Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home New Year 2022

ভগৱানে সহায় কৰিলে সকলো সফল হ’ব

ছয়নিকা কাশ্যপ

publisher by publisher
January 1, 2022
in New Year 2022
Reading Time: 1 min read
0
ভগৱানে সহায় কৰিলে সকলো সফল হ’ব
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

জনপ্ৰিয় অভিনেত্ৰীৰ আত্মহনন

বিবাহিত অৱস্থাত আনৰ স’তে শাৰীৰিক সম্পৰ্কৰ পক্ষত কাজল-টুইংকল

বলিউডত শোকৰ ছাঁ ! ‘দেৱদাস’খ্যাত অভিনেত্রী নাজিমাৰ দেহাৱসান

পুৰণিক বিদায় দি নতুনক আদৰণি জনাওঁ তথাপি আনন্দৰ মাজতে মনত শংকা, উদ্বেগ হৈছে কিয়নাে ২০২০-২১ বৰ্ষটো জনতাৰ শাৰীৰিক-মানসিক-আধ্যাত্মিক আৰু সামাজিক দিশতাে বহু পিছপৰি গ’ল কিয়নাে জনসাধাৰণৰ পৰিকল্পনাবােৰ হৈ নুঠিল।

ADVERTISEMENT

সেয়েহে এই ২০২২ নৱবৰ্ষত সবলভাৱে বহু পৰিকল্পনা লৈ সাজু হৈছাে যাতে ক’ভিড-১৯ অতিমাৰী মাজত নাহে।২০২০-২১ৰ প্ৰত্যাহ্বান ভৰা ক’ভিড পৰিস্থিতিত আমি যি মুখামুখি হৈছিলাে, বহুতাে জ্ঞানীলােক আমাৰ মাজৰ পৰা হেৰাই গ’ল, সেইখিনি যাতে আকৌ নাহে, যদিও নতুন নামেৰে আৰু এটা বীজাণু নতুন (অ’মিক্ৰন) সংক্ৰমণৰ কথা ওলাইছে, তথাপি এই ভাইৰাছটো ক’ভিড-১৯ৰ নিচিনা ভয়াৱহ নহয়।

নতুন বছৰত বহুতাে আশা-পৰিকল্পনা নিজক লৈ, সমাজ,ৰাজ্যক লৈ, দেশক লৈ। কেৱল ভগৱানে সহায় কৰিলে সকলাে সফল হ’ব বুলি আশা কৰিছাে। এপিজে আব্দুল কালামে ২০২০ত এখন ‘সপােনৰ ভাৰতৰ কল্পনা কৰিছিল; কিন্তু হৈ নুঠিল তাৰ আগতে তেওঁ মৃত্যুবৰণ কৰিলে, মােৰাে বা আমাৰাে তেনেকৈ এখন সপােনৰ অসম তৈয়াৰ কৰিব বুলি আশা কৰিছাে।

যত নাথাকিব জাতিভেদ, সৰু-বৰৰ বিভেদ। সকলাে সমঅধিকাৰৰ গৰাকী হ’ব। বর্তমানে সমাজৰ যি উচ্ছংখলতা তাক নিকা কৰিবলৈ বিভিন্ন পৰিকল্পনা হাতত লােৱা হৈছে। এইখিনি নিকা হ’লেহে এখন সপােনৰ অসম তৈয়াৰ হ’ব।

নৱপ্রজন্ম বিভিন্ন সংগঠনৰ স’তে নিয়ােজিত হলে চিন্তাধাৰা বিকাশ হ’ব, নতুন চিন্তাধাৰাৰে সপােনৰ অসম এখন গঢ়িবলৈ আগবাঢ়ি আহিব লাগিব। অসৎ চিন্তাৰে অসৎ পথেৰে আগবাঢ়ি যােৱাসকলক বুজাই বঢ়াই মূলসুঁতিলৈ ঘূৰাই আনিব লাগিব।

নৱপ্ৰজন্মক মই এইটোৱে বার্তা দিব খােজো যে পঢ়ি-শুনি যদি সংস্থাপন হােৱা নাই হতাশাত ভুগিব নালাগে, বিভিন্ন সংগঠনৰ দ্বাৰা তেওঁলােকৰ কৰণীয়খিনি কৰি আত্মসন্তুষ্টি ল’ব লাগে।

অখিল ভাৰতীয় স্নাতক সংঘই ক’ভিডৰ সময়ত বহুতাে উদ্ভাৱনীয় কাম কৰিছে। নৱপ্ৰজন্মলৈ এনেধৰণৰ বার্তা প্রেৰণ কৰিব বিচাৰাে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ActressChayanika KashyapNew Year 2022
publisher

publisher

Related Posts

New Year According to the English Initials of the Name:​নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !
Assam

January 1, 2024
New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :
New Year 2023

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

January 1, 2023
COVID-19 : ক’ভিড আপডেট
COVID-19

COVID-19 : ক’ভিড আপডেট

June 6, 2022
দুর্নীতিমুক্ত অসম নিৰ্মাণৰ সপোন বাস্তৱ হ’ব বুলি আশা কৰিছোঁ
New Year 2022

January 2, 2022
সুস্থ-নিকা আৰু দুর্নীতিমুক্ত অসম তথা দেশ বিচাৰো
News

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো
New Year 2022

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো

January 2, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d