Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kartarpur Corridor : বুধবাৰে খুলিব কৰতাৰপুৰ কৰিড’ৰ, জনালে গৃহমন্ত্ৰীৰয়ে

publisher by publisher
November 16, 2021
in India, International, News
Reading Time: 1 min read
0
Kartarpur Corridor : বুধবাৰে খুলিব কৰতাৰপুৰ কৰিড’ৰ, জনালে গৃহমন্ত্ৰীৰয়ে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

কলিয়াবৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা তীব্ৰ ৰাজনৈতিক আক্ৰমণ: অমিত শ্বাহৰ টাৰ্গেট ৰাহুল গান্ধী

পাকিস্তানৰ দৰবাৰ চাহিব কৰতাৰপুৰ যোৱা পথ কৰতাৰপুৰ কৰিড’ৰ খুলি দিয়া হ’ব বুধবাৰে । গুৰু নানকৰ জন্মদিনৰ দুদিন আগতে এই পথ খুলি দিয়া হৈছে দর্শনার্থীসকলৰ বাবে । গৃহমন্ত্রী অমিত শ্বাহে টুইট কৰি জনাইছে এই সিদ্ধান্তত উপকৃত হ’ব বহু শিখ তীর্থযাত্রী । ইয়াৰ আগতে কেন্দ্রীয় চৰকাৰে পাকিস্তানক এই ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিড’ৰ এবছৰৰো অধিক সময় বন্ধ ৰখাৰ বাবে দোষাৰোপ কৰিছিল ।

ADVERTISEMENT

বহু শিখ নেতা যেনে পাঞ্জাৱৰ মুখ্যমন্ত্রী চৰণজিত সিং চান্নি, পূৰ্বৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিং, কংগ্রেছ নেতা নভজ্যোত সিং সিধু‌ই কেন্দ্রীয় চৰকাৰক গুৰু পৰ্বৰ আগতে এই কৰিড’ৰ নতুনকৈ খুলি দিয়াৰ আবেদন জনায় ।

ইয়াৰ আগতে অমৰিন্দৰ আৰু সিধু দুয়োজনেই টুইট কৰি এই দাবী জনাইছিল। অমৰিন্দৰে টুইটত লিখে, “ম‌ই প্রধানমন্ত্রী নৰেন্দ্র মোদীক ১৯ নৱেম্বৰ, গুৰু নানকৰ জন্মবার্ষিকীৰ আগতে কৰতাৰপুৰ কৰিড’ৰ খুলি দিয়াৰ বাবে অনুৰোধ কৰিছো, যাতে দৰ্শনাৰ্থীসকলে এই পৱিত্র অনুষ্ঠানত পৱিত্র মন্দিৰত প্রণাম কৰিব পাৰে ।” তেওঁ টুইটত লিখে, তেওঁ ভাৰত চৰকাৰক কৰতাৰপুৰ কৰিড’ৰ পুনৰ আৰম্ভ কৰাৰ বাবে আৰু শ্রী গুৰু নানকৰ গুৰু পৰ্বত তিনি কৃষি আইন বাতিল কৰাৰ বাবে অনুৰোধ কৰিছে ।

In a major decision, that will benefit large numbers of Sikh pilgrims, PM @Narendramodi govt has decided to re-open the Kartarpur Sahib Corridor from tomorrow, Nov 17.
This decision reflects the immense reverence of Modi govt towards Shri Guru Nanak Dev Ji and our Sikh community.

— Amit Shah (Modi Ka Parivar) (@AmitShah) November 16, 2021

কৰতাৰপুৰ কৰিড’ৰক ২০২০ৰ মার্চত বন্ধ কৰি দিয়া হয় । ২৭ জুনত পাকিস্তানে প্রথমবাৰ এই কৰিড’ৰ পুনৰ খুলি দিয়াৰ ইচ্ছা প্রকাশ কৰে । ইছলামাবাদে নৱেম্বৰৰ তিনি তাৰিখে কৰিড’ৰ খুলিব বুলি জনাইছিল ।

My profound gratitude to PM @narendramodi and HM @AmitShah for the timely opening of the Kartarpur Sahib Corridor. It will provide a chance to thousands of devotees to pay obeisance at the holy shrine on the occasion of Guru Purab of Guru Nanak Dev Ji.

— Capt.Amarinder Singh (@capt_amarinder) November 16, 2021

৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰে পঞ্জাৱৰ গুৰদাসপুৰৰ ডেৰা বাবা নানকৰ স’তে পাকিস্তানৰ কৰতাৰপুৰৰ দৰবাৰ চাহিবৰ সংযোগ ঘটায় । এই কৰতাৰপুৰতেই গুৰু নানকে তেওঁৰ জীৱনৰ শেষ ১৮ বছৰ অতিবাহিত কৰিছিল ।

Welcome step …. The reopening of the Corridor of infinite possibilities … invaluable gift for Nanak naam levas … may the corridor of the Great Guru remain open eternally to shower blessings on one an all …. Sarbat da bhala pic.twitter.com/88Dw9o8nA9

— Navjot Singh Sidhu (@sherryontopp) November 16, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahKartarpur Corridor
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d