Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Farm Laws : সংসদত তিনি কৃষি আইন প্রত্যাহাৰ নকৰা পর্যন্ত আন্দোলন অব্যাহত থাকিব, ঘোষণা টিকায়তৰ

publisher by publisher
November 19, 2021
in India, News
Reading Time: 1 min read
0
Farm Laws : সংসদত তিনি কৃষি আইন প্রত্যাহাৰ নকৰা পর্যন্ত আন্দোলন অব্যাহত থাকিব, ঘোষণা টিকায়তৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

আজি পুৱা বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । দীর্ঘ সময় ধৰি চলা আন্দোলন তুলি লোৱাৰো আবেদন জনাইছে তেওঁ কৃষকসকলক । কিন্তু প্রধানমন্ত্রীৰ মুখৰ কথাত বিশ্বাস কৰিব পৰা নাই ভাৰতীয় কিষান ইউনিয়ন (বিকেইউ)-ৰ নেতা ৰাকেশ টিকায়তে । চৰকাৰে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে প্রত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়নী দিছে তেওঁ ।

ADVERTISEMENT

তেওঁ কয়, “সংসদত এই তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত পাছ নোহোৱা পৰ্যন্ত অৱস্থান অব্যাহত থাকিব ।”

২০২০-ৰ ছেপ্টেম্বৰত পাছ হয় তিনি কৃষি আইন । তাৰ পাছৰ পৰাই এই আইনৰ বিৰোধিতাত হৰিয়ানা, পঞ্জাৱসহ দেশৰ বিভিন্ন প্রান্তত আন্দোলন আৰম্ভ হয় । নৱেম্বৰত কৃষকসকলে দিল্লীত গৈ ধৰ্ণাত বহে । তেতিয়াৰ পৰাই আন্দোলন অব্যাহত আছে । সেই আন্দোলনৰ আৰম্ভণিৰ পৰাই আছিল বিকেইউ । শুকুৰবাৰে প্রধানমন্ত্রীয়ে কৃষি আইন প্রত্যাহাৰৰ কথা ঘোষণা কৰাত বিকেইউ-ৰ নেতা টিকায়তে সকীয়নী দিয়ে, ৬০০ কৃষকৰ আত্মবলিদানক বিফলে যাবলৈ নিদিও । এই আন্দোলনক শক্তিশালী কৰিবলৈ বহু কৃষকে প্রাণ দিছে । তেওঁলোকৰ আত্মবলিদানক উৎসর্গা কৰি পৰৱর্তী পদক্ষেপৰ কথা চিন্তা কৰা হ’ব । তেওঁ স্পষ্টভাৱে জনাইছে যে, মুখত কথাত নহয়, চৰকাৰে নিচ্ছিতভাৱে এই বিষয়ত পদক্ষেপ গ্ৰহণ নকৰিলে আন্দোলন অব্যাহত থাকিব ।

টিকায়তে আৰু জনায়, সংযুক্ত কিষান মর্চাই শুকুৰবাৰে এই বিষয়ত আলোচনা কৰিব । সামগ্রিক বিষয় পর্যালোচনা কৰি পৰৱর্তী পদক্ষেপৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা ছিংঘু আৰু টিকৰি সীমান্তত আন্দোলনত বহে কৃষকসকলে । ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা লালকিল্লা পর্যন্ত কৃষকসকলৰ ট্রেক্টৰ ৰেলিক লৈ অগ্নিগর্ভ পৰিস্থিতিৰ সৃষ্টি হয় । কৃষি আইন প্রত্যাহাৰ নকৰা পর্যন্ত ৰাজধানীত আন্দোলন অব্যাহত ৰখাৰ সকীয়নী দিয়া হয় বাৰে বাৰে । কে’বা পৰ্যায়ৰ বৈঠকৰ পাছতো কোনো সমাধান সূত্র নোলায় । চৰকাৰ আৰু কৃষক দুপক্ষই নিজৰ অৱস্থানত অটল থাকে । অবশেষত চাপত পৰি কৃষি আইন পাছ হোৱাৰ এবছৰ পাছত প্রধানমন্ত্রীয়ে সেই আইন প্রত্যাহাৰৰ কথা ঘোষণা কৰিলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra Modirakesh tikaitThree Farm Law
publisher

publisher

Related Posts

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d