Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১৭০ কেভি বিদ্যুৎ উৎপাদন

ভৱিষ্যতে ব্যৱসায়িক ভিত্তিত লােৱা আশা, মুছলপুৰত যুৱকে প্রস্তুত কৰিলে পাৱাৰ প্রজেক্ট

publisher by publisher
October 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
১৭০ কেভি বিদ্যুৎ উৎপাদন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Pramod Baro Rally in Mushalpur :আসন্ন বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ আৰম্ভ হ’ল হেলিকাপ্টাৰৰ ৰাজনীতি !

Mushalpur BJP Joining program: বাগানপাৰাত বিজেপিৰ নিৰ্বাচনী তৎপৰতা 

মুছলপুৰত তামোল ঢকুঁৱাৰ পৰা তৈয়াৰ কাঁহি বাতি, সম্পূৰ্ণ প্ৰদূষণ মুক্ত

অভাৱেই আৱিষ্কাৰৰ মূল বা মন কৰিলেই ছন, বাকৰি মাটিতাে ধন’ এই বাক্যশাৰীক সঠিক ব্যৱহাৰ কৰিছে মুছলপুৰৰ এজন যুৱকে।

ADVERTISEMENT

ইউ টিউবত ভিডিঅ’ চাই মুছলপুৰৰ জেমছ বডােচাই নির্মাণ কৰিলে মিনি পাৱাৰ প্রজেক্ট। তেওঁ পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিছে মিনি পাৱাৰ প্রজেক্ট।

সেইবাবে বাসা জিলাৰ সদৰ মুছলপুৰৰ যুৱকজন সম্প্রতি অঞ্চলটোৰ বাবে হৈ পৰিছে চৰ্চাৰ বিষয়। তেওঁ নিজ প্রচেষ্টাত বিদ্যুৎ উৎপাদন কৰি চমক সৃষ্টি কৰিছে।

নিজ ঘৰৰ পৰা এক কিলােমিটাৰ দূৰৈৰ খেতিপথাৰৰ মাজেৰে বৈ যােৱা এটা জানত উদ্ভাৱনী শক্তিৰে বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে মুছলপুৰৰ খেতিপথাৰত এতিয়া জলসিঞ্চনৰ অভাৱ।

পানীৰ অভাৱত বহু খেতিপথাৰত আশানুৰূপ শস্য উৎপাদন নহয়। ফলত অকালতে ৰঙা পৰে শস্য ভূমি। এই অভাৱ দেখি খেতিপথাৰত জলসিঞ্চনৰ সুবিধাৰ বাবে যুৱকজনে সাজি উলিয়ালে এই মিনি পাৱাৰ প্রজেক্টটো।

কে’বাটাও পর্যায়ত ইউটিউবত ভিডিঅ’ চাই পুৰণি বিজুলী পাংখাৰ মটৰ আৰু কিছু ৰাসায়নিক সামগ্রী লৈ বডােচাই আৰম্ভ কৰিলে এই শক্তি প্রকল্পটো। দুমাহ চেষ্টা কৰাৰ পাছত সফল হ’ল জেমচ।

এই মিনি শক্তি প্রকল্পটোৰ পৰা ১৭০ কেভি বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হােৱা জেমচে ইয়াৰ পৰা ১৫টা বাল্ব আৰু ছাউণ্ড ছিষ্টেম বজাবলৈ সক্ষম হােৱাৰ লগতে ম’বাইল চার্জো দিয়ে। তেওঁ ঘৰৰ পৰা দূৰৈৰ পথাৰৰ মাজত পাম ধৰি খেতি বাতি কৰে।

নিজ ঘৰৰ পৰা দূৰ হােৱা বাবে ম’বাইল চার্জ দিবলৈ তেওঁ আকৌ ঘৰলৈ আহিব লাগে। নিশা পথাৰৰ মাজত হৈ পৰে এন্ধাৰ। সেয়ে তেওঁ এই ব্যৱস্থাটো কৰিছে।

যি সময়ত সমগ্ৰ ৰাজ্যত বিদ্যুতৰ নাটনিয়ে ৰাইজক মাধমাৰ দিছে, তেনে সময়ত জেমচৰ এই উদ্ভাৱনে চর্চা লাভ কৰিছে। প্ৰথম অৱস্থাত তেওঁ তেওঁৰ এই শক্তি প্রকল্পটো প্ৰচাৰ কৰিবলৈ ইতঃস্তত বােধ কৰিছিল।

এই সন্দৰ্ভত জেমচে কয়, ‘বহুদিনৰ পৰা এই বিষয়ে চিন্তা-চৰ্চা চলাই আছিলাে। দুই-এজনৰ পৰা পৰামর্শও ল’লাে। শেষত ইউটিউবত বিচাৰিলাে আৰু ভবা মতে ধাৰণাটো পালাে। খেতিপথাৰৰ জান এটাত বান্ধ দি সৰু ফুটা এটাৰে পানীবােৰ ওলাব দিলাে আৰু সেই ফুটাৰে ওলােৱা পানীৰ সোঁতত এটা ৰিং মেলি দিলাে।

পানীৰ সোঁতে ৰিংটো ঘূৰােৱাৰ পাছত কাৰিকৰী কৌশল খটুৱাই তাৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হলাে। লাকুৱা জলবিদ্যুৎ প্রকল্পটো বহল কৰি ইয়াৰ পৰা তিনি হেজাৰ ৱাট উৎপাদন কৰাৰ লক্ষ্য লৈছাে।

নির্ধাৰিত এই লক্ষ্যত উপনীত হ’লে ইয়াৰ পৰা ওচৰৰ তিনিজন কৃষকক খেতিপথাৰত লাগতিয়াল পানী যােগান ধৰিবলৈ সক্ষম হ’ম। জেমচৰ এই মিনি পাৱাৰ প্রজেক্টটো চাই অঞ্চলটোৰ বহুজন অভিভূত হৈ শলাগ লৈছে।

অৱশ্যে প্রকল্পৰ সা- সামগ্রীবােৰ ক্ষণস্থায়ী। দীর্ঘস্থায়ী কৰিবলৈ বহু ধন লাগিব জেমচক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mushalpur
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d