Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home New Year 2022

নৱবৰ্ষটো হওক ধৰ্ষণ মুক্ত সমাজ ,মুকলি মনৰ গৰাকী হওক দেশৰ প্ৰতিজন নাগৰিক

প্ৰিয়ম ডি জ্যোৎস্না যুৱ লেখিকা ,কটন বিশ্ববিদ্যালয়

publisher by publisher
January 1, 2022
in New Year 2022
Reading Time: 1 min read
0
নৱবৰ্ষটো হওক ধৰ্ষণ মুক্ত সমাজ ,মুকলি মনৰ গৰাকী হওক দেশৰ প্ৰতিজন নাগৰিক
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Bajali:এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে অধিষ্ঠিত বাৰবছৰীয়া নিবিড় নেছন বৰুৱা

পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বেই হাৰ্ট এটেকত মৃত্যু BHU MTech ৰ ছাত্ৰৰ ! হোষ্টেলৰ পৰা উদ্ধাৰ মৃতদেহ

ক’ৰবাত মই পঢ়িবলৈ পাইছিলাে যে নৱবৰ্ষ হৈছে ৩৬৫ পৃষ্ঠাৰ এক বৃহৎ কিতাপ আৰু পহিলা তাৰিখটো হৈছে সেই কিতাপখনৰ প্রথম উকা পৃষ্ঠা। আমি নিজে সেই কিতাপখনৰ এটা এটা পৃষ্ঠা শব্দ-বাক্যৰে শুৱনি কৰি তুলিম। আশা কৰাে ২০২২ বৰ্ষটোৱে অসমলৈ বহুতাে সু-সংবাদ, সুখ-সম্প্রীতি কঢ়িয়াই আনিব। ২০২১ত আমাৰ বাবে যথেষ্ট প্রত্যাহ্বানপূর্ণ আছিল।

ADVERTISEMENT

বহুত পালাে আৰু বহুত হেৰুৱালাে। ক’ভিডত বহুতে নিজৰ আপােনজনক হেৰুৱালে, শুনিবলৈ পালাে ক্রন্দন আৰু আর্তনাদ। একেটা সময়তে লাভলীনা বৰগােহাঁয়ে অসমক দিলে বিশ্বখ্যাত অলিম্পিক ব্ৰঞ্জৰ সােৱাদ। ২০২২ তাে সাহিত্য-সংস্কৃতি, ক্রীড়া আদি বিভিন্ন ক্ষেত্ৰত অসম সন্তানে সফলতাৰ আৱৰণেৰে অসমী আইৰ কোলা শুৱনি কৰিব বুলি আশা ৰাখিলাে।

‘আজি বাঁধিতেছি বসি সংকল্প নূতন অন্তরে আমার, সংসারে ফিরিয়া গিয়া হয়তাে কখন ভুলিব আবার। তখন কঠিন মতে এনাে অশ্রুআঁখিপাতে অধমের করিয়াে বিচার। আজি নৱ-বরষ প্রভাতে ভিক্ষা চাহি মার্জনা সবার। ৰবীন্দ্রনাথ ঠাকুৰ নতুন বৰ্ষত সকলােৰে মনত যাতে সহানুভূতিতকৈ সহমর্মিতাই স্থান পায়, তাকে আশা ৰাখিলাে। “John Connolly এ কৈছিল- ‘The nature of humanity, it’s es-sence, is to feel another’s pain as one’s own, and to act to take that pain away.’ সহানুভূতি আৰু সহমর্মিতাৰ মাজত যথেষ্ট প্রভেদ পৰিলক্ষিত হয়।

দুয়ােটা ধাৰণাই মানুহৰ অনুভূতিপ্ৰৱণ মনটোক প্রতিনিধিত্ব কৰে যদিও এটা ধাৰণাৰ মাজতহে প্রকৃত অর্থত দয়া নিহিত হৈ আছে। সহানুভূতিয়ে এনে এক মানসিকতাক সূচায় যত এজন মানুহ বা এটা সমুদায়ৰ যিকোনাে এটা পৰিস্থিতি প্রকৃতাৰ্থত সম্পূর্ণকৈ হৃদয়ংগম নকৰাকৈ কোনােৱে দুখ প্রকাশ কৰে। আনহাতে, সহমর্মিতাই সেই দুখ-শােকবােৰৰ স’তে নিজকে একাকাৰ কৰি দি সেই দুখৰ সমান দাবীদাৰ হৈ উঠাক সূচায়। সহমর্মিতাৰ বাবে মানসিক কার্যদক্ষতা আৰু কল্পনাশক্তিৰ প্ৰয়ােজন হয়।

কিন্তু সহানুভূতিক কেৱল ওঁঠৰ সামান্য কম্পন অথবা লৰচৰ আৰ স্বীকৃতিৰ প্রয়ােজন। সেই কাৰণে মানৱ সমাজত সহানুভূতিতকৈ সহমর্মিতাৰ স্থান উচ্চ। সকলােলৈ নৱবৰ্ষৰ আন্তৰিক শুভ কামনা। ইফালে, বিগত দুবছৰে মহামাৰীৰ বাবে শিক্ষার্থী সমাজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ল।

শিক্ষানুষ্ঠান বন্ধ হৈ পৰাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল ঘৰতে আবদ্ধ হৈ পৰাৰ লগতে এটা শিক্ষাবর্ষ প্রায় নষ্ট হােৱাৰ উপক্রম হ’ল। বহুতাে ঠাইৰ ছাত্ৰ-ছাত্ৰীৰ হাতত ম’বাইল উপলব্ধ নাছিল আৰু বহু ঠাইত নেটৱৰ্কৰ অসুবিধা। আশা কৰাে, নতুন বছৰটোত চৰকাৰে কোনাে ছাত্র-ছাত্রী যাতে শিক্ষাৰ পােহৰৰ পৰা বঞ্চিত নহয়, তাৰ প্রতি চকু ৰাখিব।

সমান্তৰালভাৱে অসমত বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা এক উল্লেখনীয় পদক্ষেপ। কিন্তু তাৰ লগতে বর্তমান বিশ্ববিদ্যালয়সমূহৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিব লাগে। নৱবৰ্ষৰ প্রাক্‌ক্ষণত চৰকাৰলৈ আহ্বান জনালাে। ‘শেষত, মােৰ এক ব্যক্তিগত অনুভৱ ক’বলৈ বিচাৰিছাে।

অলপতে মই প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰীয় পুথি ন্যাসে (National Book Trust, India) আয়ােজন কৰা All India Contest of PM Yuva Mentorship schemed opstalo দেশৰ ৭৫ জন যুৱ লেখকৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হলাে। ৩০ ডিচেম্বৰৰ পুৱা মই ডাঃ সুভাষ সৰকাৰৰ (He is currently serving as the Union Minister of State in the Ministry of Education (India) in the Second Modi ministry) পশ্চিমবংগৰ যুৱ লেখক এজনৰ লগত হােৱা ব্যক্তিগত কথােপকথনৰ এটা টুইট দেখা পালাে।

তাৰ আগতে ফলাফল ঘােষণা কৰাৰ দিনা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে উড়িয়া ভাষাৰ তিনিজন যুৱ লেখকক বিশেষভাৱে অভিনন্দন জনালে আৰু আমাৰ অসমতে অসমীয়া ভাষা যেন উপেক্ষণীয় হৈ ৰ’ল! সর্বভাৰতীয় পর্যায়ৰ যুৱ লেখকৰ তালিকাখনত প্রথম দুটা স্থানৰ অসমৰ নামেৰে অসমৰ বাদে যেন বাকী সকলাে ৰাজ্যতে জিলিকি ৰ’ল।

অসমখন যেন ব্যস্ত থাকিল তথাকথিত বিশেষ কামবােৰত, বিশেষ বাতৰিবােৰত। অসমত বহুতাে প্রতিভাৱান ছাত্র- ছাত্রী আছে। তেওঁলােকক কেৱল উৎসাহ আৰু অনুপ্ৰেৰণাৰ প্রয়ােজন। আশা কৰাে তেওঁলােকক আগবঢ়াই আনিবলৈ চৰকাৰে বিশেষ কিছুমান উল্লেখনীয় আৰু প্রশংসনীয় পদক্ষেপ হাতত ল’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: New Year 2022Student
publisher

publisher

Related Posts

New Year According to the English Initials of the Name:​নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !
Assam

January 1, 2024
New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :
New Year 2023

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

January 1, 2023
COVID-19 : ক’ভিড আপডেট
COVID-19

COVID-19 : ক’ভিড আপডেট

June 6, 2022
দুর্নীতিমুক্ত অসম নিৰ্মাণৰ সপোন বাস্তৱ হ’ব বুলি আশা কৰিছোঁ
New Year 2022

January 2, 2022
সুস্থ-নিকা আৰু দুর্নীতিমুক্ত অসম তথা দেশ বিচাৰো
News

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো
New Year 2022

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো

January 2, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d