৰ নাম জড়িত হৈ আছে । টিআৰএফ-ৰ কমাণ্ডাৰ সাজ্জাদ গুলৰ গৃহতো তালাচী চলায় এনআইএ-য়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jammu-KashmirLashkar-e-TaibaNIAVoice of Hind
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d