Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Farm Law : একাধিক দাবীৰে মোদীলৈ মুকলি পত্ৰ প্ৰতিবাদী কৃষকসকলৰ

publisher by publisher
November 22, 2021
in India, News
Reading Time: 1 min read
0
Farm Law : একাধিক দাবীৰে মোদীলৈ মুকলি পত্ৰ প্ৰতিবাদী কৃষকসকলৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

ইতিমধ্যে দিল্লী সীমান্তত প্ৰতিবাদৰত কৃষকসকলে জনাইছে যে তিনি কৃষি আইন সংসদত বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব । শস্যৰ ন্যূনতম মূল্য নিশ্চিত কৰিবলৈ আইন আৰু কেন্দ্রীয় মন্ত্রীসভাৰ পৰা অজয় মিশ্র টেনিক প্ৰত্যাহাৰৰ দাবীত এইবাৰ কৃষক সংগঠনবোৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ মুকলি পত্ৰ লিখিলে ।

ADVERTISEMENT

প্রধানমন্ত্রীৰ তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্তক স্বাগত জনালেও সংযুক্ত কিষাণ মর্চাই প্রধানমন্ত্রীক কটাক্ষ কৰি পত্ৰত জনাইছে, কৃষকসকলৰ স’তে চৰকাৰৰ ১১ টা পৰ্যায়ত আলোচনা হৈছিল । তাৰ পাছতো প্রধানমন্ত্রীয়ে দ্বিপাক্ষিক সমাধানৰ পথ অৱলম্বন নকৰি এক তৰফিয়া ঘোষণা কৰিছে । পত্ৰত কৃষক নেতাসকলে উল্লেখ কৰিছে যে, ২০১১ত গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে নৰেন্দ্র মোদীৰ নেতৃত্বাধীন মুখ্যমন্ত্রীসকলৰ কমিটীয়ে মনমোহন চৰকাৰক শস্যৰ মূল্যৰ আইনী গেৰেণ্টিৰ আবেদন জনাইছিল ।

শুকুৰবাৰে প্রধানমন্ত্রীয়ে তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণাৰ পাছতে কৃষকসকলে কেতিয়া আন্দোলন প্রত্যাহাৰ কৰিব, তাক লৈ প্রশ্ন উত্থাপন হৈছিল । শনিবাৰে মর্চাৰ কোৰ কমিটীৰ বৈঠকৰ পাছত কৃষক নেতাসকলে জনাইছে, তেওঁলোকে এতিয়াই দিল্লীৰ সীমান্তৰ ধর্না স্তব্ধ নকৰে । আগতে সংসদত আইন প্রত্যাহাৰ হ‌ওক । আইন প্রত্যাহাৰৰ বিল তৈয়াৰৰ কাম ইতিমধ্যে কৃষি মন্ত্রণালয় আৰু খাদ্য-উপভোক্তা বিষয়ক মন্ত্রণালয়ত আৰম্ভ হৈছে । অহা বুধবাৰে কেন্দ্রীয় মন্ত্রীসভাই তাত ছিলমোহৰ দিয়াৰ সম্ভাৱনা আছে ।

আজি কৃষক নেতাসকলে জনাইছে, তেওঁলোকে অন্যান্য দাবী দিয়াক লৈও কোনো ধৰণৰ আপোচ কৰা নাই । শস্যৰ ন্যূনতম সহায়ক মূল্য বা এমএছপি-ৰ আইনী গেৰেন্টি, টেনিক মন্ত্রীসভাৰ পৰা প্ৰত্যাহাৰৰ লগতে আন্দোলনত মৃত কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব । বিদ্যুৎ আইনৰ সংশোধনী বিলৰ খচৰা প্রত্যাহাৰ কৰিব লাগিব । শস্যৰ নৰা জ্বলোৱা ৰোধ আইনৰ পৰা কৃষকসকলৰ জৰিমনা-শাস্তিৰ ব্যৱস্থা প্রত্যাহাৰ কৰিব লাগিব । এই আইনত যিসমূহ কৃষকক গ্রেপ্তাৰ কৰা হৈছে, তেওঁলোকক মুক্তি দিব লাগিব । আন্দোলনৰ সময়ত কৃষকসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰো প্রত্যাহাৰ কৰিব লাগিব ।

কালি দিল্লী সীমানন্তৰ সিংঘুত কৃষক সংগঠনসমূহৰ ঐক্যমঞ্চ সংযুক্ত কিষাণ মর্চাৰ বৈঠক বহে । তাতেই এই সমূহ দাবীৰে প্রধানমন্ত্রীলৈ মুকলি পত্ৰ লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । পাছত সন্ধিয়া মর্চাৰ তৰফৰ পৰা প্রধানমন্ত্রীক ই-মেইল কৰি পত্ৰ প্ৰেৰণ কৰা হয় । পত্ৰৰ আৰম্ভণিতেই কৃষকসকলে জনাইছে, সকলো ধৰণৰ খৰচ হিচাপ কৰি কৃষিৰ মুঠ খৰচৰ ডেৰগুণ এমএছপি নিশ্চিত কৰিবলৈ আইন আনিব লাগিব ।

তিনি কৃষি আইনত চুক্তি কৃষিৰ স্বাধীনতা দি মোদী চৰকাৰে প্ৰকৃততে এমএছপি তুলি ল’ব বিচাৰিছে বুলি কৃষক নেতাসকলৰ শংকা আছিল । আনহাতে, কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে কৃষকসকলক দৰ নিৰ্ধাৰণৰ সুবিধা থাকিব বুলি বাৰে বাৰে আশ্বাস দিছিল, শস্যৰ এম‌এছপি যিমান সিমানেই থাকিব । চৰকাৰেও কৃষকসকলৰ পৰা আগৰ দৰেই ধান-গম কিনিব । চৰকাৰে এই বিষয়ত লিখিত প্রতিশ্রুতি দিবলৈ প্ৰস্তুত যদিও কৃষক সংগঠনসমূহে আইনী গেৰেণ্টিৰ দাবী জনায় । কৃষক নেতাসকলৰ মতে, চৰকাৰে ২৩ বিধ শস্যৰ এমএছপি ঘোষণা কৰে ঠিকেই; কিন্তু চৰকাৰে যিবোৰ শস্য কিনে, তাৰ বাহিৰে আৰু কোনো শস্য‌ৰেই কৃষকসকলে বজাৰত এমএছপি লাভ নকৰে ।

এমএছপি-তকৈ কম মূল্যতেই শস্য বিক্রী কৰিবলগীয়া হয় । এমএছপি-ক কৃষকসকলৰ আইনী অধিকাৰ কৰি তোলাৰ ব্যৱস্থা কৰিব লাগিব । কৃষকসকলৰ মতে, মাত্র ছয় শতাংশ কৃষকে চৰকাৰক নির্ধাৰিত এমএছপি-ত শস্য বিক্রী কৰিছে, বাকী ৯৪ শতাংশ কৃষকে এমএছপি পোৱা নাই । কৃষকসকলক দৰ নিৰ্ধাৰণৰ বিষয়ত হোৱা বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে জনাইছিল, চৰকাৰে ২৩ বিধ শস্য এমএছপি-ত কিনিব পাৰিব । এই ক্ষেত্ৰত চৰকাৰৰ বছৰি প্রায় ১৭ লাখ কোটি টকা ব্যয় হ’ব । কেন্দ্রীয় চৰকাৰৰ মুঠ বাজেট ৩৪ লাখ কোটি টকা । কৃষক নেতাসকলৰ ব্যাখ্যা, তেওঁলোকে চৰকাৰক সমস্ত শস্য কিনিবলৈ কোৱা নাই । কৃষকসকলে যাতে বজাৰত চৰকাৰ ঘোষিত এমএছপি পায়, সেয়া নিশ্চিত কৰিবলৈ কৈছে ।

প্রধানমন্ত্রীলৈ লিখা পত্ৰত মর্চা নেতাসকলে জনাইছে, “আপোনাৰ বক্তৃতাত এই সমূহ দাবীক লৈ কোনো নির্দিষ্ট ঘোষণা নথকাৰ বাবে কৃষকসকল হতাশ হৈছে । কৃষকসকলৰ আশা আছিল, এই ঐতিহাসিক আন্দোলনত কেৱল তিনি কৃষি আইন প্রত্যাহাৰে নহয়, কৃষকসকলৰ পৰিশ্রমৰ মূল্যৰ আইনী গেৰেন্টিও পাব ।” কৃষিমন্ত্রী টোমৰে প্রধানমন্ত্রীৰ ঘোষণাৰ পাছত জনায়, এমএছপি বিষয়ত কমিটী তৈয়াৰ কৰা হ’ব । কৃষকসকলে সেই বৈঠকত নিজৰ প্রতিনিধি পঠাব । ধান-গমৰ বাহিৰে অন্য শস্যৰ খেতিত জোৰ দিবলৈও কমিটী তৈয়াৰৰ ঘোষণা কৰিছে কেন্দ্র‌ই । কৃষকসকলে এই বিষয়ত পেকেজৰ দাবী জনাইছে ।

লখিমপুৰ খেৰিত কৃষকসকলক হত্যাৰ ঘটনাত অভিযুক্ত গৃহ প্রতিমন্ত্রী অজয় মিশ্র টেনিক শনিবাৰে লক্ষ্ণৌ ডিজিপি-সন্মিলনত প্রধানমন্ত্রী আৰু অমিত শ্বাহৰ স’তে দেখা গৈছিল । তেওঁক পদচ্যুত আৰু গ্রেপ্তাৰ কৰাৰ দাবী জনাই মর্চাৰ অভিযোগ, তেওঁক আপোনাৰ আৰু প্রবীণ মন্ত্রীসকলৰ স’তে একেই মঞ্চত দেখিবলৈ পোৱা গৈছে । আজি অৱশ্যে সন্মিলনৰ শেষত গ্রুপ ছবিত প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ কাষত অন্য দুই গৃহ প্রতিমন্ত্রী নিশীথ প্রামাণিক আৰু নিত্যানন্দ ৰাইক দেখা গ’লেও টেনিক দেখা নাযায় ।

শুকুৰবাৰে প্রধানমন্ত্রীয়ে তেওঁৰ বক্তৃতাত কৃষকসকলক ঘৰত উভতি যাবলৈ অনুৰোধ কৰিছিল । মর্চা নেতাসকলে তেওঁক মুকলি পত্ৰত জনাইছে, “আপুনি বিশ্বাস কৰক, আমাৰ পথত বহি থকাৰ কোনো চখ নাই । আমিও বাকী সমস্যা সমাধান কৰি শীঘ্ৰে ঘৰত উভতিব বিচাৰো । চৰকাৰেও সেয়া বিচাৰিলে, বাকী বিষয়সমূহক লৈ কৃষকসকলৰ স’তে আলোচনাত মিলিত হ‌ওক । তেতিয়ালৈ আগৰ দৰেই কার্যসূচী অব্যাহত থাকিব ।” কৃষক সংগঠনসমূহৰ ঘোষিত কার্যসূচী মানিয়ে সোমবাৰে লক্ষ্ণৌত কিষাণ মহাপঞ্চায়ত বহে । ২৬ নৱেম্বৰত কৃষক আন্দোলনৰ বর্ষপূর্তিত দিল্লীৰ সীমান্তত সমাবেশ হ’ব । ২৯ নৱেম্বৰত সংসদ অভিযানৰ কার্যসূচীও অটুট থাকিব । অৱশ্যে ইয়াৰ আগতে ২৭ নৱেম্বৰত পুনৰ পৰিস্থিতিৰ পর্যালোচনাত মর্চাৰ বৈঠক অনুষ্ঠিত হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajay MishraFarmers ProtestMSPNarendra ModiThree Farm Law
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d