Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

খাদী গ্ৰামোদ্যোগ ব’ৰ্ডৰ গণৰাজ্য দিৱসৰ প্ৰস্তুতি

৫৪০০ পতাকা প্ৰস্তুতৰ লক্ষ্য, মুঠ ১৪ লাখ টকাৰ পতাকা প্ৰস্তুত

publisher by publisher
January 21, 2022
in Assam, India, News
Reading Time: 1 min read
0
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Odisha:ওড়িশাত অঘটন ! ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ছাত্ৰৰ

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

ULFA (I)calls for boycott of Republic Day:গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰো সকলো ক’ভিড বিধি পালনেৰে গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী । এইবাৰ সমগ্ৰ দেখে পালন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস । অসমতো গণৰাজ্য দিৱস উপলক্ষে সাজু হৈছে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড । সম্প্ৰতি গুৱাহাটীৰ চানমাৰীস্থিত বৰ্ডৰ কাৰ্যালয়ৰ কাৰখানাত গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুত কৰি থকা হৈছে জাতীয় পতাকা । বিভিন্ন জোখৰ পতাকা প্ৰস্তুত কৰি আছে কাৰখানাৰ মুঠ ১৬ গৰাকী কৰ্মচাৰীয়ে । এইবেলি মুঠ ৫৪০০ পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও আজি দিনটোলৈ মুঠ ৬৫২৩ খন পতাকা বনোৱা সম্পূৰ্ণ কৰিছে বুলি বৰ্ডৰ অতিৰিক্ত কাৰ্যবাহী বিষয়া (মাৰ্কেটিং) বিপুল হাজৰিকাই ।

ADVERTISEMENT

তেওঁ কয়, ‘বিগত বৰ্ষত ক’ভিডৰ বাবে পতাকা কমকৈ প্ৰস্তুত কৰা হৈছিল । ২২৯১ খন পতাকা প্ৰস্তুত কৰা হৈছিল । সেই পতাকাৰ বাবদ লাভ কৰা হৈছিল মুঠ ৮.৬০ লাখ টকা । এইবেলি আমি ৫৪০০ পতাকা প্ৰস্তুতৰ টাৰ্গেট ৰাখিছিলো । কিন্তু টাৰ্গেটতকৈ অধিক পতাকা আজিৰ দিনটোলৈ প্ৰস্তুত কৰি আমাৰ ভাণ্ডাৰ সমূহলৈ পঠাই দিয়া হ’ল । আজিৰ দিনটোলৈ মুঠ ৬ ৫২৩ খন পতাকা আমাৰ পৰা পঠোৱা হৈছে ।’

তেওঁ পুনৰ কয়, ‘এইবাৰ দুটা মানৰ পতাকা প্ৰস্তুত কৰা হৈছে । এটা নৰম(ফাইন) আৰু এটা কিছু ডাঠ । কে’বাটাও জোখত প্ৰস্তুত হোৱা পতাকাসমূহৰ দাম ভিন্ন । নৰম পতাকা প্ৰতিখনত এনেধৰণৰ ছয় ফুট দীঘল আৰু চাৰি ফুট বহল পতাকাৰ দাম প্ৰতিখনত ৭০০ টকা, ৪.৫ ফুট দীঘল আৰু তিনি ফুট বহল পতাকাৰ দাম প্ৰতিখনত ৫২০ টকা , তিনি ফুট দীঘল দুই ফুট বহল পতাকাৰ প্ৰতিখনৰ মূল্য ৩০০ টকা , ৬/৯ ইঞ্চিৰ পতাকা (কাৰ ফ্লেগ) প্ৰতিখনত ৯০ টকা , দুই ফুট ২৫ ইঞ্চি দীঘল আৰু ডেৰ ফুট বহল পতাকাৰ মূল্য প্ৰতিখনত ১৭০ টকা, ১.৫ ফুট দীঘল এক ফুট বহল পতাকাৰ মূল্য প্ৰতিখনত ১২০ টকা । তেনেদৰে দীঘলে ছয় ফুট আৰু বহলে চাৰি ফুটৰ ডাঠ ধৰণৰ পতাকাৰ মূল্য প্ৰতিখনত ৬০০ টকা, দীঘলে তিনি ফুট আৰু বহলে ৪.৫ ফুটৰ পতাকাৰ মূল্য ৪৭০, দীঘলে তিনি ফুট আৰু বহলে দুই ফুটৰ পতাকা প্ৰতিখনৰ ২৫০ টকা ধার্য কৰা হৈছে । এতিয়ালৈ মুঠ ১১ লাখ ২৭ হেজাৰ টকাৰ পতাকা প্ৰস্তুত কৰা হৈছে । এইবেলি যঁতৰৰ প্ৰতীক থকা ১২ খন পতাকা প্ৰস্তুত কৰা হৈছে ।’

অসমৰ মুঠ ২২ খন খাদী ভাণ্ডাৰৰ জৰিয়তে পতাকাসমূহৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি হাজৰিকাই জানিবলৈ দি পুনৰ কয়, ‘কামৰূপত তিনিখনক লৈ অসমৰ বিভিন্ন জিলাত মুঠ ২২ খন ভাণ্ডাৰ আছে । আমি প্ৰস্তুত কৰা পতাকা সমূহ এই ভাণ্ডাৰাৰ পৰা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । আজিৰ দিনটোলৈ আমি টাৰ্গেটতকৈ বেছি পতাকা প্ৰস্তুত তথা বিক্ৰী কৰিলো । পতাকা বনোৱা কামটো এতিয়াও চলি আছে । এতিয়ালৈ ১৪ লাখ টকাৰ পতাকা ওলাই গল বিক্ৰীৰ বাবে । এইবেলি ‘কাৰ ফ্লেগ’ৰ চাহিদা আগতকৈ বৃদ্ধি পাইছে । আমাৰ কিছু কিছু ভাণ্ডাৰৰ পৰা অৰুণাচল আৰু নাগালেণ্ডলৈয়ো পতাকা পঠিওৱা হৈছে । বৰ্তমান আমাৰ কাৰখানাত ১৬ গৰাকী কৰ্মচাৰীয়ে পতাকা চিলাই কৰা, অশোক স্তম্ভৰ প্ৰতীক ষ্টাম্পিং কৰা ইত্যাদি কামত ব্যস্ত হৈ আছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: republic dayখাদী গ্ৰামোদ্যোগ ব'ৰ্ড
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d