Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দীপাৱলীত চীনা সামগ্ৰিক প্ৰত্যাহ্বান জনাবলৈ সাজো ঢেকিয়াজুলীৰ মৃৎশিল্পী

মৃৎশিল্পৰ প্ৰতি চৰকাৰৰ উদাসীনতাত ক্ষোভ শিল্পীসকলৰ

publisher by publisher
October 25, 2021
in Assam, India, News
Reading Time: 1 min read
0
দীপাৱলীত চীনা সামগ্ৰিক প্ৰত্যাহ্বান জনাবলৈ সাজো ঢেকিয়াজুলীৰ মৃৎশিল্পী
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন । দীপাৱলীত পোহৰেৰে উপচাই তোলাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৃৎশিল্পীসকলৰ ব্যাপক ব্যস্ততা । দীপাৱলীত চীনা সামগ্ৰী লাইট আদিক প্ৰত্যাহ্বান দিবলৈ থলুৱা শিল্পীসকলে লাখ লাখ মাটি চাকি তৈয়াৰ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে । সমান্তৰালকৈ ঢেকিয়াজুলিৰ আলিচিঙাৰ পাল গাঁৱৰ মৃৎশিল্পী নিৰঞ্জন পালে বিগত বছৰ সমূহৰ দৰেই চলিত বৰ্ষৰ দীপাৱলীত বিক্ৰীৰ বাবে কে’বালাখ মাটি চাকি তৈয়াৰ কৰিছে । চীনা সামগ্ৰিক প্ৰত্যাহ্বান দিবলৈ দিনে-নিশাই অতি কষ্টৰে মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত নিৰঞ্জন ।

ADVERTISEMENT

উল্লেখ্য যে মৃৎপিল্পীজনে তৈয়াৰ কৰা মাটি চাকিয়ে প্ৰতি বছৰে শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ বজাৰৰ লগতে আন জিলাসমূহৰ দীপাৱলীৰ বজাৰ দখল কৰি আহিছে । ব্যৱসায়ীসকলে নিৰঞ্জনৰ পৰা হ’লছেলৰ দৰত মাটি চাকি ক্ৰয় কৰে । চৰকাৰে থলুৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও ৰাজ্যৰ অন্যতম থলুৱা উদ্যোগ মৃৎশিল্পক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ৷ মৃৎশিল্পীসকলে বহু ঘাত-প্ৰতিঘাতৰ মাজত মৃৎশিল্প উদ্যোগটোক জীয়াই ৰাখিছে যদিও চৰকাৰৰ পৰা আজিকোপতি কোনো ধৰণৰ সাহায্য লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে এই গৰাকী মৃৎশিল্পীয়ে ৷

ক’ভিডৰ প্ৰভাৱত তেওঁলোকৰ এই থলুৱা উদ্যোগটোত প্ৰভাৱ পৰাত উপাৰ্জনো পূৰ্বতকৈ বহু হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে নিৰঞ্জনে ৷ ইফালে, দীপাৱলী আহিলেই মাটি চাকি তৈয়াৰ কৰাৰ অঘোষিত প্ৰতিযোগীতা চলে বৰছলা সমষ্টিৰ আন এখন এখন গাঁৱত ৷ বৰছলাৰ চিৰাজুলি পথাৰ পালগাঁৱত পুৰুষ মহিলাৰ পৰা আৰম্ভ কৰি যুৱতীসকলেও মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত হৈছে ৷ গাঁওখনৰ ৬০শতাংশ লোকেই মৃৎশিল্পৰ স’তে জড়িত ৷ মৃৎশিল্পই তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ পথ ৷ সেয়ে দীপাৱলী আহিলেই গাঁওখনৰ লোকসকলৰ ব্যাপক ব্যস্ততা দেখা যায় ৷ প্ৰতি ঘৰতেই মাটি চাকি তৈয়াৰ কৰাত এক অঘোষিত প্ৰতিযোগিতা চলে দীপাৱলীৰ পূৰ্বে ৷

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থলুৱা সা-সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা পাছতেই মাটিৰ দ্বাৰা তৈয়াৰী সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে এইসকল মৃৎশিল্পীয়ে ৷ ফলত তেওঁলোকে এইবাৰ দীপাৱলীত পূৰ্বতকৈ অধিক মাটি চাকি বিক্ৰী কৰাৰ আশা কৰিছে ৷

গাঁওখনৰ মৃৎশিল্পী জীতেন পাল আৰু ৰীনাৰাণী পালে এই সন্দৰ্ভত কয়, ‘আমি বছৰ বছৰ ধৰি মৃৎশিল্পৰ স’তে জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আছো ৷’ চৰকাৰে থলুৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে যদিও মৃৎশিল্পৰ উদ্যোগটোক আগবঢ়াই লৈ যাবলৈ মৃৎশিল্পীসকলক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই । এক প্ৰকাৰ অসন্তুষ্টি প্ৰকাশ কৰি মৃৎশিল্পৰ স’তে জড়িত লোক সকলক সকাহ দিয়াৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আবেদন জনায় এইসকল শিল্পীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DhekiajuliDiwaliNarendra ModiPotter
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d