Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

কাৰাবন্দী অৱস্থাতে ইমৰান খানক পাকিস্তানী সেনা-আইএছআইৰ দ্বাৰা হত্যা!

publisher by publisher
November 27, 2025
in International, News
Reading Time: 1 min read
0
কাৰাবন্দী অৱস্থাতে ইমৰান খানক পাকিস্তানী সেনা-আইএছআইৰ দ্বাৰা হত্যা!
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানত ৰাজনৈতিক উত্তেজনা, ইমৰান খানৰ দলৰ ১৮০ নেতা-কর্মী গ্ৰেপ্তাৰ!

Imran Khan: দুৰ্নীতিৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক

Imran Khan Arrest:প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ 

Imran Khan:✒️এক দুর্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাবাস খাটি থকা পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা প্রাক্তন ক্রিকেট তাৰকা ইমৰান খানে কাৰাৰুদ্ধ অবস্থাতে পাক সেনা আৰু আইএছআইৰ হাতত প্রাণ হেৰুৱায় বুলি বুধবাৰে ব্যাপক প্ৰচাৰ চলিছে।অৱশ্যে এই সংক্রান্তত মুখ খোলা নাই পাকিস্তানী সেনা তথা চৰকাৰে।

ADVERTISEMENT

উল্লেখ্য যে কঠোৰপন্থী পাক সেনাৰ মুৰব্বী আছিম মুনীৰৰ হাতৰ পুতলাৰ দৰে কাৰ্যনিৰ্বাহ কৰি আছে দেশখনৰ শ্বাহবাজ শ্বৰিফ চৰকাৰে। তদুপৰি চৰকাৰে মুখ নোখোলাটো স্বাভাবিক বুলি চৰ্চিত হৈছে। ইয়াৰ বিপৰীতে বেলুচিস্তানৰ বিদ্ৰোহী চৰকাৰ আৰু আফগানিস্তান চৰকাৰে ব্যাপক প্ৰচাৰ চলাইছে যে ৰাৱালপিণ্ডিৰ আদিআলা কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন প্রধানমন্ত্রী খান হত্যাৰ বলি হৈছে। আনহাতে, এই খবৰ বিয়পি পৰাৰ লগে লগে আদিআলা কাৰাগাৰৰ সম্মুখত প্রাক্তন প্রধানমন্ত্রী খান নেতৃত্বাধীন তেহৱিক-ই-ইনছাফৰ সহস্রাধিক নেতা-কর্মী উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দলৰ ক্ষুব্ধ কৰ্মীসকলৰ মাজত ইমৰানৰ তিনি ভগ্নী ক্রমে নবিন নিয়াজী, আলিমা খান আৰু ড° ওজমা খানো থাকে।

অভিযোগ অনুসৰি, কালি আদিআলা কাৰাগাৰৰ চৌহদত প্রাক্তন প্রধানমন্ত্রীজনৰ তিনি ভগ্নীক নিৰাপত্তাৰক্ষীয়ে নিৰ্মমভাবে প্রহাৰো কৰে।উল্লেখ্য যে ২০২৩ৰ পৰা পত্নী বুশ্ৰাসহ বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ হৈ ইমৰানে কাৰাবাস খাটি আছে। তদুপৰি যোৱা বছৰ এক দুর্নীতিৰ গোচৰত খান দম্পতীক এখন আদালতে ১৪ বছৰৰ কাৰাবাসৰ শাস্তি বিহে।

সেই সূত্রে দুয়ো আদিআলা কাৰাগাৰত বন্দী হৈ আছে। দেশখনৰ কাৰাগাৰৰ নিয়ম অনুসৰি এজন কাৰাবন্দীক প্রতি সপ্তাহত পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিবলৈ দিয়া হয়; কিন্তু বিগত ২২ দিন ধৰি কাৰাগাৰত ভ্ৰাতৃক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈয়ো ইমৰানৰ তিনি ভগ্নী বিমুখ হ’বলগীয়া হয়। অর্থাৎ তেওঁলোকক ভ্রাতৃক কাৰাগাৰ কৰ্তৃপক্ষই সাক্ষাতৰ অনুমতি নিদিলে। যোৱা ১৯ নৱেম্বৰতো তিনি ভগ্নী বিমুখ হৈ কাৰাগাৰৰ পৰা উভতি আহিবলগীয়া হয়।

এনে অৱস্থাতে ব্যাপক প্ৰচাৰ আৰম্ভ হয় যে ইমৰানে কাৰাবন্দী অবস্থাতে আইএছআই আৰু সেনাৰ ষড়যন্ত্রত প্রাণ হেৰুৱালে। ইয়াকে লৈ দেশখনৰ পৰিস্থিতি উত্তাল হৈছে। অৱশ্যে পাক সেনা আৰু চৰকাৰৰ দৰে খবৰটোক লৈ পাকিস্তানী সংবাদ মাধ্যম মৌন হৈ আছে। ইয়াৰ বিপৰীতে আফগান টাইমছ নামৰ আফগানিস্তানৰ কাকতখনে বাতৰি প্ৰকাশ কৰিছে যে ইমৰান আৰু জীৱিত থকা নাই।

বিগত তিনি দিন ধৰি খান ভগ্নীয়ে তেওঁক সাক্ষাৎ নোপোৱাক লৈয়ো কাকতখনে প্রশ্ন উত্থাপন কৰিছে। আনহাতে বেলুচিস্তানৰ নির্বাসিত বিদ্রোহী চৰকাৰৰ বিদেশ মন্ত্রণালয়ে সামাজিক মাধ্যমত হুংকাৰ দি কয়, ‘যদি সঁচাকৈয়ে খান হত্যাৰ বলি হৈছে, তেন্তে সন্ত্রাসবাদীৰ ৰাষ্ট্ৰ পাকিস্তানক নিশ্চিতভাৱে ধ্বংস কৰিম।’ আনহাতে, সূত্ৰৰ মতে, কালি বিয়লি সেনাৰ মুৰব্বী মুনীৰ আৰু আইএছআইয়ে ইমৰানক হত্যা কৰে।

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত ইমৰানে সামাজিক মাধ্যমৰ জৰিয়তে অভিযোগ উত্থাপন কৰে যে তেওঁ আৰু তেওঁৰ পত্নীৰ ওপৰত কাৰাগাৰত অমানুষিক নির্যাতন চলিছে। তেওঁ এই অভিযোগ উত্থাপন কৰাৰ পাছতে কাৰাগাৰৰ নীতি-নিয়ম কর্তৃপক্ষই অত্যন্ত কঠোৰ কৰি তোলে। উল্লেখ্য যে পাকিস্তানী সংবাদপত্র ‘ডন’ৰ এক বাতৰি অনুসৰি, প্ৰাক্তন প্রধানমন্ত্রী খানৰ বিৰুদ্ধে ১০৭টা গোচৰ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Imran khan
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d