Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দুবছৰে প্ৰস্তুতেই নহ’ল ‘কা’ৰ বিধি

দেশজুৰি এন‌আৰচি প্ৰস্তুতৰ পৰিকল্পনা নাই, সংসদত স্পষ্ট কৰি দিলে কেন্দ্ৰ‌ই

publisher by publisher
December 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
দুবছৰে প্ৰস্তুতেই নহ’ল ‘কা’ৰ বিধি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

দেশজুৰি বিতৰ্কৰ মাজতে দ্বিতীয়বাৰ ক্ষমতালৈ আহিয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিছিল নৰেন্দ্ৰ মোদী চৰকাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সেই সময়ত কৈছিল যে প্ৰথমতে নাগৰিকত্ব সংশোধনী আইন (কা) হ’ব । তাৰ পাছত দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন‌আৰচি) প্ৰস্তুতৰ কাম আৰম্ভ হ’ব । অসমৰ পাছত দেশজুৰি এন‌আৰচি হ’ব বুলি শ্বাহে একাধিকবাৰ ঘোষণা কৰিছিল । ইয়াকে লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । অৱশ্যে ‘কা’ গৃহত হোৱাৰ দুবছৰৰ পাছতো এই আইনৰ অধীনত বিধিসমূহ প্ৰস্তুত কৰা নহ’ল ।

ADVERTISEMENT

এই পৰিস্থিতিত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত সদৰী কৰে যে এই মুহূৰ্তত দেশজুৰি এন‌আৰচি প্ৰস্তুতৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ । তৃণমূল কংগ্ৰেছৰ সাংসদ মালা ৰায়ে সংসদত চলা লোকসভাৰ অধিবেশনত দেশজুৰি এন‌আৰচিৰ কাম কেতিয়া আৰম্ভ হ’ব সেই সম্পৰ্কে লিখিত প্ৰশ্ন কৰে । ইয়াৰ উত্তৰত মন্ত্ৰী ৰায়ে সদৰী কৰে যে দেশজুৰি এন‌আৰচি প্ৰস্তুতৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে ।

‘কা’ক কেন্দ্ৰ কৰি এসময়ত প্ৰৱল বিতৰ্ক হৈছিল আৰু এই পৰ্যন্ত এই আইনৰ ধাৰা প্ৰস্তুত কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলিও মানি লৈছে ৰায়ে । মন্ত্ৰীজনে কয়, ‘যিসকল ‘কা’ৰ আওতালৈ আহিব তেওঁলোকে আইনৰ ধাৰা প্ৰস্তুতৰ পাছতহে নাগৰিকত্ব লাভৰ বাবে আবেদন কৰিব লাগিব ।’ অসমত এন‌আৰচি প্ৰসংগত ৰায়ে কয়, ‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত এন‌আৰচি হৈছিল । ইয়াৰ স’তে সমগ্ৰ এন‌আৰচিৰ প্ৰস্তুতৰ কোনো সম্পৰ্ক নাই ।’

দুবছৰ পূৰ্বে ‘কা’ আৰু এন‌আৰচিক কেন্দ্ৰ কৰি উত্তাল হৈছিল সমগ্ৰ দেশ । প্ৰতিৱেশী পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় আতিশয্যৰ বলি হৈ পলায়ন কৰি অহা সেই দেশৰ ধৰ্মীয় সংখ্যালঘু, হিন্দু, শিখ, জৈন, পাৰ্চি, বৌদ্ধ আৰু খ্ৰীষ্টানসকলক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰে আইন । মুছলমানসকলক এই তালিকাৰ পৰা কিয় বাদ দিয়া হ’ল বুলি বিৰোধী সৰৱ হৈছিল । আইনখন ভাৰতীয় সংবিধানৰ বিৰোধী বুলিও দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল ।

সেই সময়তে অসমৰ পাছত পশ্চিমবংগত এন‌আৰচিৰ প্ৰস্তুতৰ দাবী বিজেপি নেতৃত্ব‌ই উত্থাপন কৰিলেও ৰায়ৰ উত্তৰত স্পষ্ট হৈছে যে উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে এন‌আৰচিক লৈ কোনো ধৰণৰ তৎপৰতা গ্ৰহণ কৰাৰ কথা মোদী চৰকাৰে ভবা নাই ।

ইপিনে, নাগৰিকত্ব সম্পৰ্কীয় আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে লোকসভাত তথ্য সদৰী কৰে যে ২০১৭ৰ পৰা এই পৰ্যন্ত ছয় লাখ আঠ হেজাৰ ১৬২ জন লোকে স্বেচ্ছাই ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে । চলিত ছেপ্টেম্বৰ পৰ্যন্ত ভাৰত ত্যাগ কৰিছে এক লাখ ১১ হেজাৰ ২৮৭ জনে ।

বিগত ২০১৬-২০২০ পৰ্যন্ত আনহাতে ১০ হেজাৰ ৪৬৫ জনে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন কৰিছে ইয়াৰ বিপৰীতে ৭৭৮২খন আবেদন পাকিস্তানী নাগৰিক আৰু ৭৯৫ খন আফগানিস্তানৰ নাগৰিকৰ । ইয়াৰ বাহিৰে কোনো ৰাষ্ট্ৰৰ বাসিন্দা নহয় অৰ্থাৎ ৰাষ্ট্ৰহীন ৪৫২ জনে নাগৰিকত্ব বিচাৰি আবেদন কৰিছে । সকলো চালি-জাৰি চাই বিগত চাৰি বছৰত ৪১৭৭ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CAANarendra ModiNityanand RaiNRC
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d