Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Booster Dose : দেশত সাত কোটি ৫০ হেজাৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হ’ব প্রথম পৰ্যায়ত, বুষ্টাৰ ১৩.৪ কোটি

publisher by publisher
December 26, 2021
in India, News
Reading Time: 1 min read
0
Booster Dose : দেশত সাত কোটি ৫০ হেজাৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হ’ব প্রথম পৰ্যায়ত, বুষ্টাৰ ১৩.৪ কোটি
3
SHARES
29
VIEWS
ShareShareShareShare

ডেল্টা ৰূপৰ পাছত এইবাৰ বিশ্বত বিয়পি পৰিছে কৰ’নাৰ নতুন অ’মিক্রন ৰূপে । অ’মিক্রন উদ্বেগৰ পৰা ৰক্ষা পোৱা নাই ভাৰতেও । এই দেশতো বাহৰ পাতিছে অ’মিক্রনে । এই মর্মেই অ’মিক্রনৰ মোকাবিলা কৰিবলৈ দেশৰ স্বাস্থ্যসেৱা, প্রথমশাৰীৰ কর্মী আৰু কো-মর্বিডিটীযুক্ত ৬০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক বুষ্টাৰ টিকা প্রথমে দিয়াৰ সিদ্ধান্ত ল’লে চৰকাৰে । লগতে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ মাজতে টিকাকৰণ সম্প্রসাৰিত কৰাৰ সিদ্ধান্ত লৈছে ।

ADVERTISEMENT

অর্থাৎ, এই সিদ্ধান্তৰ ফলত দেশত নতুনকৈ ২০.৪ কোটি লোকক ক’ভিড -১৯ টিকা দিয়া হ’ব । ইয়াৰ ভিতৰত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ সকলৰ বাবে ৭.৪ কোটি টিকা আবণ্টন কৰা হৈছে । স্বাস্থ্যসেৱা আৰু প্রথমশাৰীৰ কর্মচাৰীসকলৰ বাবে আবণ্টন কৰা হৈছে তিনি কোটি । কো-মর্বিডিটীযুক্ত ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ বাবে ১০ কোটি টিকা আবণ্টন কৰা হৈছে ।

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

প্রসংগত, ২৫ ডিচেম্বৰত দেশবাসীক উদ্দেশ্যি ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰে, তিনি জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক’ভিড টিকা দিয়া হ’ব ৷ ২০১১ৰ আদমশুমাৰিৰ ৰিপ’র্টৰ ওপৰত ভিত্তি কৰি, ৭.৪ কোটি টিকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ভাৰতৰ ড্রাগছ কন্ট্র’লাৰ জেনেৰেলে কিছু নির্দিষ্ট চর্তৰ অধীনত ১২ বছৰৰ ঊৰ্ধ্বৰ বয়সীসকলৰ বাবে ভাৰত বায়’টেকৰ ক’ভাক্সিনক জৰুৰী ব্যৱহাৰৰ অনুমোদন দিছে ।

চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা ভাৰতত স্বাস্থ্য কর্মচাৰীসকলৰ ক’ভিড টিকাদান অভিযান আৰম্ভ হয় । চৰকাৰৰ অনুমান অনুযায়ী, ভাৰতত স্বাস্থ্য কর্মচাৰীসকলৰ সংখ্যা প্রায় দুই কোটি । ২০১১ৰ আদমশুমাৰি অনুযায়ী, ভাৰতত মুঠ ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ সংখ্যা মুঠ ১৩.৭৯ কোটি । লগতে, ২০২০ত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ মন্ত্রণালয় প্রকাশিত তথ্য অনুযায়ী, ভাৰতৰ ৭৫ শতাংশ বয়স্ক ব্যক্তি দীর্ঘস্থায়ী স্বাস্থ্য সমস্যাত ভুগিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Booster DoseNarendra ModiOmicron
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d